• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

নিপাহ ভাইৰাছত বহুকেইজন লোক আক্ৰান্ত বুলি ভুৱা প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব মেঘালয় চৰকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2018 4:46 pm
NipahVirus
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ত কালি (২৮ মে’ত) আচহুৱা ৰোগৰ লক্ষণযুক্ত বহু কেইজনক লোকক ৱিলিয়ামনগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু এইসকল শেহতীয়া আতংক নিপাহ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত বুলি ওলোৱা খবৰটো ভিত্তিহীন বুলি মেঘালয় চৰকাৰৰ Integrated Disease Surveillance Programme ৰ ৰাজ্যিক নিৰীক্ষণ বিষয়াই জানিবলৈ দিছে। নিৰীক্ষণ বিষয়া ডাঃ এল এম পদাহে কয় যে এই বাতৰিটোৰ কোনো ভিত্তি নাই আৰু বাৰ্তাটোত উল্লেখ থকাৰ দৰে ৱিলিয়ামনগৰ অসামৰিক হস্পিটেলত ডাঃ বাসন্তী আৰ চাংমা নামৰ কোনো চিকিৎসক নাই।

আনহাতে মেঘালয় চৰকাৰৰ চিকিৎসা বিভাগে পূব গাৰো পাহাৰ জিলাত আতংকৰ সৃষ্টি কৰা এই ভুৱা বাতৰিটো প্ৰচাৰ কৰা চক্ৰবোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবী কৰিছে।

Apply Now

ডাঃ পদাহে কয় যে তেওঁ  ৱিলিয়ামনগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসা অধীক্ষক ডাঃ জে মাৰাকৰ সৈতে কথা পাতিছে আৰু তেওঁ এই খবৰটোৰ কোনো ভিত্তি নাই বুলি জানিবলৈ দিয়ে।

অধীক্ষকজনে এনেবোৰ কথাক লৈ ধেমালি নকৰিবলৈও সকলোকে সকীয়াই দিয়ে। এইটো চাইবাৰ অপৰাধৰ ভিতৰতো পৰে আৰু এই অপপ্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত বুলি তেওঁ ডাঃ পদাহৰ আগত কয়।

উল্লেখযোগ্য যে আচহুৱা ধৰণৰ ৰোগত আক্ৰান্ত হৈ বহুকেইজন লোক কালি ৱিলিয়ামনগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈছে বুলি কালি বাতৰি প্ৰচাৰ হৈছিল (এই বাতৰিটো নৰ্থ-ইষ্ট নাও-য়েও জনসাধাৰণৰ স্বাৰ্থত প্ৰচাৰ কৰিছিল)।

কিন্তু ঘাইকৈ হোৱাটছ-এপৰ জৰিয়তে দ্ৰুত গতিত বিয়পি পৰা এই খবৰটোৱে মেঘালয়ৰ ঠাই বিশেষত আতংকৰ সৃষ্টি কৰাত চৰকাৰৰ বিভাগবোৰে ইয়াৰ অনুসন্ধান কৰে আৰু ভিত্তিহীন বুলি স্পষ্টকৈ সৰ্বসাধাৰণৰ জ্ঞাতাৰ্থ জনায়।

মন কৰিব লগীয়া যে বাতৰিটোত ৱিলিয়ামনগৰ অসামৰিক চিকিৎসালয়খনৰ ডাঃ বাসন্তী আৰ চাংমা নামৰ এগৰাকী চিকিৎসকৰ উদ্ধৃতি দিয়া হৈছিল, যি নামৰ চিকিৎসক চিকিৎসালয়খনত নায়েই। আনহাতে ফাদাৰ জেইমছ চাংমা নামৰ এজন আক্ৰান্ত ৰোগীৰ কথাও কোৱা হৈছিল ভুৱা বাতৰিটোত।

লগতে কোৱা হৈছিল যে লিচু খোৱাৰ ফলতে এই ৰোগ হৈছে। যিহেতু লিচু বাদুলিৰ প্ৰিয় খাদ্য আৰু বাদুলিৰ জৰিয়তে নিপাহ নামৰ এবিধ ভাইৰাছে শেহতীয়াকৈ ভাৰতত ত্ৰাসৰ সৃষ্টি কৰিছে, সেয়ে বাতৰিটোত সৰ্বসাধাৰণ আতংকিত হৈ পৰিছিল।

উল্লেখযোগ্য যে যোৱা কিছু দিন ধৰি বাদুলিৰ পৰা বিয়পিব পৰা নিপাহ ভাইৰাছ (nipah virus) নামৰ এবিধ বীজাণুজনিত নতুন ৰোগে ভাৰতত আতংকৰ সৃষ্টি কৰিছে। কেৰেলাত এই ভাইৰাছবিধে ইতিমধ্যে ১২জনৰো অধিক লোকৰ প্ৰাণ লৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am
সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd