• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

মেঘালয়ৰ নিৰ্বাচন : নীতিবিৰুদ্ধ প্ৰচাৰ চলোৱা বুলি বিজেপিয়ে অভিযোগ দিলে বেচৰকাৰী এফ এম ৰেডিঅ’ৰ বিৰুদ্ধে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2018 5:53 pm
Meghalaya_Election

ভোটদানৰ পিছত এগৰাকী ভোটাৰ, মেঘালয়ত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি মেঘালয়ত প্ৰায় শান্তিপূৰ্ণভাৱে ভোটদান সম্পূৰ্ণ হয়। ৰাজ্যখনত ভোটাদানৰ হাৰ আশা কৰাতকৈ কম হোৱা দেখা যায়। সাম্প্ৰতিক সময়ছোৱাত সকলো ৰাজ্যতে ভোটদানৰ হাৰ যথেষ্ট বেছি হোৱা দেখা যায় যদিও মেঘালয়ত এই হাৰ আবেলি ৫ বজালৈকে ৬০ শতাংশৰ সামান্য বেছি বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে ৰাজ্যখনত ভোটদান সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰা বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছিল। ৰাজ্যখনত সুৰক্ষা বাহিনীৰ মুঠ ১০৬টা কোম্পানী নিয়োগ কৰা হৈছে।

Apply Now

যোৱা ২৪ ফেব্ৰুৱাৰিত নিষিদ্ধ ঘোষিত গাৰো নেশ্যনেল লিবাৰেশ্যন আৰ্মিৰ (জি এন এল এ) সেনাধ্যক্ষ ছোহান ডি ছিৰাক মেঘালয় আৰক্ষীৰ কমাণ্ডোৱে গুলীয়াই হত্যা কৰাৰ পৰিপ্ৰেক্ষিতত গাৰোপাহাৰৰ পৰিস্থিতি চেপা উত্তেজনাৰ মাজত আছিল। কিন্তু আজি বিশেষ একো গণ্ডগোল নোহোৱাকৈ ভোটদান সম্পন্ন হয়।

আনহাতে আজি দুপৰীয়াৰ ভাগত নীতিবিৰুদ্ধ প্ৰচাৰ চলোৱা বুলি নিৰ্বাচন আয়োগৰ ওচৰত মেঘালয় ৰাজ্যিক বিজেপিয়ে এটা বেচৰকাৰী এফ এম ৰেডিঅ’ৰ বিৰুদ্ধে অভিযোগ দিলে।

BJP_Complain
মেঘালয় বিজেপিয়ে নিৰ্বাচন আয়োগক দিয়া অভিযোগপত্ৰখন।

অভিযোগ পত্ৰখনত কোৱা হৈছে ৰেডিঅ’ মিৰ্চি নামৰ (৯১.১ এফ এম) এফ এম চেনেলটোৱে নীতিবিৰুদ্ধ কথাৰ প্ৰচাৰ চলাইছে, যিটোত চলিত নিৰ্বাচনী প্ৰক্ৰিয়াটোক সাম্প্ৰদায়িক ৰূপ দিয়াৰ উদ্দেশ্য থাকিব পাৰে। অভিযোগপত্ৰখনত দিয়ামতে, ৰেডিঅ’ চেনেলটোৱে খ্ৰীষ্টান বিৰোধী দলক ভোট নিদিব বুলি বাৰ্তা প্ৰচাৰ কৰিছিল।

আজি দিয়া অভিযোগত কোৱা হৈছে যে ২৭ ফেব্ৰুৱাৰিৰ ১২.৪৮ বজাতো ৰেডিঅ’ চেনেলটোৰ এগৰাকী মহিলা ৰেডিঅ’ জকিয়ে একে ধৰণৰ বাৰ্তা প্ৰচাৰ কৰি আছে।

অভিযোগপত্ৰখনত ভাৰতীয় জনতা পাৰ্টীৰ অংকুৰ কুমাৰৰ স্বাক্ষৰ আছে। পত্ৰখনত কোৱা হৈছে যে এনেকুৱা বিভাজনমূলক বিজ্ঞাপনে নিৰ্বাচনক সাম্প্ৰদায়িক ৰূপ দিব পাৰে আৰু লগে লগে বন্ধ কৰা উচিত। ৰেডিঅ’ চেনেলটোৰ লগতে বিজ্ঞাপন দিওঁতাৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈও পত্ৰখনত দাবী জনোৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm
নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

September 4, 2026 2:46 pm
ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm
নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

September 4, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd