• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাংবাদিকৰ আগত ন বেজিপিৰ প্ৰতি ক্ষোভ উজাৰিলে সিদ্ধাৰ্থ ভট্টাচাৰ্যই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2023 6:58 pm
362
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ কৃষাণ মৰ্চাৰ নেত্ৰী ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ পাছতেই সমগ্ৰ ৰাজ্যৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ ভিতৰ চ’ৰাতো সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এই ঘটনাক লৈ এক প্ৰকাৰৰ বিবুদ্ধি আৰু অস্বত্বিত ভুগিছে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকল।

ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ পাছতেই এটা এটাকৈ পোহৰলৈ আহিছে একাংশ বিজেপি নেতাৰ কু-কৰ্ম। এইবাৰ এই সন্দৰ্ভত মুখ খুলিছে স্বয়ং বিজেপিৰ বিধায়ক তথা দলটোৰ পুৰণি নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

উল্লেখ্য যে ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ পিছত ভাইৰেল হৈ পৰিছিল এটা অডিঅ ক্লিপ । যত দুগৰাকী বিজেপি কৰ্মীয়ে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম লৈছিল। এই সন্দৰ্ভত সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে, অডিঅ’ ক্লীপটো মোৰ মূৰত কঠাল ভাঙিবৰ বাবে পৰিকল্পিতভাবে ৰেকৰ্ডিং কৰা হৈছে।

এই অডিঅ’ ক্লিপটো পাবতগজা ন বিজেপি নেতাই কৰিছে বুলি উল্লেখ কৰি ভট্টাচাৰ্যই কয় যে, যিগৰাকী মহিলাই কথাবোৰ কৈছে, তেওঁক ধৰি আনি ব্যৱস্থা লওক। মই এই সন্দৰ্ভত অভিযোগ দিছো। সেই মহিলাগৰাকীয়ে এসময়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে মুণ্ডন কৰিছিল।

ইয়াৰ লগতে সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে বেজিপিলৈ নতুনকৈ এনে কিছুমান মানুহ আহিছে, যি সকলে দলটোৰ মান-ইজ্জত শেষ কৰিছে। 

ন বিজেপি সকলৰ প্ৰতি আক্ষেপ প্ৰকাশ কৰি  সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয়, “মই সভাপতি হৈ থকা কালত ভৱেশ কলিতাক ময়েই দললৈ আনিছিলো। লগতে দ্বীপলু ৰঞ্জন, পুলক গোহাঁই ইত্যাদিকো দললৈ আনিছিলো। এতিয়া তেওঁলোকে নিজৰ লবী বনাই আছে।” 

“মই দলৰ অনুশাসন ভংগ কৰিব নোৱাৰো। সেয়ে দলৰ মজিয়ালৈ বিষয়টো দিছো। চৰকাৰ অহাৰ পাছত দললৈ এনে একাংশ মানুহ আহিল, যিসকলক কেৱল সুবিধা লাগে। বাজপেয়ী ফটো গছকা মানুহো এতিয়া দলৰ ডাঙৰ পদবীত।” – লগতে ভট্টাচাৰ্যই কয়।

শেষত অতি আক্ষেপেৰে সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে কংগ্রেছত যোগদান কৰা হ’লে দুবাৰ কেবিনেট মন্ত্রী হ’ব পাৰিলোহেঁতেন ।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd