• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰীসভা সম্প্ৰসাৰণ : বৰাকক উপেক্ষা কৰাৰ বাবে দায়ী সোণোৱাল: কাছাৰ কংগ্ৰেছ

শিভাশীষ চক্ৰৱৰ্তী by শিভাশীষ চক্ৰৱৰ্তী
April 27, 2018 9:38 am
Cachar-congress-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুবছৰৰ প্ৰতীক্ষাৰ অন্তত সম্প্ৰসাৰিত হ’ল অসম মন্ত্ৰীসভা। সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত স্থান পালে সাতগৰাকী নতুন বিধায়কে। কিন্তু মন্ত্ৰীসভা সম্প্ৰসাৰণত সন্তুষ্ট নহয় একাংশ বিজেপি বিধায়ক।

জ্যেষ্ঠ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান নাপাই বহু পদবীৰ পৰা পদত্যাগ কৰাৰ পাছত এইবাৰ বৰাক উপত্যকাৰ ছোনাই সমষ্টিক প্ৰতিনিধিত্ব কৰা বিজেপিৰ বিধায়ক আমিনুল হক লস্কৰেও ক্ষুভিত হৈ ৰাজ্যিক হজ সমিতিৰ পৰা পদত্যাগ কৰিছে।

Apply Now

উল্লেখ্য যে অসম তথা বৰাকৰ একমাত্ৰ সংখ্যালঘু বিজেপি বিধায়ক লস্কৰে সোণোৱাল মন্ত্ৰীসভাত স্থান লাভ কৰিব বুলি আশা কৰি আছিল। কিন্তু নেতৃত্বই তেওঁক মন্ত্ৰীত্ব পদৰ পৰা বঞ্চিত কৰাত এতিয়া বৰাকৰ সৰ্বত্ৰে প্ৰতিবাদ সাব্যস্ত হোৱা পৰিলক্ষিত হৈছে।

ইফালে সোণোৱাল মন্ত্ৰীসভা সম্প্ৰসাৰণ তথা সাল সলনি কাৰ্যত মুঠেও সন্তুষ্ট নহয় বিৰোধী দল কংগ্ৰেছ। সম্প্ৰসাৰিত মন্ত্ৰীসভাত বৰাক উপত্যকাটোৰ পৰা এজনো বিধায়কে মন্ত্ৰীত্ব লাভ নকৰা কাৰ্যত বৰাকৰ কংগ্ৰেছ নেতৃত্বই ক্ষুৰধাৰ সমালোচনা কৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰখনক।

majharbhuyan-300x149

বৰাক উপত্যকাৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক আতাউৰ ৰহমান, জিলা সভাপতি প্ৰদীপ দে আৰু জ্যেষ্ঠ নেতা পাৰ্থৰঞ্জন চক্ৰৱৰ্তীয়ে এই প্ৰসংগত সংবাদ মাধ্যমৰ আগত নিজৰ মত প্ৰকাশ কৰি কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰখনে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ সম উন্নয়ন কামনা নকৰে।

কাছাৰ কংগ্ৰেছৰ নেতৃত্বই আৰু কয় যে সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে চাহ বাগান সম্প্ৰদায় আৰু সংখ্যালঘু মুছলমান লোকসকলৰ উন্নয়নৰ কথা চিন্তা নকৰে সেয়ে মন্ত্ৰীসভাত মুছলমান সম্প্ৰদায়ৰ বিধায়কজন মন্ত্ৰীত্ব লাভৰ পৰা বঞ্চিত হয়।

এইখন চৰকাৰৰ দিনত বৰাকৰ পৰা মাত্ৰ এজনেহে মন্ত্ৰীত্ব লাভ কৰাৰ বিপৰীতে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত বৰাক উপত্যকাৰ পৰা বহু কেইজন বিধায়কে মন্ত্ৰীত্ব লাভ কৰিছিল বুলিও উল্লেখ কৰে।

শিভাশীষ চক্ৰৱৰ্তী

শিভাশীষ চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd