• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানগৰীৰ বশিষ্ঠত দীৰ্ঘ সময় ধৰি বাথৰূমত আবদ্ধ হৈ থাকিল বাঘ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2017 11:08 am
244
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতী, গঁড় আৰু বাঘে সন্ত্ৰাস চলোৱাৰ ফলত জনসাধাৰণ চৰম হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে। তাৰেই এক অনুৰূপ ঘটনা সংঘটিত হ’ল মহানগৰীৰ বশিষ্ঠৰ লতাকটা অঞ্চলত। জানিব পৰা মতে লতাকটা অঞ্চলৰ নিবাসী প্ৰতিভা দাসৰ ঘৰৰ চৌহদত নিশা স্থানীয় কোনো লোকে এটা বাঘে মুক্ত বিচৰণ কৰি থকা দেখা পায়। তেনে সময়তে ৰাইজে চিঞৰ-বাখৰ কৰাত বাঘটোৱে প্ৰতিভা দাসৰ বাথৰুমত সোমাই পৰে। স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি প্ৰায় ডেৰ ঘণ্টা সময় ধৰি বাঘটো বাথৰূমতে আবদ্ধ হৈ আছিল।

স্থানীয় ৰাইজে বশিষ্ঠ আৰক্ষীক খবৰ দিয়াত কিছু সময় পাছত ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হয়। আৰক্ষীৰ উপস্থিতিত চেগ বুজি বাঘটো বাথৰূমৰ পৰা ওলাই পলায়ন কৰে। স্থানীয় লোকে বাঘটোক লতামাকৰী বাঘ বুলি সন্দেহ কৰে। মহানগৰবাসীৰ বাবে এয়া নতুন ঘটনা নহয়। কেতিয়াবা যদি বাঘ ড্ৰয়িং ৰূমৰ আলহী হয় আন কেতিয়াবা আকৌ বাঘে বাথৰূমত প্ৰবেশ কৰে । ঘটনাস্থলীৰ পৰা বাঘটোৱে যদিও পলায়ন কৰিছিল তথাপিও লতাকটা অঞ্চলত ৰাইজৰ মাজত বৰ্তমানো বাঘৰ আতংক কমা নাই। এন্ধাৰ হৈ অহাৰ লগে লগে অঞ্চলটোত মুকলি মনেৰে চলা-ফুৰা কৰাত  শংকা বৃদ্ধি পাইছে স্থানীয় ৰাইজৰ।

Recent News

কোনো ভাৰতীয়ই কেতিয়াও পাহৰি নাযায় সেই সময়- জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাত প্ৰধানমন্ত্ৰী মোদী

কোনো ভাৰতীয়ই কেতিয়াও পাহৰি নাযায় সেই সময়- জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাত প্ৰধানমন্ত্ৰী মোদী

বোকাখাতৰ চিআৰপিএফ শিবিৰত গ্ৰেনেড বিস্ফোৰণ

বোকাখাতৰ চিআৰপিএফ শিবিৰত গ্ৰেনেড বিস্ফোৰণ

মুঠ কিমান লোকৰ মৃত্যু হ’ল আহমেদাবাদৰ বিমান দুৰ্ঘটনাত? পৰিসংখ্যা প্ৰকাশ কৰিলে গুজৰাট চৰকাৰে

মুঠ কিমান লোকৰ মৃত্যু হ’ল আহমেদাবাদৰ বিমান দুৰ্ঘটনাত? পৰিসংখ্যা প্ৰকাশ কৰিলে গুজৰাট চৰকাৰে

নতুন নিযুক্তি নহয় ভাৰতীয় ৰে’লৱেত! ঠিকাভিত্তিকভাৱে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰে খালী পদ পূৰণ কৰাৰ সিদ্ধান্ত  

নতুন নিযুক্তি নহয় ভাৰতীয় ৰে’লৱেত! ঠিকাভিত্তিকভাৱে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰে খালী পদ পূৰণ কৰাৰ সিদ্ধান্ত  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd