• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মণিপুৰৰ বিত্তীয় অৱস্থাৰ উন্নতি ঘটিছে’ -উপ মুখ্যমন্ত্ৰী জয়কুমাৰ

ছভাপতি ছামম by ছভাপতি ছামম
February 6, 2018 8:52 am
Joykumar-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ উপ মুখ্যমন্ত্ৰী য়ুমনাম জয়কুমাৰ সিঙে সোমবাৰে কয় যে ৰাজ্যখনৰ বিত্তীয় স্থিতি যথেষ্ট উন্নত হৈছে আৰু পৰৱৰ্তী ২০১৮-১৯ বিত্তীয় বৰ্ষত সামগ্ৰিক ঘৰুৱা উৎপাদনৰ হাৰ ১১.৯৫ শতাংশলৈ বৃদ্ধি পোৱাৰ আশা কৰা হৈছে।

সোমবাৰে আবেলি ইম্ফলৰ তেওঁৰ চৰকাৰী কাৰ্যালয়ত সাংবাদিকৰ আগত জয়কুমাৰে এনেদৰে কয়।

Apply Now

বিত্তমন্ত্ৰীৰ দায়িত্বত থকা উপ মুখ্যমন্ত্ৰী জয়কুমাৰে কয় যে ৰাজ্য চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে দায়বদ্ধ আৰু সেই গতিকে পৰৱৰ্তী ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেটত দক্ষতা বিকাশ, গৃহনিৰ্মাণ, খোৱা পানী, বিদ্যুৎ আৰু ক্ৰীড়াৰ দৰে মূল বিষয়সমূহৰ বিকাশৰ প্ৰস্তাৱ ৰখা হৈছে।

তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে বন্ধ, অৱৰোধ আৰু অন্যান্য প্ৰতিবাদী আন্দোলনসমূহ নিৰ্মূল কৰি অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰাৰ ওপৰত দৃষ্টি দিছে যাতে আৰ্থিক বিকাশ যথেষ্ট বৃদ্ধি পায়।

চলিত বিত্তীয় বৰ্ষত প্ৰাথমিক, মাধ্যমিক আৰু নিম্নস্তৰত যথেষ্ট বিকাশ হৈছে আৰু পৰৱৰ্তী বিত্তীয় বৰ্ষত অধিক ইয়াৰ অধিক বিকাশ ঘটিব বুলিও দোহাৰে উপ মুখ্যমন্ত্ৰীগৰাকীয়ে।

জয়কুমাৰে জানিবলৈ দিয়ে যে জিএছটি প্ৰৱৰ্তনৰ পিছত কৰ সংগ্ৰহৰ পৰিমান বৃদ্ধি পাইছে আৰু ই ৰাজ্যখনৰ সামগ্ৰিক বিত্তীয় অৱস্থাৰ উন্নত কৰিব।

তেওঁ জনায় যে মূলধনী বিনিয়োগৰ পৰিমান আশাকৰা মতে বৃদ্ধি পাব কিয়নো কেন্দ্ৰীয়ভাৱে আৱন্টিত আঁচনিসমূহ ৰাজ্যখনত সফলভাৱে ৰূপায়ন হৈছে।

কৰ বিহীন সংগ্ৰহৰ পৰা লাভ কৰা ৰাজহেও আৰ্থিক বিকাশ উন্নত কৰি তোলাত বৰঙণি যোগাব বুলি তেওঁ উল্লেখ কৰে।

ৰাজ্যখনৰ ক্ৰীড়া খণ্ডত চাহিদা অনুসৰি যথেষ্ট কৰিবলগীয়া আছে উল্লেখ কৰি বিত্তমন্ত্ৰীৰো দায়িত্বত থকা জয়কুমাৰে কয় যে পৰৱৰ্তী বাজেটত ক্ৰীড়াখণ্ডত বিশেষ গুৰুত্ব দিয়া হ’ব। চাৰিখন কৃত্ৰিম ফুটবল খোলপথাৰ আৰু এখন কৃত্ৰিম হকী খোলপথাৰ গঢ়ি তোলা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

সোমবাৰে দিনৰ প্ৰথম ভাগত চলিত বিধানসভাত জয়কুমাৰে ২০১৮-১৯ বৰ্ষৰ বাবে ১৩,৭৩৩.৬২ কোটি টকাৰ বাজেট প্ৰস্তাৱ উত্থাপন কৰিছিল।

ছভাপতি ছামম

ছভাপতি ছামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd