• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

শ্বিলঙৰ জিলা প্ৰশাসনৰ প্ৰতিৱেদন গ্ৰহণ কৰি উভতিল মানৱাধিকাৰ আয়োগৰ সঁজাতী দল

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2018 12:56 pm
shillong-curfew-570x320-1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ এটা ৩জনীয়া দলে শ্বিলঙত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত অনুসন্ধানৰ পাছত নতুন দিল্লীলৈ উভতি গৈছে।

উভতি যোৱাৰ আগতে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ গোটটোৱে পূব খাছি পাহাৰৰ জিলা উপায়ুক্তগৰাকীক সাক্ষাৎ কৰি জিলা প্ৰশাসনে প্ৰস্তুত কৰা প্ৰতিৱেদনটো গ্ৰহণ কৰে। যোৱা মে’ মাহত শ্বিলঙৰ ছুইপাৰ লেনত ঘটা এটা সৰু ঘটনাৰ পাছত তাত হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হৈছিল আৰু সমগ্ৰ শ্বিলঙলৈ এই অশান্তি বিয়পি গৈছিল।

Apply Now

প্ৰথমতে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ সঁজাতী দলটোৱে পাঞ্জাবী লেনৰ বাসিন্দাসকলৰ সাক্ষ্য গ্ৰহণ কৰিছিল।  আৰু তাৰ পাছদিনা আহত খাছিয়া লোকসকলৰ সাক্ষাৎ গ্ৰহণ কৰিছিল।

তাৰ পাছত সংবাদ মাধ্যমৰ আগত উপায়ুক্তগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ সঁজাতী দলটোৱে ৰাজ্যৰ বাহিৰত ৰাষ্ট্ৰীয় সংবাদ মাধ্যম সমূহে প্ৰচাৰ কৰাৰ এখন বিপৰীত চিত্ৰ দেখা পাইছে।

মানৱাধিকাৰ আয়োগৰ সঁজাতী দলটোৱে হিংসাত্মক ঘটনা হোৱাৰ সময়চোৱাত সেই স্থানত নিয়োজিত চিকিৎসাকৰ্মীসকলৰ উপৰিও পূব খাছি পাহাৰৰ আৰক্ষী বিষয়াসকল আৰু এই স্থানত নিয়োজিত দণ্ডাধীশকো সাক্ষাত কৰে।

মানৱাধিকাৰ আয়োগৰ সঁজাতী দলটোৰ হাতত নগৰ আৰু পৌৰ পৰিক্ৰমা বিভাগৰ পৰাও প্ৰতিৱেদন প্ৰদান কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm
যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd