• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰী উপস্থিত থকা সভাতে শংকৰদেৱ আৰু ভূপেন হাজৰিকাক লৈ আৰ এছ এছ নেতাৰ আজৱ মন্তব্য

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2018 4:58 pm
gopal_1
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এখন সভাত গোপাল কৃষ্ণ নামৰ আৰ এছ এছৰ এজন নেতাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু অসমৰ বিশ্ব বিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকা সন্দৰ্ভত অতি বিতৰ্কিত মন্তব্য কৰে। তেওঁ শংকৰদেৱে অসমৰ বাবে একো লিখা নাই বুলি কয়। তেওঁ যি লিখিছিল সেয়া সকলো ভাৰতৰ কথাহে বুলি আজৱ মন্তব্য কৰে। আনহাতে ড০ ভূপেন হাজৰিকায়ো গংগাৰ কথাহে লিখিছিল বা গাইছিল বুলি কয় নেতাজনে।

উল্লেখযোগ্য যে এই আৰ এছ এছ নেতাজনৰ এনে অদ্ভুত মন্তব্যৰ সময়ত অনুষ্ঠানটোত ৰাজ্যখনৰ স্বয়ং মুখ্য মন্ত্ৰীজনো উপস্থিত আছিল। সততে শংকৰদেৱৰ আদৰ্শৰ কথা কোৱা মুখ্য মন্ত্ৰীৰ একো প্ৰতিক্ৰিয়া দেখা নগ’ল এই বিতৰ্কিত মন্তব্যটোৰ।

Apply Now

আজিৰ অনুষ্ঠানটোত আৰ এছ এছৰ নেতাজনে আলফাক কটাক্ষ কৰিও মন্তব্য কৰে। তেওঁ কয় যে autonomous শব্দটোৰ বানান লিখিব নজনাসকলে স্বাধীনতা দাবী কৰে।

তেওঁ স্বাধীনতাৰ প্ৰাকমুহূৰ্তত ব্ৰিটিছে অসমক হিন্দু সংখ্যালঘু ৰাজ্য ঘোষণা কৰি পাকিস্তানৰ সৈতে চামিল কৰিবলৈ ষযড়ন্ত্ৰ কৰিছিল বুলিও মন্তব্য কৰে।

আনহাতে বিশ্ববিদ্যালয়ৰ দৰে গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত এনেকুৱা এজন নেতাক নিমন্ত্ৰণ কৰি বিশ্ববিদ্যালয়খনৰ গাম্ভীৰ্য্য আৰু শৈক্ষিক মৰ্য্যাদাত আঘাত কৰা বুলিও একাংশ সচেতন নাগৰিকে মত প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে কিছু দিনৰ পূৰ্বে একেদৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদতো মি. ৰাজকুমাৰ খ্যাত ৰাজকুমাৰ ঠাকুৰীয়া নামৰ এজন গুণ-মান নথকা স্বয়ম্ভু শিল্পী-অভিনেতাক অনুষ্ঠান পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা বাবেও এক বিতৰ্কৰ সূত্ৰপাত হৈছিল। বিশ্ববিদ্যালয়ৰ দৰে অনুষ্ঠানত পতা অনুষ্ঠানত যিকোনো লোকক ভাষণ দিবলৈ মতাটো উচ্চ শিক্ষাৰ অনুষ্ঠানবিলাকৰ বাবে মৰ্য্যাদা হানিকৰ বুলি মন্তব্য কৰিছে এই লোকসকলে।

এই খিনিতে মনত পেলাব পাৰি যে ৰাজ্যখনৰ যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিৰ বহিৰাগত নেতাই মহাপুৰুষজনাক বাবা চংকৰদেৱ বুলি কৈ বিতৰ্ক সৃষ্টি কৰিছিল। সাধাৰণতে হিন্দী বলয়ৰ সংস্কৃতি-সভ্যতাৰ বাহিৰৰ কথা মুঠেও নজনা এইসকল নেতা আহি অসমত বিভিন্ন বিতৰ্কিত মন্তব্য কৰাটো এটা স্বাভাৱিক গতিধাৰাত পৰিণত হোৱা দেখা গৈছে। এজন বিজেপিৰ নেতাই চুকাফাই মোগলক ১৭বাৰ পৰাজিত কৰিছিল বুলিও হাস্যকৰ মন্তব্য কৰিছিল প্ৰায় দুবছৰ পূৰ্বে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd