• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ : গুৰুত্বপূৰ্ণ শিক্ষা দপ্তৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য্যলৈ; বিত্ত আৰু স্বাস্থ্য হিমন্তৰ হাততে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2018 10:33 pm
Sarbananda_Sonowal
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সম্প্ৰসাৰণ কৰা সোণোৱাল মন্ত্ৰীসভাৰ অলপ সময়ৰ পূৰ্বে দপ্তৰ বিতৰণ কৰা হয়। নতুনকৈ অন্তৰ্ভুক্ত হোৱা ৭জন মন্ত্ৰীলৈ দপ্তৰ দিয়াৰ লগতে পূৰ্বৰ মন্ত্ৰীসকলৰ হাতত থকা বিভাগৰো কিছু সালসলনি হয়।

চৰকাৰৰ সূত্ৰৰ পৰা গম পোৱা মতে, গুৰুত্বপূৰ্ণ শিক্ষা বিভাগটো দিয়া হৈছে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক। এই বিভাগটো পূৰ্বে ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছিল। আনহাতে ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা আন দুটা গুৰুত্বপূৰ্ণ বিভাগ বিত্ত আৰু স্বাস্থ্য এতিয়াও মন্ত্ৰীজনৰ হাততে আছে।

Apply Now

নতুন মন্ত্ৰীসকলৰ ভিতৰত সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ উপৰি পৰিমল শুক্লবৈদ্যই বন আৰু পৰিৱেশ বিভাগটোৰ লগতে মীন আৰু আবকাৰী বিভাগো লাভ কৰিছে। বন বিভাগটো ইয়াৰ পূৰ্বে বি পি এফৰ প্ৰমীলাৰাণী ব্ৰহ্মৰ হাতত আছিল। ডিফুৰ বিধায়ক ছুম ৰংহাঙৰ ভাগত পৰিছে  পাৰ্বত্য উন্নয়ন আৰু খনি আৰু খনিজাত দ্ৰব্য। সেইদৰে নতুন মন্ত্ৰী অগপৰ ফণীভূণষ চৌধুৰীৰ হাতত পৰিছে  খাদ্য আৰু অসামৰিক যোগান, উপভোক্তা পৰিক্ৰমা, পেন্সন আৰু ৰাজহুৱা অভিযোগ।

বি পি এফৰ বিধায়ক চন্দন ব্ৰহ্মই পাইছে পৰ্য্যটন, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ। ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই পাইছে জলসিঞ্চন (স্বতন্ত্ৰ), ৰাজহ আৰু দুৰ্যোগ প্ৰশমন (ৰাজ্যিক) বিভাগ। আছু ত্যাগ কৰি নতুনকৈ বিজেপিত যোগদান কৰা সোণাৰিৰ বিধায়ক তপন কুমাৰ গগৈয়ে লাভ কৰিছে শক্তি (স্বতন্ত্ৰ), গড়কাপ্তানী (ৰাজ্যিক)। তাৰোপৰি বিসম্বাদেৰে কংগ্ৰেছ এৰি হিমন্ত বিশ্বৰ সৈতে বিজেপিত একেলগে যোগদান কৰা জাগীৰোড সমষ্টিৰ পীযুষ হাজৰিকাই পাইছে নগৰ উন্নয়ন (স্বতন্ত্ৰ) আৰু  স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ (ৰাজ্যিক) মন্ত্ৰিত্ব।

মন্ত্ৰীসভাৰ সম্পূৰ্ণ তালিকাখন এনে ধৰণৰ :-

সৰ্বানন্দ সোণোৱাল

মু্খ্য মন্ত্ৰী, গৃহ, ৰাজনৈতিক, কৰ্মচাৰী, সাধাৰণ প্ৰশাসন, সচিবালয় প্ৰশাসন, অসম চুক্তি ৰূপায়ণ, প্ৰশাসনীয় সংস্কাৰ আৰু প্ৰশিক্ষণ, নিৰ্বাচন, তথ্য আৰু জনসংযোগ, সীমান্ত অঞ্চল উন্নয়ন, ক্ৰীড়া আৰু যুৱ কল্যাণ, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন আৰু আন মন্ত্ৰীৰ হাতত নথকা সকলো দপ্তৰ।

ড০ হিমন্ত বিশ্ব শৰ্মা

বিত্ত, গড়কাপ্তানী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ট্ৰেন্সফৰ্মেইশ্যন এণ্ড ডেভলপমেণ্ট।

অতুল বৰা

কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন, পশুপালন, নগৰ আৰু পয়ঃ প্ৰণালী উন্নয়ন।

প্ৰমীলাৰাণী ব্ৰহ্ম

সমাজ কল্যাণ, ভূমি সংৰক্ষণ।

কেশৱ মহন্ত

জলসম্পদ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি, সাংস্কৃতিক পৰিক্ৰমা (পুথিভঁৰাল আৰু পুৰাতত্ত্ব)।

পৰিমল শুক্লবৈদ্য

বন আৰু পৰিৱেশ, মীন আৰু আবকাৰী।

ৰঞ্জিত দত্ত

হস্ততাঁত আৰু বস্ত্ৰশিল্প, সংখ্যালঘু উন্নয়ন।

চন্দ্ৰমোহন পাটোৱাৰী

উদ্যোগ আৰু বাণিজ্য, পৰিবহণ, সংসদীয় পৰিক্ৰমা, এক্ট ইষ্ট পলিচী পৰিক্ৰমা, দক্ষতা বিকাশ আৰু নিয়োগ

সিদ্ধাৰ্থ ভট্টাচাৰ্য

শিক্ষা (উচ্চ, মাধ্যমিক আৰু প্ৰাথমিক), গুৱাহাটী উন্নয়ন, আইন আৰু ন্যায়।

ছুম ৰংহাং

পাৰ্বত্য উন্নয়ন আৰু খনি আৰু খনিজাত দ্ৰব্য।

ফণীভূষণ চৌধুৰী

খাদ্য আৰু অসামৰিক যোগান, উপভোক্তা পৰিক্ৰমা, পেন্সন আৰু ৰাজহুৱা অভিযোগ।

চন্দন ব্ৰহ্ম

পৰ্যটন, ভৈয়াম জনজাতি অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ।

ৰিহণ দৈমাৰী

জনস্বাস্থ্য কাৰিকৰী আৰু সমবায়।

নৱ কুমাৰ দলে

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন (স্বতন্ত্ৰ), সাংস্কৃতিক পৰিক্ৰমা (স্বতন্ত্ৰ)
(পুথিভঁৰাল আৰু পুৰাতত্ত্বৰ বাহিৰে), বন আৰু পৰিৱেশ (ৰাজ্যিক)।

পল্লৱলোচন দাস

শ্ৰম আৰু নিয়োগ (স্বতন্ত্ৰ), চাহ জনজাতিৰ কল্যাণ (স্বতন্ত্ৰ), শিক্ষা (ৰাজ্যিক)।

ভৱেশ কলিতা

জলসিঞ্চন (স্বতন্ত্ৰ), ৰাজহ আৰু দুৰ্যোগ প্ৰশমন (ৰাজ্যিক)।

তপন কুমাৰ গগৈ

শক্তি (স্বতন্ত্ৰ), গড়কাপ্তানী (ৰাজ্যিক)।

পীয়ূষ হাজৰিকা

নগৰ উন্নয়ন, (পয়ঃপ্ৰণালী পৰিকল্পনাৰ বাহিৰে) (স্বতন্ত্ৰ), স্বাস্থ্য আৰু পৰিয়াল কল্যাণ (ৰাজ্যিক)।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd