• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

লালদুৰ্গৰ অৱসান: ত্ৰিপুৰাত বিজেপি মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ শপত গ্ৰহণ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2018 1:54 pm
Biplab-oat
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৫ বছৰীয়া বাওঁপন্থী শাসনক ওফৰাই ত্ৰিপুৰাত ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা বিজেপিৰ মুখ্যমন্ত্ৰী ৰূপে আজি শপত গ্ৰহণ কৰিলে বিপ্লৱ কুমাৰ দেৱে।

শুকুৰবাৰে আগৰতলাৰ আছাম ৰাইফলছৰ খেলপথাৰত অনুষ্ঠিত অনুষ্ঠানটোত বিপ্লৱ কুমাৰ দেৱক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় ৰাজ্যপাল তথাগত ৰয়ে।

Apply Now

উল্লেখ্য যে ত্ৰিপুৰাৰ দশম গৰাকী মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰা বিপ্লৱ কুমাৰ দেৱৰ সৈতে উপ-মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে বিজেপিৰ জনজাতীয় নেতা জিষ্ণু দেৱবাৰ্মাই। তদুপৰি ১০ গৰাকী মন্ত্ৰীয়েও একেলগে পদ আৰু গোপনীয়তাৰ শপত লয়।

ত্ৰিপুৰাৰ নৱ নিৰ্বাচিত বিজেপি-আইপিএফটি মিত্ৰজোঁট চৰকাৰৰ আজিৰ এই ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ পিতামহ লালকৃষ্ণ আদৱানি, ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজ, জ্যেষ্ঠ নেতা ৰাম মাধৱ, সুনীল দেওধৰ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’, অসমৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি বহু জ্যেষ্ঠ নেতা- কৰ্মী উপস্থিত আছিল।

আনহাতে বিগত ২০ বছৰ ধৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা মাণিক সৰকাৰো শপত গ্ৰহণত উপস্থিত আছিল।

উল্লেখ্য যে ৰাজ্যখনত বিজেপিৰ জয়লাভৰ পাছত আজি অনুষ্ঠিত এই শপত গ্ৰহণ সমাৰোহক লৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ দেখা গৈছিল।

শুকুৰবাৰে পুৱাৰে পৰা বহু সহস্ৰাধিক বিজেপি কৰ্মকৰ্তাই গেৰুৱা পতাকা হাতত লৈ ভিৰ কৰিছিলহি আগৰতলাৰ আছাম ৰাইফলছৰ খেলপথাৰত।

প্ৰধানমন্ত্ৰী মোডীৰ আগমণৰ বাবে  কঠোৰ নিৰাপত্তা বেহুৰ মাজত সম্পন্ন শপত গ্ৰহণ অনুষ্ঠাটোৰ পৰাই ত্ৰিপুৰাত ৰাজনীতিৰ এক নতুন আৰু ইতিবাচক ধাৰা আৰম্ভ হ’ব বুলি প্ৰকাশ কৰিছে বিজেপিৰ শীৰ্ষ সূত্ৰই।

আনহাতে ৰাজ্যখনৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে ভিন্ন দল-সংগঠনে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

June 8, 2026 8:15 pm
ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

June 8, 2026 8:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd