• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

যিকোনো প্ৰকাৰে ব্ৰু শৰণাৰ্থী প্ৰত্যাৰ্পণৰ প্রস্তুতি চলাব মিজোৰাম চৰকাৰে

ছাংজুৱালা মাৰ by ছাংজুৱালা মাৰ
July 18, 2018 5:10 pm
20regbru_184242

উৎস : গুগল

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিজোৰামৰ অতিৰিক্ত গৃহ সচিব  লালবিয়াকজামাই অলপতে প্ৰকাশ কৰিছে যে উত্তৰ ত্ৰিপুৰাৰ ব্ৰু শৰণাৰ্থী শিবিৰত আশ্ৰয় লৈ থকা ব্ৰু শৰণাৰ্থীসকলক মিজোৰামলৈ যিকোনো প্ৰকাৰে ঘূৰাই অনাৰ বাবে প্ৰস্তুতি কৰি থকা হৈছে। ইতিমধ্যে একাংশ ব্ৰু শৰণাৰ্থীয়ে কেন্দ্ৰৰ পৰা আৰু অধিক সুবিধা দাবী কৰি এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি আছে আৰু আনফালে মিজোৰাম চৰকাৰে তেওঁলোকক প্ৰত্যাৰ্পণ প্ৰক্ৰিয়াৰ মাজেৰে মিজোৰামলৈ ওভোতাই অনাৰ পৰিকল্পনা যুগুত কৰাত ব্যস্ত হৈ আছে।

ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ছেপ্টেম্বৰ মাহ শেষ হোৱাৰ আগে আগে ব্ৰু শৰণাৰ্থীসকলক উত্তৰ ত্ৰিপুৰাৰ পৰা মিজোৰামলৈ প্ৰত্যাৰ্পণৰ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ নিৰ্দেশ দিছে।

Apply Now

উল্লেখ্য যে জুলাইৰ ৩ তাৰিখে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে আহ্বান কৰা এখন সভাত ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেব, মিজোৰামৰ মুখ্য মন্ত্ৰী লাল থানহাৱালা, মিজোৰাম ব্ৰু উদ্বাস্তু লোকৰ ফ’ৰামে (Mizoram Bru Displaced Peoples Forum) প্ৰায় ২২ বছৰ পাছত ব্ৰু শৰণাৰ্থীক প্ৰত্যাৰ্পণ কৰাৰ এটা সৰ্বসন্মত সিদ্ধান্তত উপনীত হৈছিল।

অৱশ্যে নৈসিংপাৰা শৰণাৰ্থী শিবিৰত বাস কৰা কেইবাগৰাকীও শৰণাৰ্থীয়ে স্বাক্ষৰিত চুক্তিখনৰ বিৰুদ্ধে তেওঁলোকৰ অসন্তুষ্টি ব্যক্ত কৰি  অনশনত বহিছিল। তেওঁলোকৰ বক্তব্য হৈছে পুনঃসংস্থাপনৰ এই চুক্তিত বেছিভাগ গুৰুত্বপূৰ্ণ দিশ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে এৰাই গৈছে।

ব্ৰু শৰণাৰ্থীসকলে প্ৰতিবাদ কৰি থকা স্বত্তেও মিজোৰাম চৰকাৰে উত্তৰ ত্ৰিপুৰাৰ কাঞ্চনপুৰ মহকুমাত ১৯৯৭ চনৰ পৰা বাস কৰি অহা ব্ৰু শৰণাৰ্থীসকলক মিজোৰামলৈ ওভোতাই নিয়াৰ বাবে চেষ্টা কৰি আছে।

আমাৰ চিন্তাৰ বিষয় হৈছে প্ৰত্যাৱৰ্তনৰ বাবে এটা ইতিবাচক বাতাৱৰণ সৃষ্টি কৰা ‘‘আৰু স্বাক্ষৰিত হোৱা চুক্তি অনুসৰি তেওঁলোকৰ পুনঃসংস্থাপনৰ ব্যৱস্থা কৰা’’ মিজোৰাম চৰকাৰৰ অতিৰিক্ত গৃহ সচিব লালবিয়াকজামাই কয়।

উল্লেখ্য যে কালি মিজোৰাম ব্ৰু উদ্বাস্তু লোকৰ ফ’ৰামৰ সভাপতি এ ছাৱিবুংগাই কেইদিন মান আগতে শৰণাৰ্থীসকলৰ হৈ তেওঁ নিজেই স্বাক্ষৰ কৰা চুক্তিখন ভংগ কৰি প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ কৰিছে যে ব্ৰু শৰণাৰ্থীসকলে এই চুক্তিখনৰ বিৰুদ্ধে কৰা তীব্ৰ প্ৰতিবাদৰ বাবে তেওঁ এই চুক্তি ভংগ কৰিছে। পত্ৰখনত আৰু কোৱা হৈছে যে শৰণাৰ্থীসকলে এই চুক্তি ভংগ কৰাৰ বাবে দাবী জনাই মিজোৰাম ব্ৰু উদ্বাস্তু লোকৰ ফ’ৰামৰ কাৰ্যালয় ঘেৰাও কৰিছিল।

ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা শৰণাৰ্থীসকলে কেন্দ্ৰ চৰকাৰৰ পৰা আৰু অধিক সা-সুবিধা দাবী কৰিছিল। তাৰে ভিতৰত আছে ৫০০কৈ পৰিয়াল অন্তৰ্ভুক্ত হ’ব পৰাকৈ ক্লাষ্টাৰ গাঁও নিৰ্মাণ কৰা, এবাৰতে পুনৰ্বাসন বিত্তীয় সহায়তা প্ৰদান কৰা এখন উন্নয়ন পৰিষদ গঠন কৰা, প্ৰত্যাৰ্পিত ব্ৰু শিক্ষাৰ্থীৰ বাবে দ্ৰোণাচাৰ্য বিদ্যালয় স্থাপন কৰা আৰু সমগ্ৰ বছৰ জুৰি অৰ্ধ-সামৰিক বাহিনীৰ দ্বাৰা গাঁওসমূহত নিৰাপত্তাৰ ব্যৱস্থা কৰা।

ছাংজুৱালা মাৰ

ছাংজুৱালা মাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd