• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

সাংবাদিক হত্যাৰ প্ৰতিবাদত বিজেপিৰ ত্ৰিপুৰা বন্ধত স্তব্ধ জনজীৱন

এন ই নিউজ ব্যুৰো, আগৰতলা : by এন ই নিউজ ব্যুৰো, আগৰতলা :
November 23, 2017 9:48 am
ত্ৰিপুৰাত বন্ধৰ প্ৰভাৱ।

ত্ৰিপুৰাত বন্ধৰ প্ৰভাৱ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত দুজনকৈ সাংবাদিক হত্যাৰ প্ৰতিবাদত আজি বিজেপি দলে আহ্বান কৰা ১২ ঘণ্টীয়া ত্ৰিপুৰা বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হয়।সাংবাদিকক সুৰক্ষা প্ৰদান কৰাৰ লগতে সাংবাদিক হত্যাৰ চি বি আই তদন্তৰ দাবীত দলটোৱে ত্ৰিপুৰা বন্ধৰ আহ্বান জনাইছিল। হাতে হাতে পতাকা লৈ বিজেপি কৰ্মীসকলে ৰাজপথলৈ ওলাই আহি বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজপথত চলাচল কৰি থকা যান-বাহনসমূহ বিজেপি কৰ্মীসকলে বন্ধ কৰি দিয়ে। তেওঁলোকে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়ে আৰু মুখ্যমন্ত্ৰী মাণিক সৰকাৰৰ পদত্যাগ দাবী কৰে। পুৱাৰে পৰা ৰাজ্যখনৰ ৰাজধানী আগৰতলাৰ লগতে বিভিন্ন স্থানত ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান আৰু যান বাহনৰ চলাচল বন্ধ হৈ পৰে।

আজিৰ বিজেপিৰ ত্ৰিপুৰা বন্ধৰ সময়ছোৱাত ৰাজ্যখনৰ জনজীৱন স্তব্ধ হৈ পৰিছে। বিজেপিৰ ৰাজ্যিক সভাপতি সুনীল দেওধৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা শক্তিৰ বিৰুদ্ধে  এই প্ৰতিবাদ বুলি মন্তব্য কৰিছে। তেওঁলোকে ৰাজ্যৰ তদন্তকাৰী সংস্থাৰ পৰিৱৰ্তে চিবিআইৰ দ্বাৰা এই হত্যাকাণ্ডৰ তদন্তৰ দাবী জনোৱাৰ লগতে মুখ্যমন্ত্ৰী মাণিক সৰকাৰৰ পদত্যাগো দাবী কৰে।

Apply Now

মঙলবাৰে ষ্টেট ৰাইফলছৰ জোৱানৰ গুলীত নিহত সাংবাদিক সুদীপ দত্ত ভৌমিকৰ মৃতদেহ লৈ কেইবা সহস্ৰাধিক লোকে আগৰতলাৰ ৰাজপথ উত্তাল কৰি তোলাৰ লগতে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন ঘেৰাও কৰে। ত্ৰিপুৰাৰ কেইবাটাও ছাত্ৰ সংগঠনৰ লগতে সাংবাদিক সংগঠনে সমদলত অংশগ্ৰহণ কৰে আৰু চৰকাৰে সাংবাদিকক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি সাংবাদিক হত্যাৰ ন্যায় বিচাৰি প্ৰতিবাদত উত্তাল কৰি তোলে।

বুধবাৰে নিহত সাংবাদিক সুদীপ দত্ত ভৌমিকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছত চিকিৎসালয়ৰ পৰা উলিয়াই অনাৰ পিছতে ৰাজ্যখনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। জানিব পৰা মতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ৰাজ্যখনৰ ৰাজ্যপাল তথাগত ৰায়ৰ পৰা শেহতীয়া আইন শৃংখলা পৰিস্থিতিৰ বিষয়ে ফোনযোগে বাৰ্তালাপ কৰিছে। আনহাতে, গৃহমন্ত্ৰীৰ ফোনৰ পিছতে ৰাজ্যপালগৰাকী দিল্লী অভিমুখে ৰাওনা হয়।

উল্লেখযোগ্য যে যোৱা ২০ ছেপ্টেম্বৰত ত্ৰিপুৰাৰ মন্দাই নামৰ ঠাইত ইণ্ডিজিনিয়াছ পিপ’লছ্ ফ্ৰণ্ট অব ত্ৰিপুৰা নামৰ সংগঠনটোৱে অব্যাহত ৰখা পথ অৱৰোধ কাৰ্যসূচীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা ‘দিনৰাত’ নামৰ চেনেলৰ সাংবাদিক শান্তনু  ভৌমিকক উন্মত্ত লোকে আক্ৰমণ কৰি হত্যা কৰিছিল।

এন ই নিউজ ব্যুৰো, আগৰতলা :

এন ই নিউজ ব্যুৰো, আগৰতলা :

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

June 27, 2026 9:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd