• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰৰ বাহিৰত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ আঁচনি ল’ব মণিপুৰ চৰকাৰে

সভাপতি চামম by সভাপতি চামম
January 29, 2018 4:11 pm
cm manipur

অনুষ্ঠানটোত মণিপুৰৰ মুখ্য মন্ত্ৰী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত মণিপুৰী ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত চকু ৰাখিবৰ বাবে মণিপুৰ চৰকাৰে এক নীতি প্ৰস্তুত কৰিব। এই নীতিৰ আধাৰত অহা ১ ফেব্ৰুৱাৰিত এটা ৱে’বছাইট মুকলি কৰা হ’ব। ২০১৮ চনৰ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ছাত্ৰ-ছাত্ৰী সকলক শুভেচ্ছা জনাবৰ বাবে দেওবাৰে আয়োজিত এক অনুষ্ঠানত এই ঘোষণা কৰে মণিপুৰৰ মুখ্য মন্ত্ৰী বীৰেন সিঙে।

মুখ্য মন্ত্ৰী জনে কয় যে ৰাজ্যৰ বাহিৰত পঢ়ি থকা ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ নাম পঞ্জীয়ন কৰি বিভিন্ন সাহায্য যেনে মৃত্যুৰ ক্ষেত্ৰত ২ লাখ টকা বা গুৰুতৰ আঘাত পালে ৫০ হাজাৰ টকা আদি সুবিধা গ্ৰহণ কৰিব পাৰিব।

Apply Now

তেওঁ লগতে উল্লেখ কৰে যে বাহিৰত পঢ়ি থকা ছাত্ৰ-ছাত্ৰী সকলক সকলো সময়তে সুৰক্ষা দিবৰ বাবেও সংশ্লিষ্ট ৰাজ্য চৰকাৰ সমূহক বিভাগীয় ভাৱে অনুৰোধ জনোৱা হ’ব।

তেওঁ ঘোষণা কৰে যে আহি থকা ৰাজ্যিক ব’ৰ্ডৰ পৰীক্ষা সমূহত ১ম, ২য় আৰু ৩য় স্থান দখল কৰিবলৈ সক্ষম হোৱা চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক ক্ৰমে ৫, ৪ আৰু ৩ লাখকৈ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব।

তাৰোপৰি ২৫ সংখ্যক স্থানলৈকে অধিকাৰ কৰাসকলক ১ লাখ টকাকৈ আৰু জিলাৰ ভিতৰত ১ম আৰু ২য় স্থান পোৱা সকলক ৫০ হাজাৰ টকাকৈ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

এই ধৰণৰ অনুষ্ঠান মণিপুৰৰ ইতিহাসত এয়ে প্ৰথম বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী জনে কয় যে আগন্তুক ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ যোগোৱাই এই অনুষ্ঠান আয়োজনৰ প্ৰধান উদ্দেশ্য।

ৰাজ্যখন পিছ পৰি থকাৰ প্ৰধান কাৰণ জনশিক্ষাৰ অভাৱ বুলি তেওঁ উল্লেখ কৰে।

দুৰ্নীতি ৰোধৰ বাবে বৰ্তমানৰ চৰকাৰ খনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে।

জি পি এফ একাউণ্টৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত অসুবিধা দূৰ কৰিবৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে নতুন আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভুৱা প্ৰমাণ পত্ৰ আৰু অন্যান্য যোগ্যতা পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰায় ১৬ হাজাৰ শিক্ষকৰ সেৱা বহী ডিজিটাইজ কৰা হৈছে।

সমাজৰ সকলো সমস্যাৰে সমাধান শিক্ষা বুলি উল্লেখ কৰি সভাখনৰ সভাপতি তথা ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰাধেশ্যামে কয় যে বৰ্তমানৰ চৰকাৰে ৰাজ্যৰ শিক্ষা খণ্ডৰ বিকাশৰ ক্ষেত্ৰৰ সৰ্বোচ্চ গুৰুত্ব প্ৰদান কৰিছে।

শিক্ষা মন্ত্ৰী জনে উক্ত অনুষ্ঠানটোতে তেওঁৰ এমাহৰ দৰমহা ১ম ৰপৰা ৪ৰ্থ মানৰ ছাত্ৰ-ছাত্ৰী সকলৰ জোতা কিনাৰ বাবে অগবঢ়ায়।

মণিপুৰৰ শিক্ষা বিভাগে আয়োজন কৰা অনুষ্ঠানটোত কেবা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ উপৰি ৰাজ্য খনৰ বহু কেইজন শীৰ্ষ আমোলায়ো অংশগ্ৰহণ কৰে।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd