• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

মণিপুৰত পৌমাই থাউনি উৎসৱ উদযাপন

চভাপতি ছামম by চভাপতি ছামম
January 6, 2018 8:45 am
পৌমাই উৎসৱত মুখ্যমন্ত্ৰী বীৰেন সিং

পৌমাই উৎসৱলৈ যোৱাৰ মুহূৰ্তত মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিং

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৌমাই সম্প্ৰদায়ৰ আটাইতকৈ ডাঙৰ পৰম্পৰাগত উৎসৱ পৌমাই থাউনি শুকুৰবাৰে মণিপুৰৰ সেনাপতি জিলাৰ থিংবা খুনউ গাঁৱত অনুষ্ঠিত হৈছে। এই অনুষ্ঠানৰ আয়োজন কৰিছে পৌমাই নাগা ইউনিয়ন আৰু থিংবা খুনউৱে।

মমিপুৰৰ মুখ্যমন্ত্ৰীকে ধৰি তেওঁৰ কেবিনেটৰ কেইবাগৰাকীও সতীৰ্থৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Apply Now

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পৌমাই সম্প্ৰদায়ৰ এটা ঐতিহ্য ক্ষেত্ৰ ৰাজ্য চৰকাৰে ছৰানামেই গাঁৱত স্থাপন কৰিব। ইয়াত সম্প্ৰদায়টোৰ ঐতিহাসিক উপাদান আৰু প্ৰাচীন সামগ্ৰীসমূহ সংৰক্ষণ তথা সুৰক্ষিত কৰা হ’ব।

তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ৰ ইম্ফল কেন্দ্ৰত সন্ধিয়া ৬.২০ বজাৰ পৰা ৬.৫০ বজালৈ পৌমাই ভাষাৰ কাৰ্যসূচী সম্প্ৰচাৰৰ অনুৰোধটো সংশ্লিষ্ট পক্ষলৈ পঠিয়াব বুলি প্ৰতিশ্ৰুতি দিয়ে। তেওঁ লগতে পৌমাই ৰাইজক আশ্বাস দিয়ে যে পৌমাই থাউনিৰ দিনটো ৰাজ্যখনত সীমিত বন্ধৰ দিন হিচাপে ঘোষণা কৰাৰ দাবীটো আলোচনা কৰা হ’ব।

বিভিন্ন ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা নতুন আঁচনিৰ কথা উল্লেখ কৰি বীৰেন সিঙে কয় যে চৰকাৰে ২১ জানুৱাৰীৰ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ উদযাপনৰ দিনাখনেই দুখন পৃথক কল্যাণমূলক আঁচনি ঘোষণা কৰিব। উক্ত দিনটোত ‘হাকশেলগি টেঙবেং’ (মণিপুৰ স্বাস্থ্য সুৰক্ষা আঁচনি) খন মুকলি কৰা হ’ব আৰু পৰৱৰ্তী দিনটোৰ পৰা ই কাৰ্যকৰী হ’ব। এই আঁচনিত দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ বাবে ২ লাখ টকালৈকে নগদবিহীন সেৱাৰ সুবিধা থাকিব।

তদুপৰি, উক্ত দিনটোতে পাৰ্বত্য জিলাৰ সদৰত ১০ খন সকলো সুবিধাযুক্ত এম্বুলেন্স আগবঢ়োৱা হ’ব। ই পাহাৰীয়া ৰাইজে সন্মুখীন হৈ অহা অসুবিধাসমূহ হ্ৰাস কৰিব আৰু ভিতৰুৱা অঞ্চলৰ পৰা ৰোগীক স্বাস্থ্যকেন্দ্ৰ তথা হাস্পাতললৈ লৈ অনাৰ সুবিধা আগবঢ়াব। তেওঁ লগতে যোগ দিয়ে যে পাহাৰীয়া জিলাৰ বিভিন্ন গাঁৱৰ মুখীয়ালসকলৰ বাবে ইম্ফলৰ ৰয়েল পেলেচৰ চৌহদত এটা অতিথিশালা নিৰ্মাণৰ বাবে ১১ কোটি টকা ধাৰ্য কৰা হৈছে।

এই উৎসৱৰ সময়ত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, গীত, নৃত্য আদি প্ৰদৰ্শিত হয়। এই উৎসৱৰ অনুষ্ঠানত উপস্থিত হোৱা বিশিষ্ট অতিথিসকলক পৰম্পৰাগত চাদৰ আৰু উপহাৰেৰে সম্বৰ্দ্ধনা জনোৱা হয়।

চভাপতি ছামম

চভাপতি ছামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd