• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শুক্ৰবাৰে ৰঙিয়াত দুটা পৃথক পথ দুৰ্ঘটনাত আহত ২ জন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2017 10:25 am
Road-Accident-logo

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুক্ৰবাৰে সন্ধিয়া ৰঙিয়া থানাৰ অন্তৰ্গত তুলিসীবাৰীত এক পথ দুৰ্ঘটনা সংঘটিত হয়। সূত্ৰমতে,শম্ভূৰাম বৈশ্য(৫৫) নামৰ লোকজন ভাৰত ভূটান পথেৰে চাইকেলৰে ঘৰলৈ উভতি গৈ থকা অৱস্থাত তীব্ৰ বেগেৰে অহা মাৰুতি ভে’ন এখনে পিছফালৰ পৰা  খুন্দিওৱাৰ ফলত  লোকজন গুৰুত্বভাৱে আঘাত প্ৰাপ্ত হয়। স্থানীয় ৰাইজে লগে লগে শম্ভূৰাম বৈশ্যক ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে। আনহাতে  মাৰুতি ভে’নখনৰ চালক জনে দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰিব বিচাৰিছিল যদিও স্থানীয় ৰাইজে আটক কৰি ৰঙিয়া আৰক্ষীক গতাই দিয়ে।

আনহাতে এই দুৰ্ঘটনাৰ সমান্তৰালভাৱে জয়ন্তীপুৰ পঞ্চায়তৰ তাৰাকুছিত নিবাসী জয়নুৰ আলী(৫৫) ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত নলবাৰীৰ অভিমুখী তীব্ৰবেগী বাছখনৰ পৰা  বাগৰি পৰে । তীব্ৰবেগী বাছখনৰ পৰা বাগৰি পৰাত জয়নুৰ গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়। স্থানীয় লোকে জয়নুৰ আলীক উদ্ধাৰ কৰি ৰঙিয়া অসামৰিক চিকিৎসালত ভৰ্ত্তি কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজনৈতিক অস্থিৰতাত ফ্ৰান্স! নতুন প্ৰধানমন্ত্ৰীৰ নিয়োগৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ, ২০০ৰো অধিক গ্ৰেপ্তাৰ

ৰাজনৈতিক অস্থিৰতাত ফ্ৰান্স! নতুন প্ৰধানমন্ত্ৰীৰ নিয়োগৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ, ২০০ৰো অধিক গ্ৰেপ্তাৰ

September 11, 2025 8:31 am
বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

September 11, 2025 7:33 am
নতুনকৈ মুকলি কৰা আইফোন ১৭ কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক দাম আৰু বৈশিষ্ট্য

নতুনকৈ মুকলি কৰা আইফোন ১৭ কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক দাম আৰু বৈশিষ্ট্য

September 11, 2025 6:30 am
কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজনৈতিক অস্থিৰতাত ফ্ৰান্স! নতুন প্ৰধানমন্ত্ৰীৰ নিয়োগৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ, ২০০ৰো অধিক গ্ৰেপ্তাৰ

ৰাজনৈতিক অস্থিৰতাত ফ্ৰান্স! নতুন প্ৰধানমন্ত্ৰীৰ নিয়োগৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ, ২০০ৰো অধিক গ্ৰেপ্তাৰ

September 11, 2025 8:31 am
বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

September 11, 2025 7:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd