• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অপসাৰণৰ দাবীত সৰ্বাত্মক বন্ধৰ আহ্বান

সভাপতি ছামম by সভাপতি ছামম
July 17, 2018 3:51 pm
General strike called in manipur
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক আদিত্য প্ৰসাদ পাণ্ডেৰ অপসাৰণৰ দাবীত ৰাজ্যজুৰি গঢ়ি উঠা প্ৰতিবাদী কাৰ্যসূচী শেহতীয়াভাৱে প্ৰৱল আৰু সৰ্বাত্মক ৰূপ ধাৰণ কৰা দেখা গৈছে। আজি মাজনিশাৰে পৰা কাৰ্যকৰী হোৱাকৈ ১৯ জুলাইৰ মাজনিশালৈকে ৪৮ ঘণ্টীয়া সৰ্বাত্মক বন্ধ পালনৰ কাৰ্যসূচী হাতত লোৱা হৈছে।

সোমবাৰে মণিপুৰ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ (MUSU) সভাপতি এম দয়ামানে এখন সংবাদমেলত এই কথা ঘোষণা কৰিছে।

Apply Now

তেওঁ মন্তব্য কৰিছে যে মণিপুৰ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই বিগত সময়চোৱাত বিভিন্ন গণতান্ত্ৰিক উপায় অৱলম্বন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই এই প্ৰতিবাদৰ প্ৰতি আওকণীয়া মনোভাৱ দেখুৱাই আহিছে।

তেওঁ কৈছে যে অধ্যাপক পাণ্ডেক অপসাৰণ নকৰা পৰ্যন্ত আৰু বিশ্ববিদ্যালয়ত সংঘটিত খেলিমেলিৰ তদন্ত কৰিবলৈ এখন উচ্চ ক্ষমতাযুক্ত তদন্ত কমিটী গঠন নকৰা পৰ্যন্ত তেওঁলোক ক্ষান্ত নহয়।

ছাত্ৰ নেতাগৰাকীয়ে আৰু কৈছে, ‘‘সৰ্বাত্মক বন্ধই যে দৈনন্দিন জনজীৱন আৰু কাম-কাজত বিৰূপ প্ৰভাৱ পেলায় সেই কথা আমি জনা হোৱা সত্তেও কৰ্তৃপক্ষই আমাৰ দাবীৰ প্ৰতি কৰ্ণপাত নকৰাৰ বাবে আমাৰ হাতত সৰ্বাত্মক বন্ধৰ কোনো বিকল্প নাছিল।’’

মণিপুৰ বিশ্ববিদ্যালয় আৰু মণিপুৰৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে ছাত্ৰ নেতাগৰাকীয়ে ৰাজ্যখনৰ আন আন সহমত পোষণকাৰী ছাত্ৰ একতা সভাসমূহৰ লগতে নাগৰিক সমাজ সংস্থাসমূহৰ পৰা আগন্তুক প্ৰতিবাদী কাৰ্যসূচীটোত তেওঁলোকৰ সমৰ্থন বিচাৰিছে।

অৱশ্যে আগন্তুক সৰ্বাত্মক বন্ধৰ প্ৰভাৱৰ পৰা ধৰ্মীয় অনুষ্ঠানকে আদি কৰি বিভিন্ন আত্যাৱশ্যকীয় সেৱাসমূহক অব্যহতি দিয়া হৈছে। সোমবাৰে মণিপুৰ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই মণিপুৰ গণতান্ত্ৰিক ছাত্ৰ মৰ্চাৰ (Desam)  এগৰাকী স্বেচ্ছাসেৱকক আৰক্ষীৰ লোকে আতিশয্য চলোৱাক তীব্ৰ ভাষাৰে গৰিহণা দিছে। এই স্বেচ্ছাসেৱকগৰাকীয়ে মণিপুৰ বিশ্ববিদ্যালয়ৰ সাম্প্ৰতিক অচলাৱস্থাৰ অতি শীঘ্ৰেই সমাধান কৰাৰ দাবীৰ লগতে মহাবিদ্যালয়সমূহত অনুষ্ঠিত নকৰাকৈ থকা  ষান্মাসিকৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ ঘোষণা কৰিবলৈ দাবী জনাই ৰাজ্যিক বিজপিৰ কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। উল্লেখ্য যে সোমবাৰৰ এই ঘটনাটোত ‘দিছাম শ্বিতাল ওইনাম’ৰ সাধাৰণ সম্পাদকগৰাকী গুৰুতৰভাৱে আহত হৈছিল।

ইতিমধ্যে, মণিপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থা, মণিপুৰ বিশ্ববিদ্যালয় কৰ্মচাৰী সন্থা আৰু মণিপুৰ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ কাৰ্যবাহী সদস্যৰ এখন জৰুৰীকালীন সভাত নিৰাপত্তা বাহিনীৰ লোকে ডেছামৰ স্বেচ্ছাসেৱকক অতি বেয়াকৈ মাৰধৰ কৰাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সভাত এই ঘটনাটোৰ এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী জনোৱা হয় আৰু বিশ্ববিদ্যালয়খনত এখন প্ৰতিষ্ঠানৰ প্ৰভাৱমুক্ত উচ্চ ক্ষমতাযুক্ত তদন্ত কমিটী গঠন কৰি মণিপুৰ বিশ্ববিদ্যালয়ৰ বিত্তীয় আৰু প্ৰশাসনিক খেলিমেলিৰ তদন্ত কৰোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

সভাপতি ছামম

সভাপতি ছামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd