• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

১০৫ সংখ্যক ভাৰতীয় বিজ্ঞান সমাৱেশত জ্ঞানৰ আলোকেৰে উদ্ভাসিত হ’ল মণিপুৰৰ শিক্ষাৰ্থী

সভাপতি চামম by সভাপতি চামম
March 21, 2018 4:25 pm
Manipur-students-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰত ‘বিজ্ঞানৰ মাজেৰে ঢুকি নোপোৱাক ঢুকি পোৱা’ শীৰ্ষক শিৰোনামেৰে অনুষ্ঠিত হোৱা ১০৫ সংখ্যক ভাৰতীয় বিজ্ঞান সমাৱেশে ৰাজ্যখনৰ শিক্ষাৰ্থী আৰু মণিপুৰ বিশ্ববিদ্যালয়ক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ক্ষেত্ৰখনৰ শেহতীয়া আৱিস্কাৰ আৰু বিকাশৰ বিষয়ে এক বিস্তৃত আৰু পুংখানুপুংখ জ্ঞান দিবলৈ সক্ষম হয়।

ভাৰতীয় বিজ্ঞান সন্মিলনৰ সাংগঠনিক সম্পাদক অধ্যাপক অৰুণ কুমাৰে কয়, ‘হয়, দেশৰ ভিতৰৰ আৰু বাহিৰৰ অহা বিশিষ্ট বৈজ্ঞানিক আৰু বিশেষজ্ঞসকলৰ সৈতে ভাৱ বিনিময় কৰা আৰু সংগ লাভ কৰাটো উঠি অহা গৱেষক আৰু শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ সুযোগ।‘ বিদ্যালয়ৰ ছাত্ৰসকলে সমাৱেশৰ সময়ত এক্সপ’খন দৰ্শন কৰাৰ ফলত ইয়ে এটা স্থানীয় গুৰুত্ব লাভ কৰিছে।

Apply Now

মণিপুৰ বিশ্ববিদ্যালয়ৰ ধৰিত্ৰী বিজ্ঞন (আৰ্থ ছাইন্স) বিভাগৰ মুৰব্বী অধ্যাপক অৰুণ কুমাৰৰ মতে মঙলবাৰে আবেলি সমাপ্ত হোৱা সমাৱেশখনত সৰ্বমুঠ ৫,০০০ গৰাকী প্ৰতিনিধি আৰু অংশগ্ৰহণকাৰী সমৱেত হৈছিল।

একেধৰণেৰে মণিপুৰ বিশ্ববিদ্যালয়ৰ জন-সম্পৰ্ক ৰক্ষী বিষয়া ড০ গণেশ ছেঠীয়ে কয় যে এই  শিক্ষাৰ্থী আৰু মণিপুৰ বিশ্ববিদ্যালয়ৰ বাবে নানা ধৰণৰ সুযোগ আনি দিছে।

সংখ্যক ভাৰতীয় বিজ্ঞান সন্মিলনৰ প্ৰধান গুৰুত্বপূৰ্ণ ক্ষেত্ৰখনৰ ভিতৰত আছে  ‘শিশু বিজ্ঞান সমাৱেশ’, ‘মহিলা বিজ্ঞন সমাৱেশ’আৰু ‘বিজ্ঞান সংযোগকাৰী’সমাৱেশে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল আৰু বহুতো মহিলাক যথেষ্ট লাভান্বিত কৰিছে। ১৪টা শাখা কাৰ্যক্ৰমৰ ভিতৰত আছে কৃষি আৰু বনপালনবিদ্যা বিজ্ঞান, পশু, পশু চিকিৎসা আৰু মৎস বিজ্ঞান, মানৱতত্ব আৰু পৰিৱেশ বিজ্ঞান, ৰাসায়ন বিজ্ঞান, ধৰিত্ৰী ব্যৱস্থা বিজ্ঞান, অভিযন্ত্ৰিক বিজ্ঞান, পৰিৱেশ বিজ্ঞান, তথ্য আৰু যোগাযোগ বিজ্ঞান আৰু প্ৰযুক্তি, বস্তু বিজ্ঞান আৰু গণিত বিজ্ঞান, চিকিৎসা বিজ্ঞান,  নব্য জীৱবিজ্ঞান, অজৈৱ বিজ্ঞান (ফিজিকেল ছাইন্সেজ) আৰু বৃক্ষ বিজ্ঞান।

ড০ গণেশ ছেঠীয়ে কৈছে, ‘আমাৰ বহুতো শিক্ষাৰ্থীয়ে বিভিন্ন শাখাত অংশগ্ৰহণ কৰি আলোচনা, ভাষণ আৰু প্ৰদৰ্শন আদি কৰিছিল। এইবাৰ শিক্ষাৰ্থীসকলৰ সৈতে সাধাৰণ লোকেও অংশগ্ৰহণ কৰি পৰস্পৰ সৈতে মত কৰাৰ সুযোগ লাভ কৰিছে।

ভাৰতীয় বিজ্ঞান সমাৱেশ ২০১৮ৰ আয়োজকসকলক বিভিন্ন কাম-কাজত সহায় কৰিবলৈ নিজৰ  অধ্যয়নৰ মূল্যৱান সময়খিনি স্বেচ্ছাই আগবঢ়োৱা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও কয় যে তেওঁলোকে এই বিজ্ঞান সমাৱেশখনৰ পৰা লাভান্বিত হৈছে।

কাছুং য়োথিং নামৰ মণিপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক প্ৰশিক্ষণ বিভাগৰ শিক্ষাৰ্থীজনে কৈছে যে ভাৰতীয় বিজ্ঞান সমাৱেশত অংশ গ্ৰহণ কৰাৰ পিছত তেওঁ বহু কথা জানিব পাৰিছে। থ জয়লক্ষ্মী নামৰ জৈৱ-ৰাসায়ন বিষয়ৰ শিক্ষাৰ্থী এগৰাকীয়ে কৈছে যে এই সমাৱেশখনে প্ৰথমতে তেওঁলোকৰ বাৰ্তালাপ দক্ষতা বৃদ্ধি কৰিছে। দ্বিতীয়তে অন্যন্য সহ-পাঠ্যক্ৰমৰ লগতে বিজ্ঞানৰ জ্ঞানৰ ওপৰত অন্তৰ্দৃষ্টি প্ৰদান কৰিছে। কম্পিউটাৰ বিজ্ঞান বিভাগৰ শিক্ষাৰ্থী এল এছ ভেইছৌনিয়ে অনুভৱ কৰে যে বিজ্ঞানৰ পৰত তেওঁৰ জ্ঞান বৃদ্ধি কৰাৰ লগতে তেওঁৰ নিজৰ লক্ষ্য উদ্দেশ্যৰ ওপৰত এটা স্পষ্ট মনোযোগ আনি দিছ।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd