• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্ৰমিকৰ অভাৱত যন্ত্ৰৰ ব্যৱহাৰ আৰম্ভ কৰিছে বৰাক উপত্যকাৰ চাহ বাগানে

শিৱাশিস চক্ৰৱৰ্তী by শিৱাশিস চক্ৰৱৰ্তী
April 25, 2018 2:29 pm
tea labour
357
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াভাৱে শ্ৰমিকৰ অভাৱত অসমৰ বৰাক উপত্যকাৰ বাগানসমূহতো হাতেৰে চাহপাত চয়ন কৰাৰ  পৰম্পৰাগত দৃশ্য লাহে লাহে অদৃশ্য হৈ তাৰ ঠাই যন্ত্ৰই গ্ৰহণ কৰাটো পৰিলক্ষিত হৈছে। পূৰ্বতে চাহ শ্ৰমিকসকলে নিজৰ সন্তানসকলক চাহ স্ৰমিক হিচাপে গঢ় দিব দিছিল। কিন্তু আজিৰ চাহ বাগিচাৰ শ্ৰমিকৰ সন্তানসকলৰ বুজন সংখ্যকে চাহ বাগিচাৰ শ্ৰমিক হৈ থাকিবলৈ মন নকৰে। তেওঁলোকৰ অধিক অংশই আজি সুশিক্ষিত হৈ উঠিছে আৰু ৰাজ্যখনৰ মূল সূতিৰ সৈতে মিলি গৈছে। সেইবাবে বৰাক উপত্যকাৰ অধিক ভাগ চাহ বাগিচাতেই এতিয়া শ্ৰমিকৰ অভাৱ হৈছে।

চাহ বাগানৰ কামৰ প্ৰতি পিঠি দিয়াৰ কাৰণ হৈছে বাগিচাসমূহৰ কম মজুৰি।

আজিৰ দিনত দিনটোৰ আঠ ঘণ্টা পৰিশ্ৰম কৰি এগৰাকী চাহ বাগানৰ শ্ৰমিকে লাভ কৰে মাত্ৰ ১১৫ টকা। কিন্তু অসমত এজন শ্ৰমিকে ৩০০ টকা উপাৰ্জন কৰিব পাৰে। আৰু কামৰ স্তৰ হিচাপে ৫০০ ৰ পৰা ১০০০ টকালৈকে দৈনিক উপাৰ্জন কৰিবও পাৰে। সেয়েহে প্ৰত্যেক দিনেই চাহ বাগানৰ বহুতো যুৱকে কাষৰ গাঁও, চহৰ আদিৰ ‘শ্ৰম বজাৰ’ত হাজিৰ হয় আৰু গ্ৰাহকৰ সৈতে বন্দোৱস্ত কৰি লয়। তেওঁলোকৰ অধিকাংশই এতিয়া চাহ বাগানৰ কাম এৰি ঘৰৰ মূধচ গঢ় দিয়া কাম, বাঁহৰ কাম, পাইপ শ্ৰমিকৰ কাম, কুৱেৰিৰ বাবে শিল গোটোৱা, মাটি কটা আদি কাম কৰে। চাহ বাগানৰ শিক্ষিত যুৱকসকলে মেধাৰ সৈতে জড়িত ভালেমান পেছাৰ সৈতে জড়িত হৈ পৰিছে।

এই কাৰণেই প্ৰায় ১০১ খন চাহ বাগানৰ ব্যৱস্থাপক মণ্ডলীয়ে চাহপাত চিঙা, নিৰোৱা আনকি চাহ পুলিৰ নাৰ্ছাৰিৰ কামতো সহায়ক হোৱাৰ বাবে যন্ত্ৰ ব্যৱহাৰ কৰিবলৈ ধৰিছে।

এসময়ত এটি কলি দুটি পাত তোলাৰ বাবে হাতৰ বিকল্প যে যন্ত্ৰ হ’ব তাক কল্পনাও কৰিব পৰা নাছিল। কিন্তু এই কামো আজি যন্ত্ৰৰ সহায়ক কৰাটো সম্ভৱপৰ হৈ পৰিছে। চাহপাত কাৰখানাৰ কামত বিশেষকৈ চাহপাত ভৰোৱা আদি কামৰ বাবে যন্ত্ৰ অপৰিহাৰ্য।

ভাৰতীয় চাহ কৰ্মচাৰী সন্থাৰ (ITEU) বৰাক উপত্যকা এলেকাৰ সাধাৰণ সম্পাদক পংকজ ধৰে কৈছে যে চাহ বাগানৰ শ্ৰমিকসকলে যদি এনেদৰে অনীহা প্ৰদৰ্শন কৰি থাকে তেনেহলে ভৱিষ্যতে ইয়ে চাহ বাগানসমূহৰ ক্ষতি কৰিব।তেওঁ আৰু কয় যে যদিওবা এনে অনীহাৰ কাৰণ প্ৰধানতঃ অৰ্থনৈতিক, তথাপি শাৰীৰিক অংশগ্ৰহণেৰে চাহ বাগিচাসমূহক বটোৱাৰ কথাটো চাহ বাগানৰ যুব প্ৰজন্মই কথাটো ভাবি চোৱা দৰকাৰ।

Recent News

অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ

গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd