• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য চলিছে তীব্ৰ গতিত

পংকজ কুমাৰ দেৱ by পংকজ কুমাৰ দেৱ
March 26, 2018 10:41 pm
IMG-20180326-WA0013
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় ৰাজমাৰ্গ প্ৰাধিকৰনৰ অধীনত নিৰ্মাণ চলি থকা  শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিদ’ৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাহুৰ-জাতিঙ্গাৰ মাজৰ পথছোৱাৰ অধিকাংশয়ে সম্পূৰ্ণ হৈ নুঠাৰ বাবে যান-বাহন চলাচলত যথেষ্ট সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

সৰ্বাসাধাৰণলোকৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ  জাতিঙ্গা-মাহুৰৰ মাজৰ অৱশিষ্ট কামৰ কাৰনে NHAIয়ে অধিক গুৰুত্ব আৰোপ কৰিছে। আনহাতে ঠিকাদাৰি সংস্থা এনকেচি ইনফ্ৰা প্ৰজেক্টছ্ প্ৰাইভেট লিমিটেডেও পথছোৱাৰ নিৰ্মাণত দিনে নিশাই কাম কৰাত ব্যস্ত হৈ পৰিছে।

Apply Now

হাফলঙৰ পৰা প্ৰায় ৯ কিলোমিটাৰ নিলগতে এই ইষ্ট ৱেষ্ট কৰিদ’ৰ।  কিন্তু জাতিঙ্গা-হাৰাঙ্গাজাওৰ মাথো ২৫ কিলোমিটাৰ ঘাইপথ নিৰ্মাণৰ কাম আজি লৈকে হৈ নুঠাত সৰ্বসাধাৰণ লোক যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে।

বিভিন্ন সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিভাগীয় কৰ্তৃপক্ষই জাতিঙ্গা-মাহুৰ ২৪ কিলোমিটাৰ অংশৰ বাকি থকা কামৰ গতি ত্বৰাণ্বিত কৰি তোলা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰি জাতিঙ্গাৰ সমীপৱৰ্ত্তী এন লেইকুল গাঁওৰ কাষেৰে বৈ যোৱা ঘাইপথৰ এছ কাৰ্ভৰ ভূমিস্খলনৰ সমস্যাও নিৰ্মূল কৰাৰ কাৰনে যোৱা এমাহ ধৰি কাম চলায় আছে। আৰু ইয়াৰ পৰিণতিতে পথটোৰ কিছু উন্নতি হোৱা পৰিলক্ষিত হৈছে।

আনহাতে আজি   NHAIৰ  হাফলং পিআইইউৰ প্ৰকল্প সঞ্চালক কাৰ্গে কাম্কিয়ে ঘাইপথ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰাৰ লগতে নিৰ্মাণ কামৰ গুনগত মানৰ বুজ লয়।

এনকেচিৰ প্ৰজেক্ট মেনেজাৰ বাচুদেৱ পন্থী য়ে nenowৰ লগত হোৱা সাক্ষাৎকাৰত কয় যে ঘাইপথৰ বাকি থকা কাম বাৰিষাৰ আগে আগে শেষ কৰাৰ কাৰনে যোৱা তিনি চাৰি মাহ ধৰি পূৰ্ণগতিত কাম চলি আছে। লগতে কয় যে অলপতে যদি বৰষুণ নহয় তেনেহ’লে অহা এমাহৰ ভিতৰত নিৰ্মাণৰ কাম বহুখিনি আগুৱাই যাব।

ইয়াৰ উপৰি তেওঁ কয় যে এইবাৰৰ বাৰিষাত বিগত বছৰ বিলাকৰ নিচিনা সমস্যাৰ সৃষ্টি নহয়। লগতে কয় যে আচলতে বৰাইলৰ মাটিয়ে পানী ধৰি ৰখাৰ ক্ষমতা নাই। সেই কাৰণে অলপ বৰষুণ হ’লে ভূমিস্খলন হয়। ইয়াত বিটুমিনৰ পথ নিৰ্মাণ নকৰি চিমেন্ট কংক্ৰিটৰ পথ নিৰ্মাণৰ পৰামৰ্শ আগবঢ়ায় এনকেচি পিএম গৰাকীয়ে।

পংকজ কুমাৰ দেৱ

পংকজ কুমাৰ দেৱ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd