• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

মণিপুৰৰ সীমান্ত ৰেখাত ম্যানমাৰীলোকৰ অবৈধ প্ৰৱেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 12, 2018 12:04 pm
ভাৰত-ম্যানমাৰ সীমান্ত
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাত চীনা সৈন্যই ভাৰতত প্ৰৱেশ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে বৃহস্পতিবাৰে মণিপুৰত ম্যানমাৰৰ অনুপ্ৰৱেশকাৰী বিচৰণ কৰা বুলি স্থানীয়লোকে জানিবলৈ দিয়ে।

স্থানীয়লোকে অনুপ্ৰৱেশকাৰী এটা দলক ভাৰত-ম্যানমাৰ সীমান্তৰ ২নং গেট মোৰি আৰু গণেশ গেটৰ সীমান্তৰেখাত ৰাতিপুৱা প্ৰায় ৬.৩০মান বজাত বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰে।

Apply Now

ইয়াৰ লগে লগে মোৰিৰ স্থানীয়লোকে ঘটনা সন্দৰ্ভত প্ৰশাসনক খবৰ দিয়ে। খবৰ লাভ কৰাৰ লগে লগে মোৰি আৰক্ষী থানাৰ উপ-পৰিদৰ্শক, অসম ৰাইফলছৰ জোৱানৰ লগতে প্ৰশাসনৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ ফেন্সিং নিৰ্মান কাৰ্য বন্ধ কৰি ঠাইখিনি পৰিদৰ্শন কৰে।

উল্লেখ্য যে ঘটনাস্থলীত মণিপুৰৰ আৰক্ষী উপস্থিত হোৱাৰ পিছতে ম্যানমাৰ সেনাৰ এজন বিষয়াও উপস্থিত হৈ নামফালং বজাৰ সমিতিৰ উদ্যোগত ফেন্সিং নিৰ্মান কাৰ্য চলা বুলি কয়। ইয়াৰ উপৰি ভৱিষ্যতত দুয়োখন দেশৰে অনুমতি অবিহনে কোনো নিৰ্মান কাৰ্য আৰু বেদখল সংঘটিত নহয় বুলি ম্যানমাৰৰ বিষয়াজনে আশ্বাস প্ৰদান কৰে।

পিছত মোৰিৰ আৰক্ষী অধীক্ষক ড০ এছ ইবমছা আৰু উপ মণ্ডল আৰক্ষী বিষয়া ল’ৰেন্স কে মুনলু’ৱে প্ৰত্যক্ষদৰ্শীৰ লগত সোধা পোচা কৰে আৰু মোৰি আৰক্ষী থানাক উক্ত অঞ্চলত ঘনে ঘনে পহৰা দিয়াৰ বাবে নিৰ্দেশ দিয়ে। এই সম্বন্ধত ইবমছাই অসম ৰাইফলছৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ লগতো এক আলোচনাত মিলিত হয় আৰু ভৱিষ্যতে এনে কাৰ্য সংঘটিত কৰিব নোৱাৰাৰ বাবে ব্যবস্থা গ্ৰহণ কৰিবলৈ জনায়।

এনে সংকীৰ্ণ ঘটনা সংঘটিত হোৱাৰ পিছত মোৰিৰ সীমান্ত ৰেখা অঞ্চললৈ অতিৰিক্ত সামৰিক বাহিনী প্ৰেৰণ কৰা বুলি মণিপুৰৰ ডিজিপি এল এম খাউটে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বেও ম্যানমাৰীসকলে সীমান্ত ৰেখাত প্ৰৱেশ কৰি এক ফেন্সিং বনোৱাৰ চেষ্টা কৰিছিল বুলি ডিজিপিয়ে কয়।

উল্লেখযোগ্য যে ভাৰত-ম্যানমাৰ সীমান্তৰ মুঠ ১,৬৪৩ কি.মি.ৰ ৩৯৮ কি.মি. সীমান্ত মণিপুৰৰ ভৌগোলিক পৰিসীমাত পৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd