• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয়ৰ প্ৰতিষ্ঠাৰ ৪৬ বছৰ : আয়োজন নহ’ল কোনো অনুষ্ঠানৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2018 3:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয় (মেঘৰ আলয়) এ দেওবাৰে ইয়াৰ প্ৰতিষ্ঠাৰ ৪৬ বৰ্ষত ভৰি দিলে। কিন্তু খ্ৰীষ্টান অধ্যুষিত ৰাজ্যখনত দেওবাৰ হোৱা বাবে প্ৰতিষ্ঠা দিৱসৰ কোনো আনুষ্ঠানিক আয়োজন দেখা পোৱা নগ’ল।

সোমবাৰে মেঘালয়ৰ ছছো থাম প্ৰেক্ষাগৃহত এটি চৰকাৰী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত উপস্থিত থাকিব মেঘালয়ৰ ৰাজ্যপাল গংগা প্ৰসাদ।

Apply Now

ৰাজ্যপালে প্ৰতিষ্ঠা দিৱস উপলক্ষে দিয়া বাৰ্তাত পাহাৰীয়া ৰাজ্যখনৰ জনসাধাৰণক তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰসাদে ব্যক্ত কৰে যে ইয়াৰ প্ৰাকৃতিক তথা খনিজ সম্পদ আৰু ইয়াৰ প্ৰতিভাৱান লোকৰ বাবে মেঘালয়ৰ বিশাল সম্ভাৱনা আছে।

৪৬ বৰ্ষত খোজ দিয়াৰ সময়ত মেঘালয়ৰ জনসংখ্যা ৩.২ নিযুত। বিকাশৰ দিশৰ পৰা ৰাজ্যখন এতিয়াও বহু পিছ পৰি আছে।

অসমৰ দুখন জিলা সংযুক্ত খাচী পাহাৰ আৰু জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰক লৈ মেঘালয় গঠন কৰা হৈছিল। পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়াৰ আগতে ১৯৭০ চনত মেঘালয়ক অৰ্দ্ধ স্বায়ত্ত্ব শাসনৰ মৰ্যাদা দিয়া হৈছিল।

উনবিংশ শতিকাত ব্ৰিটিছ প্ৰশাসনৰ অধীনলৈ অহাৰ আগতে খাচী, গাৰো আৰু জয়ন্তীয়াসকলৰ নিজৰ সাম্ৰাজ্য আছিল। ১৮৩৫ চনত ব্ৰিটিছে মেঘালয়ক অসমৰ অন্তৰ্ভুক্ত কৰি লৈছিল।

১৯০৫ চনৰ ১৬ অক্টোৱৰত লৰ্ড কাৰ্জনে বংগৰ বিভাজন ঘটোৱাত মেঘালয় নতুন পূব বংগ আৰু অসমৰ অংশ হৈ পৰে। অৱশ্যে ১৯১২ চনত পুনৰীক্ষণৰ সময়ত মেঘালয় অসম প্ৰদেশৰ অংশ হৈ পৰে।

এখন সুকীয়া পাহাৰীয়া ৰাজ্যৰ বাবে ১৯৬০ চনত এক আন্দোলন আৰম্ভ হৈছিল আৰু অসম পুনৰ্গঠন (মেঘালয়) আইন ১৯৬৯ অনুসৰি মেঘালয়ক ৰাজ্য হিচাপে স্বায়ত্ত্ব শাসনৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

এই আইন ১৯৭০ চনৰ ২ এপ্ৰিলত কাৰ্যকৰী কৰা হয় আৰু অসমৰ পৰা পৃথক হৈ মেঘালয় ৰাজ্যৰ জন্ম হয়।

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্ত্ব শাসিত ৰাজ্যখনৰ ৩৭ জন সদস্যযুক্ত বিধান পৰিষদ আছিল।

১৯৭১ চনত সংসদত উত্তৰ পূব এলেকা (পুনৰ্গঠন) আইন ১৯৭১ গৃহিত হয় আৰু স্বায়ত্ত্ব শাসিত ৰাজ্য মেঘালয়ক পূৰ্ণ ৰাজ্যলৈ পৰিৱৰ্তন কৰা হয়।

১৯৭২ চনৰ ২১ জানুৱাৰিত মেঘালয়ে ইয়াৰ ৰাজ্যৰ মৰ্যাদা লাভ কৰে আৰু ইয়াৰ নিজাকৈ ৬০ সদস্যযুক্ত বিধানসভা লাভ কৰে।

ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭২ চনৰ ২১ জানুৱাৰিত পল’ গ্ৰাউণ্ডত উপস্থিত হয় আৰু অসমৰ পৰা পৃথক এখন ৰাজ্য হিচাপে মেঘালয়ৰ জন্মৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

September 4, 2026 7:24 am
শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

September 4, 2026 7:24 am
শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd