• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা : শোণিতপুৰৰ ৰক্তিম ভূঞাৰ প্ৰথম স্থান লাভ

মানস ৰয় by মানস ৰয়
May 25, 2018 8:41 am
b44e77ec-d69d-44d4-b574-9e5860bf3c6f

হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰা শোণিতপুৰৰ মুনলাইট হাইস্কুলৰ ছাত্ৰ ৰক্তিম ভূঞা ফলাফল ঘোষণা কৰাৰ পিছত পৰিয়ালৰ সৈতে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ২০১৮ ‘ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। এইবাৰ পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে শোণিতপুৰৰ মুনলাইট হাইস্কুলৰ ছাত্ৰ ৰক্তিম ভূঞাই। তেওঁ সৰ্বমুঠ ৫৯৩ নম্বৰ লাভ কৰি শীৰ্ষ স্থান অধিকাৰ কৰিছে। তেওঁ শতকৰা ৯৮.৮৩ শতাংশ নম্বৰ লাভ কৰিছে।

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠতে ৩৩৭৫৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল। ইয়াৰ  ১৬৪৪৯২ গৰাকী ছাত্ৰ আৰু ১৭৩০৭৮ গৰাকী ছাত্ৰী। মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত ৬০৯৮৭ গৰাকীয়ে প্ৰথম বিভাগত, ৮১৮৫৩ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু বাকী ৪৬৩৫১ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।

Apply Now

এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৫৬.০৪ শতাংশ। ইয়াৰে ছাত্ৰৰ হাৰ ৫৯ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৫৩.২৩ শতাংশ।

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহটা স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকল :-

প্ৰথম: ৰক্তিম ভূঞা,  ৫৯৩ মুনলাইট হাই স্কুল, শোণিতপুৰ

দ্বিতীয়: ৫৯২  নম্বৰেৰে অবিনাশ কলিতা, আনন্দৰাম বৰুৱা একাডেমী হাইস্কুল, বৰপেটা আৰু প্ৰীতপল বেজবৰুৱা,  টিহু হাইস্কুল, নলবাৰী।

তৃতীয়: ৫৯১ নম্বৰেৰে চুলতানা এইচাহ চিদ্দিকা, চেইণ্ট টেৰেছা ইংলিছ হাইস্কুল, বৰপেটা, জিন্টী দেৱী, চেইণ্ট জনচ’ হাইস্কুল, বাগছা আৰু আৰ্বি চলিহা, সূদৰ্শন পাব্লিক হাইস্কুল, কামৰূপ(ন)।

চতুৰ্থ: ৫৯০ নম্বৰেৰে সীমা কুইন কাশ্যপ, পায়নিয়াৰ একাডেমী, পুঠিমাৰী, কামৰূপ, ঋত্বিক শ্যাম শইকীয়া, চেইণ্ট মেৰী হাই স্কুল, উত্তৰ লখিমপুৰ, ৰাজশ্ৰী নন্দিনী কাকতী, খ্ৰীষ্টজ্যোতি হাইস্কুল, নগাওঁ, দেৱাশিস ভৰদ্বাজ, চামতা হাইস্কুল, নলবাৰী আৰু ব্ৰজেনজিৎ হাজৰিকা, অম্বিকাগিৰী ৰায়চৌধুৰী জাতীয় বিদ্যালয়, শোণিতপুৰ।

পঞ্চম : ৫৮৯ নম্বৰেৰে নিবিৰ ডেকা, আনন্দৰাম বৰুৱা হাইস্কুল, বৰপেটা, বিদৰ্শন দত্ত, চেইণ্ট মেৰী হাইস্কুল, উত্তৰ লখিমপুৰ, ৰাজা স্নেহাশিস গুপ্তা দত্ত, বালিকুৰীয়া বাপুজী বিদ্যাপীঠ, নলবাৰী।

ষষ্ঠ: ৫৮৮ নম্বৰেৰে ভাস্বতী কলিতা, চেইন্ট এলবাৰ্ট হাইস্কুল, বঙাইগাঁও, অনুস্কা বৰদলৈ, জোনাকী সংঘ হাইস্কুল, যোৰহাট, কল্পজ্যোতি গগৈ, পানীন্দ্ৰ বিদ্যাপীঠ, উত্তৰ লখিমপুৰ আৰু ধৃতিস্মান ভূঞা, ৰামস্বৰূপ ইংলিছ হাইস্কুল, ওদালগুৰি।

সপ্তম: ৫৮৭ গৰীয়সী দেৱী, শংকৰদেৱ শিশু নিকেতন, বঙাইগাঁও, নিতিশা শিৱম, চেইন্ট জনচ’ হাইস্কুল, বাগছা, শিৱানুজ বৰকটকী, এ এইচ ডি হাই স্কুল, শিৱসাগৰ আৰু পল ভূঞা, তেজপুৰ চৰকাৰী হাইস্কুল, শোণিতপুৰ।

অষ্টম: ৫৮৬ নম্বৰেৰে অনিন্দিতা কাকতী, ৰেইনব’ ইংলিছ হাইস্কুল, বাগছা, আশিস সন্দিকৈ, বি ভি এফ চি মডেল হাইস্কুল, ডিব্ৰুগড়, অংগনা হাজৰিকা, ডনবক্স হাইস্কুল, যোৰহাট, অংকুৰজ্যোতি ঠাকুৰীয়া, শংকৰদেৱ শিশু নিকেতন, কামৰূপ (গ্ৰা) গুঞ্জানন বৰুৱা, দোপনী হাইস্কুল, শিৱসাগৰ আৰু বিপাঞ্চ ডেকা, সুদৰ্শন পাব্লিক হাইস্কুল, কামৰূপ (ন)।

নৱম: মুঠ ৫৮৫ নম্বৰেৰে শ্যামলিমা পাঠক, চেণ্ট টেৰেছা হাইস্কুল, বৰপেটা, বি জেনিথ কাশ্যপ, সুদৰ্শন পাব্লিক হাইস্কুল, কামৰূপ (ন) আৰু শেৰমন কাইজাৰ, চেণ্ট মেৰী হাইস্কুল, কামৰূপ (ন)।

দশম: ৫৮৪ নম্বৰেৰে চায়দা ইনায়া টাবাচুম, বি ভি এফ চি  হাইস্কুল, ডিব্ৰুগড়, শ্ৰেয়াছ ভট্টাচাৰ্যী, ছ’ল্ট ব্ৰুক হাইস্কুল, স্বপ্ননীল ভট্টাচাৰ্য, বেবীলেণ্ড হংলিছ হাইস্কুল, কৰিমগঞ্জ, নায়ীমা ফিৰদৌজ বৰভূঞা, নিবাগাম জাতীয় বিদ্যালয়, নগাওঁ, ভাৰ্গৱজ্যোতি দাস, প্ৰাঞ্জল মেম’ৰিয়েল একাডেমি, ৰহা আৰু সৃষ্টিপ্ৰিয়ম নাথ, চেণ্ট জোচেফ হাইস্কুল, গহপুৰ।

 

মানস ৰয়

মানস ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd