• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিজেপিয়ে সন্ধান কৰিছে নতুন নেতাৰ : ১০০ গৰাকী নেতাৰ পৰামৰ্শ লৈছে দলটোৰ নেতত্বই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2025 1:38 pm
97
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে বিজেপিয়ে নতুন ৰাষ্ট্ৰীয় সভাপতি লাভ কৰাৰ সম্ভাৱনা আছে। ‎

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, দলটোৱে নতুন ৰাষ্ট্ৰীয় নেতৃত্বক লৈ নিৰ্বাচনত অৱত্তীৰ্ণ ‎হ’ব খুজিছে।

Apply Now

ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মতাদৰ্শগত গুৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ নেতাসকলে ‎সভাপতি নিৰ্বাচনৰ বাবে ১০০ গৰাকী শীৰ্ষ ব্যক্তিৰ কাষ চাপিছে।সূত্ৰসমূহে জনোৱা মতে, দলৰ প্ৰাক্তন মুৰব্বী আৰু জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগতে আৰ এছ এছ ‎আৰু বিজেপিৰ সৈতে জড়িত আৰু সাংবিধানিক পদত অধিষ্ঠিত নেতাসকলৰ সৈতে আলোচনা কৰা ‎হৈছে।

সূত্ৰসমূহে পূৰ্বে প্ৰকাশ কৰিছিল যে বিজেপিয়ে বিচাৰে যে ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ পূৰ্বে প্ৰয়োজনত ‎নতুনকৈ নিৰ্বাচিত হোৱা সকলো ৰাজ্যিক নেতৃত্ব স্থাপন কৰা হওক।

দলটোৰ সংবিধানৰ মতে, ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন কৰাৰ পূৰ্বে ইয়াৰ ৩৬টা ৰাজ্যিক আৰু কেন্দ্ৰীয় ‎শাসিত অঞ্চলৰ ইউনিটৰ ভিতৰত কমেও ১৯টাত এজন নিৰ্বাচিত মুৰব্বী থাকিব লাগিব।

যোৱা মাহত বিজেপিয়ে ২৮খন ৰাজ্যত এই অনুশীলন সমাপ্ত কৰিছিল।এতিয়া ইউ পি, গুজৰাট, আৰু কৰ্ণাটকৰ বাহিৰে হাৰিয়ানা, দিল্লী, ঝাৰখণ্ড, পঞ্জাৱ, আৰু মণিপুৰ ‎বাকী আছে। পঞ্জাৱত বিজেপিয়ে এজন কৰ্মৰত সভাপতি নিযুক্তি দিছে।

উল্লেখ্য যে ২০২০ চনৰ জানুৱাৰী মাহত নিৰ্বাচিত হোৱা বিজেপিৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় সভাপতি জে পি ‎নাড্ডা তিনি বছৰীয়া কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত দুবাৰকৈ ম্যাদ বৃদ্ধি পাইছে। ‎মণ্ডল প্ৰধান নিৰ্বাচনৰ ক্ষেত্ৰতো একেধৰণৰ দৰ্শন পালন কৰা হৈছে। এই ক্ষেত্ৰত বিজেপিয়ে ৪০ ‎বছৰৰ তলত বয়সৰ সীমা নিৰ্ধাৰণ কৰি পৰৱৰ্তী প্ৰজন্মৰ নেতাক সুযোগ দিয়াৰ সিদ্ধান্ত লৈছে।

জিলা আৰু ৰাজ্যৰ মুৰব্বীসকলৰ বাবে প্ৰাৰ্থীজন কমেও দহ বছৰ বিজেপিৰ সক্ৰিয় সদস্য হ’ব ‎লাগিব। অন্য দলৰ পৰা অহা নেতাই সংগঠনত গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ বাবে বিজেপি ‎কৰ্মীসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হোৱাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd