• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

মণিপুৰৰ বনাঞ্চল সমূহত বৃদ্ধি পোৱা ধংসাত্মক কাৰ্যকলাপৰ বাবে অসন্তুষ্টি প্ৰকাশ প্ৰকৃতি প্ৰেমীৰ

চভাপতি চামম by চভাপতি চামম
February 8, 2018 12:05 pm
Gadai hill range
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ টামেংলঙ জিলাৰ গাডাই হিল বনাঞ্চলৰ গছ-বন অবাধে কাটি টহিলং কৰাৰ বিষয়টোৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে টামেংলঙৰ ৰেইনফৰেষ্ট ক্লাব নামৰ বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণ সংস্থা এটাই।

‘আমি গডাই হিল বনাঞ্চল সংৰক্ষণ কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলায় আছো কিয়নো ইয়াৰ ফলত এই অঞ্চলৰ লোক সকল যথেষ্ট উপকৃত হ’ব’, টামেংলঙৰ ৰেইনফৰেষ্ট ক্লাবৰ বিষয়ববীয়াই এইদৰে কয়। তদুপৰি কয় ‘সেয়েহে আমি ভৱিষ্যতৰ বাবে পৰিৱেশ সংৰক্ষণ কৰিব লাগে’।

Apply Now

উল্লেখযোগ্য যে গডাই হিল বনাঞ্চলৰ মূল্যৱান পাইন গছকে ধৰি অন্যান্য গছ-গছনিবোৰ বিভিন্ন কাৰণত দুষ্ট চক্ৰই কাটি নিয়াৰ লগতে অবাধে ধংস কাৰ্য চলাই আছে।

তাৰোপৰি ৰাজ্যিক বন বিভাগ, জিলা প্ৰশাসন আৰু স্থানীয় বন্যপ্ৰেমী সংস্থাৰ সহযোগত গডাই হিল বনাঞ্চল তথা কাষৰীয়া অঞ্চল সমূহৰ পৰিৱেশ সংৰক্ষণ তথা সুৰক্ষিত কৰাৰ উদ্দেশ্যেৰে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ উপৰি গছ-গছনি ৰোপনৰো ব্যৱস্থা কৰি আহিছে। তেওঁলোকে মূল্যৱান গছসমূহ সংৰক্ষিত কৰাৰ বাবে বিভিন্ন চিহ্নৰো ব্যৱহাৰ কৰা বুলি জানিবলৈ দিয়ে।

বুধবাৰে টামেংলঙ জিলাৰ উপায়ুক্ত আৰ্মষ্ট্ৰং পেম, বন্যপ্ৰাণী ৱাৰ্ডেন ড০ চাম্বো গনমেই, টামেংলঙ আৰক্ষী আৰু ৰেইনফৰেষ্ট ক্লাবৰ বিষয়ববীয়াই উক্ত বনাঞ্চলখন পৰিদৰ্শন কৰাৰ পিছতে বনাঞ্চলখনত চলি থকা অবাধ কাৰ্যকলাপৰ বিষয়ে উমান পায়।

বনাঞ্চল পৰিভ্ৰমণকাৰী দলটো দুষ্ট চক্ৰৰ গতি বিধি দেখি হতবাক হৈ পৰে। বনাঞ্চলখনত চিহ্নিত কৰা প্ৰায়বোৰ গছে দুষ্কৃতিকাৰীয়ে কটা অৱস্থাত দেখা পায়। ইয়াৰ উপৰি দলটোৱে এটা যন্ত্ৰও উক্ত বনাঞ্চলত দেখা পায় যিটোৰে অঞ্চলবাসীয়ে গছ কটা কাৰ্যত ব্যৱহাৰ কৰে।

‘আমি বনাঞ্চলখনত আচৰিতভাবে প্ৰত্যক্ষ কৰো এটা শিল কুঁৱৰী। যিটোৰ সহায়ত অঞ্চলবাসীয়ে বনাঞ্চল ধংস কৰি আৰম্ভ কৰিছে শিলৰ ব্যৱসায়’, এই অভিযোগ ৰেইনফৰেষ্ট ক্লাবৰ সদস্যৰ।

উল্লেখ্য যে বনাঞ্চলখনত ঘৰচীয়া জন্তু বিচৰণ কৰা নিষিদ্ধ যদিও দলটোৱে বিভিন্ন ঘৰচীয়া জন্তু ভ্ৰমণৰ সময়ত প্ৰত্যক্ষ কৰে। তাৰোপৰি বনাঞ্চলখনত গছ কটা কাৰ্যত লিপ্ত থকা কিছু শ্ৰমিকক জিলা প্ৰশাসনে আটক কৰি সোধ পোচৰ বাবে লৈ অহা বুলি জানিবলৈ দিয়ে।

আনহাতে বনাঞ্চলখনত বৃদ্ধি পোৱা অবাধ কাৰ্যসূচী শীঘ্ৰে ৰোধ কৰাৰ বাবে জিলা উপায়ুক্তই বিভাগীয় কৰ্তৃপক্ষক জৰুৰী নিৰ্দেশ দিয়ে।

স্মৰ্তব্য যে মণিপুৰৰ টামেংলঙ জিলাখনৰ মুঠ ১৬,৯০০ বৰ্গ কিলোমিটাৰ অঞ্চল সম্পূৰ্ণ বনাঞ্চলৰে ভৰা।

চভাপতি চামম

চভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd