• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সত্ৰনগৰী বৰপেটাক গৰ্বিত কৰিলে বৰপেটাৰ ছেইণ্ট টেৰেজা ইংলিছ স্কুলৰ দুগৰাকী ছাত্ৰীয়ে

আনিচুজ জামান by আনিচুজ জামান
May 25, 2018 5:58 pm
Ayesha_Siddka

আজি ফলাফল ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থানৰ লগতে ইংৰাজী, গণিত, বিজ্ঞান, উচ্চ গণিতত ১০০ৰ ভিতৰত ১০০ নম্বৰ পোৱা বৰপেটাৰ আয়েচা চিদ্দিকা।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সত্ৰনগৰী বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিলে দুগৰাকীকৈ ছাত্ৰীয়ে ৷ বৰপেটা আজাদ নগৰৰ চুলতানা আয়েচা চিদ্দিকা আৰু মেটুৱাকুছিৰ শ্যামলিনা পাঠক নামৰ ছাত্ৰী দুগৰাকীয়ে ছেইণ্ট টেৰেজা ইংলিছ মিডিয়াম স্কুলৰ পৰা ক্ৰমে তৃতীয় আৰু নৱম স্থান অধিকাৰ কৰি বৰপেটাবাসীক আজিৰ দিনটোত গৰ্বিত হোৱাৰ সুযোগ দিলে ৷

 এই সাফল্যক লৈ বিদ্যালয়খনত এক উছৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৷ ছাত্ৰ-ছাত্ৰীসকলে আনন্দ উল্লাস প্ৰকাশ কৰাৰ লগতে এই গৌৰৱময় ক্ষণত বিদ্যালয়খনত উপস্থিত হৈ কৃতী ছাত্ৰী দুগৰাকীক অভিনন্দন জনায় বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, উপায়ুক্ত থানেশ্বৰ মালাকাৰ, আৰু আৰক্ষী অধীক্ষক ভায়’লেট বৰুৱাই ৷

Apply Now

 আয়েচাই সৰ্বমুঠ ৫৯১ নম্বৰ লাভ কৰিছে ৷ তেওঁ ইংৰাজী, গণিত, সাধাৰণ বিজ্ঞান আৰু উচ্চ গণিতত ১০০ ৰ ভিতৰত ১০০কৈ নম্বৰ লাভ কৰাৰ বিপৰীতে সমাজ বিজ্ঞানত ৯৮, অসমীয়াত ৯৩ নম্বৰ লাভ কৰিছে ৷ আয়েচাৰ দেউতাকৰ নাম আৰমান আলী আৰু মাতৃ আচমে মমতাজ ৱাহিদ ৷ দেউতাক পেচাত এজন অভিযন্তা। আয়েচাই নৰ্থ ইষ্ট নাওৰ আগত জনাইছে যে তেওঁৰ জীৱনৰ লক্ষ্য হ’ল এগৰাকী সফল চিকিৎসক হোৱাৰ৷

Syamalina
আজি ফলাফল ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থান প্ৰাপ্ত বৰপেটাৰ শ্যামলিনা পাঠক।

ইপিনে নৱম স্থান লাভ কৰা একেখন বিদ্যালয়ৰে ছাত্ৰী শ্যামলিনা পাঠকে অসমীয়াত ৯৩, ইংৰাজীত ৯৯, গণিতত ৯৭, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯৮, আৰু উচ্চ গণিতত ৯৮ নম্বৰ সহ সৰ্বমুঠ ৫৮৫ নম্বৰ লাভ কৰিছে ৷

শ্যামলিনাৰ পিতৃ ড0 ধৰ্মেশ্বৰ পাঠক আৰু মাতৃ হিৰণ্ময়ী পাঠক বৰপেটা ছোৱালী মহাবিদ্যালয়ত অধ্যাপনাৰ সতে জড়িত হৈ আহিছে ৷ শ্যামলিনা এগৰাকী সুগায়িকাও। তেওঁ ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ সপোন পুহি ৰাখিছে ৷

আনিচুজ জামান

আনিচুজ জামান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd