• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

শ্বিলঙৰ গণহিংসাৰ ঘটনাক উদগনি যোগোৱা অপশক্তিক চিনাক্ত চৰকাৰৰ, কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2018 8:10 pm
flag march by army at Shillong on 04-06-18. Pix BY UB photos

শ্বিলঙৰ ৰাজপথত সেনাৰ ফ্লেগমাৰ্চৰ দৃশ্য

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই দৃঢ়তাৰে প্ৰকাশ কৰিছে যে শ্বিলৰ আৱাসিক এলেকাসমূহত সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱা অপশক্তিক চৰকাৰে চিনাক্ত কৰিবলৈ সক্ষম হৈছে।  তেওঁ কৈছে যে শ্বিলঙৰ উপকণ্ঠীয় এলেকাসমূহৰ পৰা অহা যুৱকসকলক দামী মদ আৰু ধন দি আৱাসিক এলেকাসমূহত অশান্তি বিয়পোৱাৰ বাবে এচাম ন্যস্তস্বাৰ্থজড়িত মহলে চেষ্টা কৰাৰ তথ্য পোহৰলৈ আহিছে।

সাংবাদিকৰ আগত মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, ”কিছুসংখ্যক লোকে এই অশান্তিজৰ্জৰ অৱস্থা সৃষ্টি কৰাৰ বাবে দামী মদ আৰু ধনৰ যোগান ধৰিছে।” তেওঁ আৰু কৈছে যে দেওবাৰে তেওঁ এই বিষয়টো আলোচনা কৰাৰ বাবে আৰক্ষী আৰু অন্যন্য বিষয়াসকলৰ সৈতে এখন উচ্চস্তৰীয় সভাত মিলিত হৈছে। মুখ্য মন্ত্ৰীগৰাকীৰ মতে গ্ৰেপ্তাৰ হোৱা কেইগৰাকীমান যুৱকে স্বীকাৰ কৰিছে যে হিংসাত্মক ঘটনাৰ সৃষ্টি কৰাৰ বাবে তেওঁলোকক দামী মদ আৰু ধন দিয়া হৈছিল।

Apply Now

আৰক্ষীৰ বিশ্বাস যে শ্বিলঙৰ ৰাজপথত আন্দোলনকাৰী বেছিভাগ যুৱকেই পশ্চিম খাছী পাহাৰ আৰু চহৰৰ উপকণ্ঠীয় এলেকাৰ পৰা আহিছে।

মুখ্য মন্ত্ৰী চাংমাই শ্বিলঙৰ বিভিন্ন এলেকাৰ মুখীয়ালসকলৰ সৈতে আলোচনা কৰি তেওঁলোকৰ পৰা প্ৰতিবাদকাৰীসকল শ্বিলঙৰ অন্তৰ্গত এলেকাসমূহৰ বাসিন্দা নহয় বুলি প্ৰতীয়মান হোৱাৰ পাছত প্ৰকাশ কৰিছে যে বিষয়টো সন্দৰ্ভত বিতংকৈ অনুসন্ধানৰ প্ৰয়োজন আছে।

মুখ্য মন্ত্ৰীগৰাকীয়ে কৈছে যে মদ আৰু ধন দি শ্বিলঙৰ ৰাজপথত হিংসাত্মক পৰিস্তিতিৰ সৃষ্টি কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কংগ্ৰেছ দলৰ ৰাজনৈতিক কৰ্মী চৰকাৰক অস্থিৰ কৰি তোলাৰ ঘটনাত জড়িত আছে নেকি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত মুখ্য মন্ত্ৰী চাংমাই কয় যে তেওঁ এই বিষয়ত কোনো মন্তব্য কৰিব নিবিছাৰে।

এটা ৰাজনৈতিক দৃষ্টিকোণৰ বিষয়ে প্ৰশ্ন কৰাৰ পাচত তেওঁ কয় যে স্বাভাৱিকতেই ৰাজনীতিৰ সৈতে জড়িতসকলে এনে এটা ঘটনাৰ সুবিধা ল’বৰ চেষ্টা কৰাটো সম্ভৱপৰ।

তেওঁ আৰু কয় যে আন্দোলনকাৰীসকলৰ সৈতে মোকাবিলা কৰাৰ সময়ত আৰক্ষীয়ে সংযম ৰক্ষা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd