• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

মেঘালয়ত শিক্ষক নিযুক্তিৰ অনিয়মৰ সৈতে জড়িত থকা আন আন জনপ্ৰতিনিধিসকলৰ বিৰুদ্ধেও একেই ব্যৱস্থা লোৱা হ’বনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2018 11:18 am
Ampareen Lyngdoh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনমুখী মেঘালয়ত কালি চি বি আয়ে এজন মন্ত্ৰী আৰু অতিৰিক্ত মুখ্য সচিবৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত গোচৰ ৰুজু কৰাৰ পিছত এই প্ৰশ্ন উঠিছে যে উক্ত ২০০৮-২০০৯ চনৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক নিযুক্তিৰ অনিয়মৰ সৈতে জড়িত থকা আন আন জনপ্ৰতিনিধিসকলৰ বিৰুদ্ধেও একেই ব্যৱস্থা লোৱা হ’বনে নহয়?

উল্লেখযোগ্য যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে কালি মেঘালয়ৰ তদানীন্তন শিক্ষা মন্ত্ৰী তথা বৰ্তমানৰ শ্ৰম মন্ত্ৰী আমপাৰীন লিংডোৰ বিৰুদ্ধে সহকাৰী শিক্ষক নিযুক্তিত দুৰ্নীতিৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ 120B, 167, 466, 408 আৰু 34 ধাৰাত গোচৰ ৰুজু কৰিছিল। মন্ত্ৰীজনৰ লগতে মেঘালয়ৰ অতিৰিক্ত মুখ্য সচিব পি এছ থাংখিউৰ বিৰুদ্ধেও একেটা দুৰ্নীতিত অভিযুক্ত কৰি গোচৰ ৰুজু কৰা হৈছে।

Apply Now

এই খিনিতে ক’ব পাৰি যে চি বি আয়ে দুৰ্নীতিৰ অভিযোগত মন্ত্ৰীগৰাকী আৰু অতিৰিক্ত মুখ্য সচিবৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে মেঘালয় উচ্চ ন্যায়ালৰ নিৰ্দেশত। লিংডো শিক্ষা মন্ত্ৰী হৈ থকা সময়ত ৰাজ্যখনৰ মুঠ ১৫ টা কেন্দ্ৰত উক্ত সহকাৰী শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো সম্পন্ন কৰা হৈছিল, যি সময়ত বৰ্তমানৰ অতিৰিক্ত মুখ্য সচিবজন শিক্ষা বিভাগৰ প্ৰধান সচিব হৈ আছিল।

মেঘালয় উচ্চ ন্যায়ালয়ে ইয়াৰ ৰায়টোৰ জৰিয়তে ইয়াৰে পাঁচটা কেন্দ্ৰত হোৱা নিৰ্বাচন প্ৰক্ৰিয়াক বাতিল কৰাৰ লগতে ১০ টা কেন্দ্ৰৰ শিক্ষক নিৰ্বাচন প্ৰক্ৰিয়াৰ নতুনকৈ চি বি আইৰ তদন্তৰ নিৰ্দেশ দিছে আৰু ছমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে।

আনহাতে কিছু বছৰ পূৰ্বে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে কৰা তদন্তত, পাঁচটা কেন্দ্ৰ ক্ৰমে শ্বিলং, জোৱাই, আমলাৰেম, তুৰা আৰু দাদেনগ্ৰীত শিক্ষক নিৰ্বাচন প্ৰক্ৰিয়াত ব্যাপক অনিয়ম হোৱাৰ তথ্য পাইছিল। চিবিআয়ে ইয়াৰ প্ৰতিবেদনত আমপাৰীন লিংডো আৰু অন্যান্য কেইবাজনো জন প্ৰতনিধিৰ নাম সহকাৰী শিক্ষক নিৰ্বাচনৰ বাবে নিজৰ নিজৰ তালিকা দিয়া বুলি তথ্য দাখিল কৰিছিল। এই জন প্ৰতিনিধিসকলৰ ভিতৰত বৰ্তমানৰ উপ-মুখ্য মন্ত্ৰী আৰ চি লালুকে ধৰি প্ৰায় ১৫জন জন প্ৰতিনিধি।

উল্লেখযোগ্য যে ৰাজ্যখনৰ সমাগত নিৰ্বাচনৰ পৃষ্ঠভূমিত এই ঘটনাই অতি গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সম্ভাৱনা আছে। কাৰণ ৰাজ্যখনত নতুনকৈ টঙালি বন্ধা বিজেপিয়ে শাসনাধিষ্ঠিত কংগ্ৰেছৰ বিৰুদ্ধে দুৰ্নীতিকে মূল ইচ্ছ্যু কৰি লোৱাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd