• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবে ওদালগুৰিত গুৰুত্বপূৰ্ণ বৈঠক

ছাজিদ খান by ছাজিদ খান
May 5, 2018 11:53 am
Clouded-leopard-udalguri-570x320
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বন্য জীৱ-জন্তুৰ সৈতে বিশেষকৈ হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবে যোৱা ৩ মে’ত ওদালগুৰি জিলাৰ বৰনদী বন্যজীৱ অভয়াৰণ্যৰ ৰেঞ্জ অফিচত বন বিভাগৰ বিষয়াবৰ্গৰ সৈতে বিভিন্ন ৰাজহুৱা সংগঠনৰ প্ৰতিনিধিসকলৰ এখন বৈঠক অনুষ্ঠিত হৈ যায়।

অভয়াৰণ্যখনৰ আশ-পাশৰ গাঁওসমূহত দিনে দিনে বাঢ়ি অহা হাতী মানুহৰ সংঘাত, বিশেষকৈ এপ্ৰিলৰ ২৬ তাৰিখে চহৰীয়া চ’কত বনৰীয়া হাতীয়ে এদন মানুহক হত্যা কৰাৰ প্ৰসংগৰে ওদালগুৰিৰ ধনশিৰি বন সংমণ্ডলৰ পৃষ্ঠপোষকতাত এই বৈঠকখন অনুষ্ঠিত কৰা হয়।

Apply Now

উক্ত ব্যক্তিগৰাকীক গাঁওৰ এখন দোকানত শুই থকা অৱস্থাত নিশা প্ৰায় ২:৩০ বজাত হাতীয়ে হত্যা কৰিছিল।

এই ঘটনাটোক ২০১৮ৰ হাতী মানুহৰ সংঘাতৰ প্ৰথম ঘটনা বুলি নথিভুক্ত কৰা হৈছিল।

জুন আৰু জুলাই মাহত ভূটান আৰু অৰুণাচলৰ পৰা এই জিলাখনৰ সমভূমি অঞ্চললৈ অতীজৰে পৰা হাতীৰ জাক নামি আহে।

কিন্তু এই বছৰ গাঁও আৰু চাহ বাগানসমূহলৈ হাতীৰ জাক আগতীয়াকৈ আহিবলৈ ধৰিছে।

ধনশিৰি বন সংমণ্ডলৰ সাংমণ্ডলিক বন বিষয়া এম কে শৰ্মাই তেওঁৰ আৰম্ভণি ভাষণত ২০০৯ পৰা ২০১৮ৰ ভিতৰত হোৱা হাতী-মানুহৰ সংঘাতৰ ওপৰত বক্তব্য ৰাখে।

মানুহ আৰু ব্যজীৱৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে বাস্তাৱায়িত কৰা বিভিন্ন বিভাগৰ প্ৰকল্প আৰু আঁচনিসমূহৰ কথা তেওঁ ব্যাখ্যা কৰে।

অভয়াৰণ্যখনলৈ অনা নতুন প্ৰজাতিৰ বন্যপ্ৰাণীসমূহৰ কথাও উললএখ কৰে।তেওঁৰ মতে অভয়াৰণ্যখনত ২৩৪ প্ৰজাতিৰ জন্তু আৰু চৰাই আছে।

pigmy-hog-udalguri-300x200

গোধাফুটুকী বাঘ (clouded leopard) আৰু পিগমি হগক আটাইতকৈ বিপদাপন্ন প্ৰজাতিৰ প্ৰাণীৰ তালিকভুক্ত কৰাত তেওঁ সন্তোষ প্ৰকাশ কৰে।

এই বৈঠকখনত কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু সেয়া বি টি চি কৰ্তৃপক্ষ আৰু অসম চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব।

এই প্ৰস্তাৱসমূহ হৈছে

(১) চহৰীয়াপাৰা চ’ক, নালাপাৰা চ’ক, শিমলি চ’ক (গাৰো বস্তি), সীমান্ত সংঘ চ’ক, আৰু নালাপাৰাৰ সমীপস্থ টেংকিবস্তিত অতি কমেও ৫টা স্থায়ী নিৰীক্ষণ গৃহ নিৰ্মাণ কৰা

(২) বৰনদী বন্যজীৱ অভয়াৰণ্য আৰু কলিংগদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ বন বিষয়া কৰ্মচাৰীসকলৰ বাবে ডিজিটেল কেমেৰা, বাইনোকুলাৰ, ৰাতি দেখা পোৱা আহিলাযোগান ধৰা

(৩) অভয়াৰণ্যখনৰ বিপদ সংকুল স্থানসমূহত মানুহৰ নিৰাপত্তাৰ বাবে সৌৰ ষ্টীটলাইট স্থাপন কৰা

(৪) বনৰীয়া হাতী গাঁওত প্ৰৱেশত বাধা দিয়াৰ বাবে দেওচুঙাৰ পৰা টেংকিবস্তিলৈ ১০ কি: মি: দূৰত্বত সৌৰ বেৰৰ (solar fencing) ব্যৱস্থা কৰা

(৫)অভয়াৰণ্যৰ ভিতৰত ঘাঁহ আৰু ফলমূলৰ গছ ৰোপন কৰা

(৬) সমীপস্থ গাঁওসমূহৰ বাসিন্দাসকলৰ বাবে বিকল্প জীৱিকা আৰু বন্য জীৱৰ ৰক্ষণাৱেক্ষণাৱেক্ষণৰ হেতু প্ৰয়োজনীয় ধনৰ বাবে পৰ্যটকক প্ৰচেষ্টা গ্ৰহণ কৰা ইত্যাদি।

ছাজিদ খান

ছাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd