• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীত ১৪টা কেন্দ্ৰত পোৱা যাব এন আৰ চিৰ খচৰাৰ তথ্য; ৭আগষ্ট-২৮ছেপ্তেম্বৰলৈ আপত্তি দাখিলৰ সুযোগ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
July 28, 2018 6:43 pm
এন আৰ চি
89
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ আন জিলাৰ লগতে মাজুলীতো ৩০ জুলাইৰ পুৱা ১০বজাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ খচৰা প্ৰকাশ পাব।

উল্লেখযোগ্য যে জিলাখনৰ ১৪টা নাগৰিক পঞ্জীৰ সেৱা কেন্দ্ৰৰ প্ৰত্যেকতে সেইদিনা নাগৰিকপঞ্জীৰ পূৰ্ণাংগ খচৰা ৰাজহ গাঁও ভিত্তিক প্ৰকাশৰ বাবে নাগৰিক পঞ্জীয়ক সকলক অনুমতি দি যোৱা ২৫ জুলাইত মাজুলীৰ উপায়ুক্ত তথা নাগৰিকপঞ্জীৰ জিলা পঞ্জীয়ক দেৱপ্ৰসাদ মিশ্ৰই আনুষ্ঠানিক জাননী জাৰি কৰিছে।

প্ৰতিটো নাগৰিকপঞ্জী সেৱা কেন্দ্ৰত এই পূৰ্ণাংগ খচৰাৰ প্ৰতিলিপি সৰ্বসাধাৰণ ৰাইজে চাব পৰাকৈ অহা ২৮ আগষ্ট পৰ্যন্ত উপলব্ধ হব। পূৰ্ণাংগ খচৰাত নাম বাদ পৰা পূৰ্বৰ আবেদনকাৰী সকলে খচৰাৰ পৰা নাম কৰ্তনৰ কাৰণ জানিবলৈ নিজ এলেকাৰ সেৱা কেন্দ্ৰত অহা ৭ আগষ্টৰ পৰা ২৮ ছেপ্তেম্বৰলৈকে আবেদন দাখিল কৰিব পাৰিব।

আনহাতে নাম বাদ পৰা ব্যক্তিসকলে উপযুক্ত নথি-পত্ৰসহ এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে দাবী উত্থাপন কৰি পুনৰ আবেদন দাখিলৰ বাবে অহা ৩০ আগষ্টৰ পৰা ২৮ছেপ্তেম্বৰলৈ সময় লাভ কৰিব। একেদৰে অহা ৩০ আগষ্টৰ পৰা ২৮ ছেপ্তেম্বৰৰ সময়সীমাৰ ভিতৰতে খচৰাত সন্নিবিষ্ট নাম-বয়স, ঠিকনা আদি তথ্যৰ সংশোধনীৰ লগতে অযোগ্য ব্যক্তিৰ নাম কৰ্তনৰ বাবেও আবেদন দাখিল কৰিব পাৰিব।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd