• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা-নকৰাক কেন্দ্ৰ কৰি সন্মুখ সমৰত কংগ্ৰেছ-বিজেপি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 28, 2018 10:42 pm
ৰিপুন বৰা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৬ এপ্ৰিলত সম্প্ৰসাৰিত সোণোৱাল মন্ত্ৰীসভাত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মন্ত্ৰীক অন্তৰ্ভুক্ত নকৰাকৈ লৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ বাকযুদ্ধৰ সৃষ্টি হৈছে। ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ এজনো মন্ত্ৰীক অন্তৰ্ভুক্ত নকৰাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ ঠায়ে ঠায়ে প্ৰতিবাদৰ জোৱাৰ উঠি থকাৰ মাজতে কংগ্ৰেছ দলক সমালোচনা কৰাত ব্যস্ত হৈ পৰে বিজেপিৰ একাংশ নেতা। তাৰ বিপৰীতে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সন্মুখত কয় যে ৰাজ্যত ৩০ শতাংশ সংখ্যালঘু জনসাধাৰণৰ পৰা বিজেপি দলৰ বিধায়ক থকা সত্ত্বেও মন্ত্ৰিত্ব নিদিয়া বুলি অভিযোগ তোলে।

আনহাতে বিজেপিৰ দুগৰাকী নেতা ক্ৰমে মমিনুল আৱাল আৰু মনোজ বৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সোণোৱাল মন্ত্ৰীসভা দক্ষ আৰু সবল বুলি উল্লেখ কৰে।

Apply Now

মন কৰিব লগীয়া যে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও বিজেপিৰ সম্প্ৰসাৰিত মন্ত্ৰী সভাত যোগ্যজনৰ স্থান নাই বুলি কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।

ৰিপুণ বৰাই চাহ জনগোষ্ঠীৰ পৰা এজন মাত্ৰ মন্ত্ৰী থকাৰ বিপৰীতে তিৱা, ৰাভা, হাচং জনগোষ্ঠীৰ পৰা এজনকো মন্ত্ৰীসভাত নল’লে বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ কৰিছিল।

লগতে তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাত হিন্দু বঙালী সম্প্ৰদায়ৰ বিধায়ক থকা সত্ত্বেও হিন্দু বঙালীৰ ত্ৰাণকৰ্তা বিজেপি চৰকাৰে তেওঁলোককো মন্ত্ৰিত্ব পদ নিদিলে বুলিও বৰাই মন্তব্য কৰিছিল।

ৰাজ্যিক কংগ্ৰেছৰ সভাপতিগৰাকীৰ এই মন্তব্যৰ বিৰোধিতা কৰি বিজেপিৰ মুখপাত্ৰ মমিনুল আৱাল আৰু মনোজ বৰুৱাই আজি এক বিবৃতি যোগে কয় যে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সংখ্যালঘু বিষয়টো ৰাজনৈতিক লাভালাভৰ বাবেহে উল্লেখ কৰিছে। অসমত ৮৮ টাতকৈও অধিক জাতি-জনগোষ্ঠীৰ লোক আছে, ১৯ টা পদ থকা মন্ত্ৰীসভাত সকলোৰে প্ৰতিনিধিত্ব সম্ভৱ নহয়।

লগতে বিজেপি নেতা দুজনে কংগ্ৰেছক কটাক্ষ কৰি কয় যে সংখ্যালঘু-সংখ্যাগুৰু কোটা পূৰাবলৈ মন্ত্ৰী সভা গঠন কৰা হোৱা নাই। মন্ত্ৰীসভাত কাক অন্তৰ্ভুক্ত কৰা হ’ব সেইটো মুখ্য মন্ত্ৰীৰ এক্তিয়াৰৰ বিষয়।

এনেদৰেই শাসক আৰু বিৰোধী দলৰ মাজত মন্ত্ৰীসভা সম্প্ৰসাৰণক কেন্দ্ৰ কৰি বাকযুদ্ধ তুংগত উঠা পৰিলক্ষিত হৈছে। লগতে দুয়োপক্ষ এতিয়া নামি পৰিছে বোকা ছটিওৱা খেলত।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd