• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটা মহকুমাৰ ১২টা জ্বলন্ত সমস্যা সমাধানৰ দাবী টাই আহোম যুৱ পৰিষদৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 27, 2018 2:07 pm
photo
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ ১২ টাকৈ ৰাজহুৱা স্বাৰ্থজড়িত হৈ থকা জ্বলন্ত সমস্যা ক’ল ইণ্ডিয়াৰ যোগেদি সমাধান কৰাৰ দাবীত বিগত বৰ্ষত টাই আহোম যুৱ পৰিষদৰ মাৰ্ঘেৰিটা মহকুমা সমিতিয়ে মাৰ্ঘেৰিটা মহকুমাধিপতিৰ যোগেদি জিলা উপায়ুক্তলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল৷

কিন্তু লক্ষ্যণীয়ভাৱে আজি পৰ্যন্ত এই দাবী সমূহ পূৰণ কৰাত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত এতিয়া স্বাভাৱিকতে টাই আহোম যুৱ পৰিষদৰ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ নেতা-কৰ্মীসকল ক্ষুন্ন হৈ পৰা পৰিলক্ষিত হৈছে।

Apply Now

উল্লেখ্য যে মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত উত্তৰ-পূৱ কয়লাক্ষেত্ৰই বৃটিছ আমোলৰ দিনৰ পৰা কয়লাৰাণী ‘পাটকাই পৰ্ব্বত’ক খান্দি ধ্বংস কৰি অহাৰ বাবে সংগঠনটোৰ নেতৃবৃন্দই এই সমস্যা সন্দৰ্ভত সমাধানৰ দাবী তুলি স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

প্ৰতি বছৰে গছপুলি ৰোপণ কৰা, কয়লাক্ষেত্ৰৰ অন্তৰ্গত সংগঠিত হোৱা ভূমিস্খলন বা প্ৰাকৃতিক দুৰ্য্যোগত দুৰ্গতক ক্ষতিপূৰণ দিয়া, দিহিং পাটকাই সমন্বয় ক্ষেত্ৰত থকা সম্পদ সমূহ সংৰক্ষণ কৰাৰ লগতে সমন্বয় ক্ষেত্ৰত এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা, জাগুন অঞ্চলত এটি অতিথিশালা নিৰ্মাণ কৰা, কয়লাক্ষেত্ৰ খনৰ আশে-পাশে থকা ভাটা সমূহৰ লগতে প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাকে আদি কৰি বাৰদফীয়া দাবীৰে স্মাৰক পত্ৰখন তিনিচুকীয়া জিলা প্ৰশাসনক প্ৰদান কৰিছিল।

ইয়াৰ উপৰি সামাজিক দায়বদ্ধতাৰ আঁচনিৰ জৰিয়তে মাৰ্ঘেৰিটা মহকুমাৰ গাঁও সমূহত চিকিৎসা শিৱিৰৰ ব্যৱস্থা কৰাৰ লগতে মহকুমাটোৰ দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰশিক্ষণৰ সুবিধাৰ্থে অতি কমেও ৫০টা কম্পিউটাৰ যোগান ধৰিবলৈও উক্ত স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনাইছিল৷

তৎকালীন ভাৱে  উত্তৰ-পূৱ কয়লাক্ষেত্ৰই উপৰোক্ত দাবী সমূহ পূৰণ নকৰিলে বৃহত্তৰ গণস্বাৰ্থক নেওচা দিয়া ক’ল ইণ্ডিয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক ভাবে আন্দোলন গঢ়ি তোলা হ’ব বুলি এক প্ৰেছ বাৰ্তাৰ জৰিয়তে সংগঠনটোৰ সাধাৰণ সম্পাদক জানা সন্দিকৈয়ে হুংকাৰ প্ৰদান কৰে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd