• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংবাদিকৰ আগত ন বেজিপিৰ প্ৰতি ক্ষোভ উজাৰিলে সিদ্ধাৰ্থ ভট্টাচাৰ্যই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2023 6:58 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ কৃষাণ মৰ্চাৰ নেত্ৰী ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ পাছতেই সমগ্ৰ ৰাজ্যৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ ভিতৰ চ’ৰাতো সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এই ঘটনাক লৈ এক প্ৰকাৰৰ বিবুদ্ধি আৰু অস্বত্বিত ভুগিছে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকল।

ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ পাছতেই এটা এটাকৈ পোহৰলৈ আহিছে একাংশ বিজেপি নেতাৰ কু-কৰ্ম। এইবাৰ এই সন্দৰ্ভত মুখ খুলিছে স্বয়ং বিজেপিৰ বিধায়ক তথা দলটোৰ পুৰণি নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

Apply Now

উল্লেখ্য যে ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ পিছত ভাইৰেল হৈ পৰিছিল এটা অডিঅ ক্লিপ । যত দুগৰাকী বিজেপি কৰ্মীয়ে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম লৈছিল। এই সন্দৰ্ভত সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে, অডিঅ’ ক্লীপটো মোৰ মূৰত কঠাল ভাঙিবৰ বাবে পৰিকল্পিতভাবে ৰেকৰ্ডিং কৰা হৈছে।

এই অডিঅ’ ক্লিপটো পাবতগজা ন বিজেপি নেতাই কৰিছে বুলি উল্লেখ কৰি ভট্টাচাৰ্যই কয় যে, যিগৰাকী মহিলাই কথাবোৰ কৈছে, তেওঁক ধৰি আনি ব্যৱস্থা লওক। মই এই সন্দৰ্ভত অভিযোগ দিছো। সেই মহিলাগৰাকীয়ে এসময়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে মুণ্ডন কৰিছিল।

ইয়াৰ লগতে সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে বেজিপিলৈ নতুনকৈ এনে কিছুমান মানুহ আহিছে, যি সকলে দলটোৰ মান-ইজ্জত শেষ কৰিছে। 

ন বিজেপি সকলৰ প্ৰতি আক্ষেপ প্ৰকাশ কৰি  সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয়, “মই সভাপতি হৈ থকা কালত ভৱেশ কলিতাক ময়েই দললৈ আনিছিলো। লগতে দ্বীপলু ৰঞ্জন, পুলক গোহাঁই ইত্যাদিকো দললৈ আনিছিলো। এতিয়া তেওঁলোকে নিজৰ লবী বনাই আছে।” 

“মই দলৰ অনুশাসন ভংগ কৰিব নোৱাৰো। সেয়ে দলৰ মজিয়ালৈ বিষয়টো দিছো। চৰকাৰ অহাৰ পাছত দললৈ এনে একাংশ মানুহ আহিল, যিসকলক কেৱল সুবিধা লাগে। বাজপেয়ী ফটো গছকা মানুহো এতিয়া দলৰ ডাঙৰ পদবীত।” – লগতে ভট্টাচাৰ্যই কয়।

শেষত অতি আক্ষেপেৰে সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে কংগ্রেছত যোগদান কৰা হ’লে দুবাৰ কেবিনেট মন্ত্রী হ’ব পাৰিলোহেঁতেন ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd