• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহৎ তালুকদাৰক বিহিলে পাঁচ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৪৫ লাখ টকাৰ জৰিমনা 

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2017 7:41 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৎকোচ লৈ হাতে লোটে ধৰা পৰা ধেমাজিৰ ডি এফ অ’ মহৎ তালুকদাৰক দুৰ্নীতি প্ৰতিৰোধ আইন ১৯৮৮ চনৰ ধাৰাত চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ২০ লাখ টকাৰ জৰিমনাও বিহে। আনহাতে দুৰ্নীতি প্ৰতিৰোধ আইনৰ ১৩(২) ধাৰাৰ অধিনত পাঁচ বছৰ আৰু ২৫ লাখ টকাৰ জৰিমনা বিহে বিশেষ ন্যায়াধীশৰ আদালতে। অৱশ্যে দুটা ধাৰাত ৫ আৰু ৪ বছৰৰ কাৰাণ্ডৰ ৰায় প্ৰদান কৰিলেও সৰ্বোচ্চ পাঁচ বছৰহে কাৰাগাৰত কটাব লাগিব। কিন্তু দুয়োটা ধাৰাতে বিহা জৰিমনা মুঠ ৪৫ লাখ টকা আদায় দিব লাগিব। যদিহে জৰিমনা অনাদায় হৈ থাকে তেন্তে পুনৰ দুই বছৰ কাৰাবাসতে কটাব লাগিব অসৎ পথত লিপ্ত হোৱা ডি এফ অ’ মহৎ।

মন কৰিবলগীয়া যে ২০১৬চনৰ ১৩ জুনত দুৰ্নীতি নিৰীক্ষন আৰু তদাৰকী কোষৰ হাতত এখন চালান বিহিন ট্ৰাকৰ চালকৰ পৰা ৩০হাজাৰ টকাৰ উৎকোচ লওঁতেই গ্ৰেপ্তাৰ হৈছিল মহৎ তালুকদাৰ। ইয়াৰ পিছতে ৰাজ্যবাসী স্তম্ভিত হৈছিল তালুকদাৰৰ সম্পত্তিৰ তালিকা দেখি। দুৰ্নীতি নিবাৰক শাখাই তালুকদাৰৰ ঘৰৰ পৰা ২.৭১কোটি টকা, ৯৪৫.৫৬৩ গ্ৰাম সোণৰ আ-অলংকাৰৰ লগতে বিভিন্ন বনৰীয়া জীৱ-জন্তুৰ সা-সামগ্ৰী উদ্ধাৰ কৰিছিল। সেই গোচৰৰ ভিত্তিতেই কালি আদালতে এই ৰায় প্ৰদান কৰে। কিন্তু ইয়াৰ বিপৰীতে আদালতে বন্যপ্ৰাণী আইনৰ অধিনত ডি এফ অ’ জনক দোষমুক্ত ঘোষণা কৰে।

Apply Now

উল্লেখ্য যে আদালতে পূৰ্বে দিয়া বিভিন্ন সাক্ষীবাদীৰ ভাষ্য আৰু দুৰ্নীতি নিবাৰকে দাখিল কৰা তথ্যৰ ভিত্তিতে আজি বিশেষ ন্যায়াধীশ অলকেশ ভট্টাচাৰ্যই এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। আনহাতে ৰায়দানৰ পিছত মহৎ তালুকদাৰে সংবাদ মাধ্যমৰ আগত নিজকে নিৰ্দোষী বুলি কয় আৰু তেওঁৰ বিৰুদ্ধে কোনোবাই গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি মত পোষন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd