• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰমিকৰ অভাৱত যন্ত্ৰৰ ব্যৱহাৰ আৰম্ভ কৰিছে বৰাক উপত্যকাৰ চাহ বাগানে

শিৱাশিস চক্ৰৱৰ্তী by শিৱাশিস চক্ৰৱৰ্তী
April 25, 2018 2:29 pm
tea labour
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াভাৱে শ্ৰমিকৰ অভাৱত অসমৰ বৰাক উপত্যকাৰ বাগানসমূহতো হাতেৰে চাহপাত চয়ন কৰাৰ  পৰম্পৰাগত দৃশ্য লাহে লাহে অদৃশ্য হৈ তাৰ ঠাই যন্ত্ৰই গ্ৰহণ কৰাটো পৰিলক্ষিত হৈছে। পূৰ্বতে চাহ শ্ৰমিকসকলে নিজৰ সন্তানসকলক চাহ স্ৰমিক হিচাপে গঢ় দিব দিছিল। কিন্তু আজিৰ চাহ বাগিচাৰ শ্ৰমিকৰ সন্তানসকলৰ বুজন সংখ্যকে চাহ বাগিচাৰ শ্ৰমিক হৈ থাকিবলৈ মন নকৰে। তেওঁলোকৰ অধিক অংশই আজি সুশিক্ষিত হৈ উঠিছে আৰু ৰাজ্যখনৰ মূল সূতিৰ সৈতে মিলি গৈছে। সেইবাবে বৰাক উপত্যকাৰ অধিক ভাগ চাহ বাগিচাতেই এতিয়া শ্ৰমিকৰ অভাৱ হৈছে।

চাহ বাগানৰ কামৰ প্ৰতি পিঠি দিয়াৰ কাৰণ হৈছে বাগিচাসমূহৰ কম মজুৰি।

Apply Now

আজিৰ দিনত দিনটোৰ আঠ ঘণ্টা পৰিশ্ৰম কৰি এগৰাকী চাহ বাগানৰ শ্ৰমিকে লাভ কৰে মাত্ৰ ১১৫ টকা। কিন্তু অসমত এজন শ্ৰমিকে ৩০০ টকা উপাৰ্জন কৰিব পাৰে। আৰু কামৰ স্তৰ হিচাপে ৫০০ ৰ পৰা ১০০০ টকালৈকে দৈনিক উপাৰ্জন কৰিবও পাৰে। সেয়েহে প্ৰত্যেক দিনেই চাহ বাগানৰ বহুতো যুৱকে কাষৰ গাঁও, চহৰ আদিৰ ‘শ্ৰম বজাৰ’ত হাজিৰ হয় আৰু গ্ৰাহকৰ সৈতে বন্দোৱস্ত কৰি লয়। তেওঁলোকৰ অধিকাংশই এতিয়া চাহ বাগানৰ কাম এৰি ঘৰৰ মূধচ গঢ় দিয়া কাম, বাঁহৰ কাম, পাইপ শ্ৰমিকৰ কাম, কুৱেৰিৰ বাবে শিল গোটোৱা, মাটি কটা আদি কাম কৰে। চাহ বাগানৰ শিক্ষিত যুৱকসকলে মেধাৰ সৈতে জড়িত ভালেমান পেছাৰ সৈতে জড়িত হৈ পৰিছে।

এই কাৰণেই প্ৰায় ১০১ খন চাহ বাগানৰ ব্যৱস্থাপক মণ্ডলীয়ে চাহপাত চিঙা, নিৰোৱা আনকি চাহ পুলিৰ নাৰ্ছাৰিৰ কামতো সহায়ক হোৱাৰ বাবে যন্ত্ৰ ব্যৱহাৰ কৰিবলৈ ধৰিছে।

এসময়ত এটি কলি দুটি পাত তোলাৰ বাবে হাতৰ বিকল্প যে যন্ত্ৰ হ’ব তাক কল্পনাও কৰিব পৰা নাছিল। কিন্তু এই কামো আজি যন্ত্ৰৰ সহায়ক কৰাটো সম্ভৱপৰ হৈ পৰিছে। চাহপাত কাৰখানাৰ কামত বিশেষকৈ চাহপাত ভৰোৱা আদি কামৰ বাবে যন্ত্ৰ অপৰিহাৰ্য।

ভাৰতীয় চাহ কৰ্মচাৰী সন্থাৰ (ITEU) বৰাক উপত্যকা এলেকাৰ সাধাৰণ সম্পাদক পংকজ ধৰে কৈছে যে চাহ বাগানৰ শ্ৰমিকসকলে যদি এনেদৰে অনীহা প্ৰদৰ্শন কৰি থাকে তেনেহলে ভৱিষ্যতে ইয়ে চাহ বাগানসমূহৰ ক্ষতি কৰিব।তেওঁ আৰু কয় যে যদিওবা এনে অনীহাৰ কাৰণ প্ৰধানতঃ অৰ্থনৈতিক, তথাপি শাৰীৰিক অংশগ্ৰহণেৰে চাহ বাগিচাসমূহক বটোৱাৰ কথাটো চাহ বাগানৰ যুব প্ৰজন্মই কথাটো ভাবি চোৱা দৰকাৰ।

শিৱাশিস চক্ৰৱৰ্তী

শিৱাশিস চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am
গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am
গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd