• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২১চনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব কৃষক নেতা অখিল গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2018 9:19 pm
কৃষক নেতা অখিল গগৈ

অখিল গগৈ : ফাইল ফটো

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুৰব্বী অখিল গগৈয়ে পৰৱৰ্তী অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা কৰিব বুলি সোমবাৰে এক বিশেষ শুত্ৰৰ পৰা জানিব পৰা গৈছে। জানিব পৰা  অনুসৰি এই ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যখনত এক সমীক্ষা চলাব আৰু এই সমীক্ষাৰ জৰিয়তে পূৰ্বৰ নামেই বাহাল ৰাখিব নে নতুনকৈ কোনো ৰাজনৈতিক নামাকৰণ কৰিব সেয়া পৰৱৰ্তী সময়ত নিৰ্ধাৰণ কৰিব।

উল্লেখযোগ্য যে অসমত বিধানসভা নিৰ্বাচন ২০২১চনত অনুষ্ঠিত হ’ব। তদুপৰি শিৱসাগৰ জিলাৰ মৰাণত অনুষ্ঠিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অধিৱেশনত ২০১৫চনৰ ২০ মাৰ্চ তাৰিখে গণমুক্তি সংগ্ৰাম নামৰ এটা ৰাজনৈতিক দলৰ গঠন কৰিছিল। কিন্তু দলটোৱে নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা কৰাৰ পৰা বিৰত আছিল।

Apply Now

সোমবাৰে এটা সংবাদমাধ্যমৰ আগত কয় যে নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছৰ বাহিৰে কোনো তৃতীয় শক্তিৰ লগত মিত্ৰতা কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ চিন্তা চৰ্চা কৰিব।

‘আমি এতিয়া প্ৰত্যক্ষ ৰাজনীতিত প্ৰৱেশ কৰিম। কিয়নো প্ৰত্যক্ষ ৰাজনীতি অবিহনে আমি বিজেপিৰ সাম্প্ৰদায়িক ফেচিবাদৰ বিৰোধীতা কৰিব নোৱাৰিম’। এই বুলি মন্তব্য কৰে কৃষক নেতাজনে।

তেওঁ লগতে কয় যে জেলৰ পৰা মুক্তি পোৱাৰ পিছদিনাখনে অৰ্থাৎ ২৮ ডিচেম্বৰৰ দিনা কাৰ্যকৰী সমিতিৰ লগত হোৱা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইয়াৰ উপৰি দলটোৱে বিশষকৈ দুটা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব, এটা হ’ল ফেচিবাদৰ বিৰোধিতা আৰু ৰাজ্যযুৰি ৰাজনৈতিক মৰ্চা সম্প্ৰসাৰিত কৰাৰ চেষ্টা কৰা।

স্মৰ্তব্য যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা কৃষক নেতা গগৈ ১০৫দিন কাৰাগাৰত বন্দী হৈ থকাৰ পিছত ২৭ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰিছিল। কৃষক নেতাজন যোৱা বছৰৰ ১৫ ছেপ্তেম্বৰ তাৰিখে ডিব্ৰুগড় আৰক্ষীয়ে বন্দুক তুলি লোৱাৰ দৰে উচটনিমূলক মন্তব্য কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে এই ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে গগৈৰ ওপৰত থকা গোচৰ খাৰিজ কৰে।

লক্ষণীয় যে জানুৱাৰিৰ ৯ তাৰিখে গুজৰাটৰ নেতা জিগনেশ মেৱানীৰ উদ্যাগত চলা ৰেলীত অসমৰ কৃষক নেতাজনেও অংশগ্ৰহণ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am
তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd