• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীত পুনৰ বাঘৰ আতংক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2017 8:33 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই অহাৰ সমান্তৰালভাবে মহানগৰীৰ জালুকবাৰীত বাঘৰ বিচৰণে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। জালুকবাৰীৰ গাড়ীগাওঁত এটা বাঘে নিশা মুক্তভাবে  বিচৰণ কৰি থকাত  অঞ্চলটোৰ ৰাইজৰ মাজত হুৱা-দুৱা লগাটো পৰিলক্ষিত হৈছে। জানিব পৰা মতে বাঘটোৱে নিশা গাড়ীগাওঁৰ এঘৰ মানুহৰ চোতালত মুক্তভাৱে বিচৰণ কৰি আছিল। ঘৰৰ গৃহস্থই বাঘটো দেখা পাই চিঞঁৰ-বাখৰ লগোৱাত গাঁৱৰ সকলো ৰাইজ ওলাই আহে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে গাওঁ খনৰ প্ৰায়সংখ্যক ৰাইজ লগ হৈ বাঘটোক খেদাই পঠোৱাৰ চেষ্টা কৰে। ইফালে ৰাইজে ফটকা ফুটাই বাঘটোক খেদি পঠিয়াবলৈ চেষ্টা কৰে বুলি জানিব পৰা গৈছে। অৱশ্যে ফটকাৰ শব্দ শুনি বাঘটোৱে জংঘলত প্ৰবেশ কৰে । কিন্তু কোন সময়ত বাঘে অঞ্চলবাসীৰ মাজত সন্ত্ৰাস চলাব পাৰে তাক লৈ জালুকবাৰী বাসী ৰাইজ শংকিত হোৱা দেখিবলৈ পোৱা গৈছে।

উল্লেখযোগ্য যে মহানগৰবাসীৰ বাবে বাঘৰ আতংক অথবা সন্ত্ৰাস নতুন কথা নহয়, এযা এক উদাহৰণ হে মাথো। কেইদিনমান পূৰ্বে এইখন মহানগৰীতে এঘৰৰ ড্ৰয়িং ৰূমৰ আলহী হৈছিল এটা নাহৰফুটুকী বাঘ। তদুপৰি মহানগৰীৰ মালিগাওঁ, কামাখ্যা, পাঞ্জাবাৰী, নুনমাটি আদি বিভিন্ন অঞ্চলত বাঘে সন্ত্ৰাস চলোবাটো পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাঘৰ আক্ৰমণত কেইবাগৰাকী মহিলা, শিশুকে ধৰি আন কেইবাজনো লোক বাঘৰ আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছে। সৌ সিদিনা নাহৰকটীয়া অঞ্চলত বাঘৰ আক্ৰমণত এগৰাকী মহিলাই মৃত্যুক সাবটি লোৱাৰ লগতে আন বহুকেইজন লোক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।  বাঘৰ আতংকত কম্পমান হোৱা জনতাই জানিবলৈ দিয়া অনুসৰি খাদ্যৰ অভাৱৰ বাবে এনেদৰেই নিশা হ’লে বনৰ ৰজা বাহিৰলৈ ওলাই আহে আৰু মানুহকে ধৰি গৰু ছাগলীক চিকাৰ হিচাপে বাছি লয়। এনে পৰিস্থিতিতো বনবিভাগে কোনোধৰণৰ পদক্ষেপ হাতত নোলোৱাৰ অভিযোগ  উত্থাপন কৰিছে আতংকিত ৰাইজে।

Apply Now

ৰাজ্যৰ কোনো প্ৰান্তত যদি দৈনিক বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই আহিছে তাৰ বিপৰীতে আকৌ বাঘৰ আক্ৰমণত প্ৰাণ গৈছে আন বহুকেইজন লোকৰ। অন্যহাতে ৰেলৰ খুন্দাত, বিদ্যু্ৎস্পৃষ্ট হৈ অথবা অন্য কোনো কাৰণত দৈনিক গড়ে দুই-তিনিটাক হাতীয়ে মৃত্যুক সাবটি লৈছে। গভীৰ নিদ্ৰাত মগ্ন বনবিভাগে এনেধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈ  অহাৰ পিছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো  পৰিলক্ষিত হৈছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd