• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সকলো জিলাতে বিনিয়োগ আৰু দক্ষতা সন্মিলন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2018 5:21 pm
Sarbananda Sonowal
107
VIEWS
Share on FacebookShare on Twitter

যুৱক-যুৱতীসকলক প্ৰশিক্ষণৰ লগতে উদ্দ্যোগীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে সোমবাৰে জনতা ভৱনত আযোজিত এক পৰ্যালোচনা সভাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ সকলো জিলাতে বিনিয়োগ আৰু দক্ষতা সন্মিলন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ৰাজ্যখনৰ ৩ লাখ যুৱক-যুৱতীক দক্ষ কৰি তোলাৰ লক্ষ্যক সফল কৰিবলৈ জিলা ঔদ্যোগিক কেন্দ্ৰ সমূহে ব্যক্তিগত খণ্ডৰ উদ্দ্যোগী সকলৰ সৈতে যুটীয়াভাৱে উক্ত অনুষ্ঠানসমূহ আয়োজন কৰিব লাগিব।

অসম চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰৰ মাজত হাৱা এক বুজাবুজি চুক্তিৰ অংশ হিচাপে ৰাজ্যখনৰ ৪০০ যুৱক-যুৱতীক বিভিন্ন ক্ষেত্ৰত দক্ষ কৰি তোলা হ’ব।

এই ক্ষেত্ৰত প্ৰশিক্ষণ গ্ৰহণৰ উদ্দেশ্যে ৰাজ্যখনৰ ৩০ গৰাকী প্ৰশিক্ষকে ছিংগাপুৰ ভ্ৰমণ কৰিব।

সভাখনত মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ পথ যোগাযোগৰ উন্নয়নৰ বাবে গড়কাপ্তানি আৰু পৰিবহণ বিভাগক একেলগে কাম কৰিবলৈ নিৰ্দেশ দিয়ে।

তেওঁ বিভাগ দুটাক জিলা পৰ্যায়ত সমন্বয় স্থাপনৰ লগতে পথ আৰু পৰিবহণ ক্ষেত্ৰৰ দ্ৰুত উন্নয়নৰ বাবে NHIDCL, NHAI আদি সংস্থাক জড়িত কৰিবলৈ আহ্বান জনায়।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

প্ৰেমিকক চিনাকি কৰাই দিলে স্মৃতি মান্ধনাই; কোন মোহময়ী তাৰকা ক্ৰিকেটাৰগৰাকীৰ মনৰ মানুহ?

প্ৰেমিকক চিনাকি কৰাই দিলে স্মৃতি মান্ধনাই; কোন মোহময়ী তাৰকা ক্ৰিকেটাৰগৰাকীৰ মনৰ মানুহ?

আৰএছএছ আৰু চিপিএমৰ মাজত কোনো পাৰ্থক্য নাই! ৰাহুল গান্ধীৰ মন্তব্যক লৈ বাওঁপন্থীসকলৰ মাজত অসন্তুষ্টি

আৰএছএছ আৰু চিপিএমৰ মাজত কোনো পাৰ্থক্য নাই! ৰাহুল গান্ধীৰ মন্তব্যক লৈ বাওঁপন্থীসকলৰ মাজত অসন্তুষ্টি

ডেল্টা বয়িং ৭৬৭ ইঞ্জিন অগ্নিকাণ্ডঃ লছ এঞ্জেলছত জৰুৰীকালীন অৱতৰণ

ডেল্টা বয়িং ৭৬৭ ইঞ্জিন অগ্নিকাণ্ডঃ লছ এঞ্জেলছত জৰুৰীকালীন অৱতৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd