• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

মণিপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত আয়োজন ৰাজৰ্ষী ভাগ্যচন্দ্ৰৰ জীৱন আৰু সময় শীৰ্ষক আলোচনা চক্ৰ

চভাপতি ছামম by চভাপতি ছামম
February 7, 2018 10:46 am
Manipur seminar of Rajarshi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে মণিপুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগ, নতুন দিল্লীস্থিত ইণ্ডিয়ান কাউন্সিল অৱ হিষ্ট’ৰিকেল ৰিচাৰ্ছ(ICHR), আৰু ভাৰতীয় ইতিহাহ সংকলন সমিতি(BISS)ৰ উদ্যোগত ৰাজৰ্ষী ভাগ্যচন্দ্ৰৰ জীৱন আৰু সময়ক লৈ আয়োজিত দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনৰ শুভউদ্বোধন হয়।

ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনৰ আনুষ্ঠানিকভাবে উদ্বোধন কৰে মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ আদ্য প্ৰসাদ পাণ্ডেই। দুদিনীয়া আলোচনা চক্ৰখনত ৰজা ৰাজৰ্ষী ভাগ্যচন্দ্ৰৰ সমাজলৈ আগবঢ়োৱা অনুদান, তেওঁৰ উত্তৰাধিকাৰী, জীৱনৰ অন্যান্য দিশসমূহ তথা তেওঁ আহৰণ কৰা কৃতিত্ব সমূহৰ বিষয়ে জানিব পৰা যাব। লগতে ১৮ শ শতিকাৰ সমাজ-ৰাজনীতি আৰু ধৰ্মীয় পৰিৱৰ্তনৰ বিষয়েও সম্পূৰ্ণ জ্ঞান আহৰণ কৰিব পৰা যাব।

Apply Now

আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে উপাচাৰ্য আদ্য প্ৰসাদ পাণ্ডেই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অখিল ভাৰতীয় ইতিহাহ সংকলন যোজনাৰ সৰ্বভাৰতীয় পৰ্যায়ৰ সাংগঠনিক সচিব ড০ বালমুকুণ্ড পাণ্ডে। লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ড০ চিএইচ যামিনী দেৱী, প্ৰাক্তন অধ্যক্ষা, মণিপুৰ ৰাজ্যিক মহিলা আয়োগ আৰু অখিল ভাৰতীয় ইতিহাহ সংকলন যোজনাৰ মণ্ডল সাংগঠনিক সচিব হেমন্ত ধিং মজুমদাৰ।

ড০ বালমুকুণ্ড পাণ্ডে ভাষণ প্ৰসংগত কয়, ‘তথ্য সংগ্ৰহ কৰাটোৱে ইতিহাস নহয়, ইতিহাস হৈছে এক মানৱ বিজ্ঞান’। আমাৰ দেশৰ মহান ৰজা পৃঠ্বীৰাজ চৌহান আৰু মহাৰাণা প্ৰতাপ সিঙৰ দৰে বীৰ ব্যক্তিক ইতিহাসে কোনো স্থানে নিদিলে। ঠিক সেইদৰে মহাৰজা ৰাজৰ্ষী ভাগ্যচন্দ্ৰৰ নামো ইতিহাসৰ কাগজত সঠিক স্থান নাপালে।

সভাপতিগৰাকীয়ে ভাষণ প্ৰসংগত কয়, ‘ইতিহাস সদায় ইতিহাস হৈয়ে থাকে। ইতিহাস কেতিয়াও বিকৃত কৰিব বা সলাব নোৱাৰি, কিন্তু এতিয়া সময় আহি পৰিছে প্ৰকৃত ইতিহাস সমাজলৈ উলিয়াই অনা’।

ইয়াৰ উপৰি মহাৰজা ৰাজৰ্ষী ভাগ্যচন্দ্ৰৰ বিষয়ে আদ্য প্ৰসাদ পাণ্ডে কয় যে মণিপুৰৰ ইতিহাসত তেওঁ এজন শক্তিশালী তথা পাৰদৰ্শী শাসক আছিল। ইয়াৰ উপৰি তেওঁ এজন ধাৰ্মিক ব্যক্তি হোৱাৰ উপৰি এজন সৰ্বজ্ঞানী গুণৰ অধিকাৰী আছিল বাবে তেওঁক সকলোৱে ৰাজৰ্ষী নামেৰে নামাকৰণ কৰিছিল। উপাচাৰ্যগৰাকীয়ে কয় যে মণিপুৰৰ ৰাজনীতি আৰু সাংস্কৃতিক ইতিহাসত ৰাজৰ্ষী ভাগ্যচন্দ্ৰৰ সময়চোৱা সোণালী যুগৰ সময়। আনহাতে ৰাজৰ্ষী ভাগ্যচন্দ্ৰই সংগীত, নাটক আদি ক্ষেত্ৰতো বহু অৰিহনা যোগাইছে বুলিও উল্লেখ কৰে। তদুপৰি এতিয়াৰ জনপ্ৰিয় শাষ্ট্ৰীয় নৃত্য ৰাস লীলাৰো উদ্ভাৱণ কৰিছিল ৰাজৰ্ষী ভাগ্যচন্দ্ৰই।

আলোচনা চক্ৰৰ সমন্বয়ক প্ৰফেচৰ এন লোকেন্দ্ৰই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো অতিথিকে উষ্ম আদৰণি জনোৱাৰ লগতে আলোচনা চক্ৰখন আয়োজন কৰাত সহায় আগবঢ়োৱা সকলো লোককে ধন্যবাদ জনায়।

চভাপতি ছামম

চভাপতি ছামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd