• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ম্যানমাৰৰ কেন্দ্ৰীয় শান্তি সন্মিলনলৈ এন এছ চি এন খাপলাঙক আমন্ত্ৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2017 4:17 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি পাংলঙত হ’ব লগা কেন্দ্ৰীয় শান্তি সন্মিলন-একবিংশ শতিকাৰ তৃতীয় বৈঠকত অংশ গ্ৰহণ কৰিবৰ বাবে ম্যানমাৰৰ শান্তি সমিতিয়ে যোৱা ২৮ ডিচেম্বৰত এন এছ চি এন খাপলাঙক আমন্ত্ৰণ জনাইছে। য়েংগনৰ জাতীয় পুনৰ মিলন আৰু শান্তি কেন্দ্ৰত বৃহস্পতিবাৰে শান্তি সন্মিলন আৰু এন এছ চি এন খাপলাঙৰ এক বৈঠকৰ পিছতে সন্মিলনৰ অধ্যক্ষ ড০ টিন ম্য’ ৱিনে এন এছ চি এন খাপলাঙক উক্ত সন্মিলনলৈ আমন্ত্ৰণ জনায়। অহা মাহত হ’ব লগীয়া কেন্দ্ৰীয় শান্তি সন্মিলনত অংশ গ্ৰহণ আৰু নাগা পাৰ্বত্য অঞ্চল সমূহৰ সুস্থিৰতা আৰু উন্নয়নৰ সম্পৰ্কে উক্ত বৈঠকত দুয়ো পক্ষই আলোচনা কৰিব। উল্লেখযোগ্য যে ২০১২ চনৰ পৰা এপ্ৰিলৰ পৰা এন এছ চি এন খাপলাঙে প্ৰদেশিক পৰ্যায়ত অস্ত্ৰ বিৰতি চুক্তি স্বাক্ষৰ কৰিছে যদিও এতিয়ালৈকে ই ৰাষ্ট্ৰজোৰা অস্ত্ৰ বিৰতি চুক্তিত স্বাক্ষৰ কৰা নাই। ২০০০ চনৰ পৰা তেওঁলোকৰ তাতমাদৌ (ম্যানমাৰ সেনা) ৰ সৈতে কোনো সংঘৰ্ষ হোৱা নাই। ২০১৬ চনৰ ২ জুলাইত কেন্দ্ৰীয় শান্তি সন্মিলন-একবিংশ শতিকা পাংলং অনুষ্ঠিত কৰা সন্দৰ্ভত এন এছ চি এন খাপলাঙে আয়োজক সমিতিৰ সৈতে এক বৈঠকত মিলিত হয়। এই আয়োজক সমিতিখনৰ ওপৰতে সন্মিলখনৰ সফল ৰূপায়ণ আৰু সংশ্লিষ্ট সকলো পক্ষকে এক গোট কৰাৰ দায়িত্ব ন্যস্ত হৈছে। কেন্দ্ৰীয় শান্তি আলোচনাৰ যুটীয়া সমিতিৰ (Union Peace Dialogue Joint Committee-UPDJC) সম্পাদক উ হ্লা মং স্বে জনায়, ‘আমি তেওঁলোকক ৰাষ্ট্ৰজোৰা যুদ্ধ বিৰতি চুক্তি সন্দৰ্ভত বিবেচনা কৰাৰ বাবে অনুৰোধ কৰিছো। আমি লগতে আশা কৰিছো যে এন এছ চি এনে আহি থকা সন্মিলখনত অংশ গ্ৰহণ কৰিব।’ এন এছ চি এন খাপলাঙৰ শান্তি সমিতিৰ এজন সদস্য উ কোৱাই ৱান চেইনে জনায়, ‘আমি যোৱা এবছৰ ধৰি ইয়াত নাই। নুতন চৰকাৰক আমি এতিয়ালৈকে লগ কৰা নাই। আমি চৰকাৰৰ লগত আলোচনা কৰিব খোজা প্ৰধান কাৰণ হৈছে আমি অঞ্চলটোৰ শান্তি আৰু সুস্থিৰতা বিচাৰো। আমি দুয়ো পক্ষৰ মাজৰ সম্পৰ্ক আৰু বিশ্বাস শক্তিশালী কৰিব খোজো। আমি সিদ্ধান্ত লৈছো যে আমি শান্তি সমিতিৰ সৈতে সম্পৰ্ক স্থাপন কৰা উচিত।’ উক্ত দ্বিপাক্ষিক বৈঠকত শান্তি সমিতিৰ উপাধ্যক্ষ উ ঠেইন জ আৰু অন্যান্য সদস্য আৰু এন এছ চি এন শান্তি সমিতিৰ অধ্যক্ষ উ এন কান্ট, উ চ টিন আৰু এন এছ চি এনৰ অন্যান্য সদস্য উপস্থিত থাকে।

 

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd