• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০০০ গৰাকী মেধাৱী ছাত্ৰীক ৰাজ্য চৰকাৰে দিলে দুচকীয়া বাহন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 12, 2018 8:53 pm
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰা শীৰ্ষ ১০০০ গৰাকী মেধাৱী ছাত্ৰীক তেওঁলোকৰ মেধাৰ স্বকৃতি হিচাপে আৰু লগতে তেওঁলোকক উৎসাহিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰাকৰে প্ৰথমবাৰৰ বাবে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক অনুষ্ঠানত প্ৰত্যেককে একোখনকৈ দুচকীয়া বাহন প্ৰদান কৰে।

উল্লেখযোগ্য যে মহিলা সৱলীকৰণৰ পদক্ষেপক এক নতুন দিশ প্ৰদান কৰাৰ লক্ষ্যৰে ২০১৭ চনৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত ৰাজ্যৰ প্ৰথম ১০০০ গৰাকী ছাত্ৰীক ৰাজ্য চৰকাৰে দুচকীয়া বাহন প্ৰদান কৰাৰ এক বাজেট ঘোষণা কৰিছিল।

ৰাজ্য চৰকাৰৰ এই বাজেটৰ অজীনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ছাত্ৰীসকলক দুচকীয়া বাহনৰ এল’টমেণ্ট চাৰ্টিফিকেইটৰ লগতে দুচকীয়া বাহনৰ ছাবি প্ৰদান কৰে।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী গাৰকীয়ে বৰ্তমান ৰাজ্য চৰকাৰেখনে চৰকাৰী চাকৰি তথা চৰকাৰী উদগনি সমূহ পোৱাৰ ক্ষেত্ৰত মেধা তথা যোগ্যতাক প্ৰাৰ্থমিক স্বৰ্ত হিচাপে প্ৰাধান্য দিছে বুলি কোৱাৰ লগতে অনাগত দিনটো এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ ল’ব বুলি কয়।

ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে কেৱল মান সম্পন্ন শিক্ষা ব্যৱস্থাইহে এখন সমাজৰ প্ৰকৃত পৰিৱৰ্তন সম্ভৱ কৰি তোলে। আনহাতে তেওঁ  জৈৱ-বৈচিত্ৰ্যতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত গছ পুলি ৰোপন ‘গুণোৎসৱ’ৰ এক অবিচ্ছেদ্য উপাদান হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ শিক্ষা বিভাগক অনুৰোধ জনায়।

মুখ্য মন্ত্ৰী গৰাকীয়ে দুচকীয়া বাহন লাভ কৰা মেধাৱী ছাত্ৰী সকলক এই উপহাৰ তেওঁলোকৰ কেৰিয়াৰ গঢ় দিয়াৰ ক্ষেত্ৰত এক প্ৰেৰণাৰ বিষয় হিচাপে গণ্য কৰিবলৈ উপদেশ দি স্বামী বিবেকান্দৰ জন্মৰ শতবাৰ্ষিকীৰ দিনাই এই আঁচনিৰ শুভাৰম্ভ কৰিবলৈ পাই তেওঁ অত্যন্ত সুখী বুলি কয়।

অনুষ্ঠানটোত শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মেধাৱী ছাত্ৰীলৈ দুচকীয়া বাহন প্ৰদান কৰাটো ৰাজ্য চৰাকৰে মহিলা সবলীকৰণৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ এক অংশ বুলি কয়। শিক্ষা মন্ত্ৰী গৰাকীয়ে এইবাৰ ৰাজ্যখনৰ ১০০০ গৰাকী মেধাৱী ছাত্ৰীক দুচকীয়া বাহন প্ৰদান কৰাৰ বিপৰীতে অহা বৰ্ষত ৫০০০ গৰাকী মেধাৱী ছাত্ৰীক ৰাজ্য চৰকাৰখনে সামৰি ল’ব বুলিও কয়।

অনুষ্ঠানটোত দুচকীয়া বাহন লোৱাৰ বাবে ইচ্ছা প্ৰকাশ নকৰা মেধাৱী ছাত্ৰীক ৩৫ হাজাৰ টকা প্ৰদান কৰা হয়।

আজিৰ এই অনুষ্ঠানটোত উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব অজয় তিৱাৰী, শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক মিহিৰ কান্তী চৌধুৰী, কটন বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ গোস্বামী, উচ্চ শিক্ষা বিভাগৰ সঞ্চালক বাবুলাল শৰ্মা, বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd