• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৪ মাৰ্চত গুৱাহাটীলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ; ভাগ ল’ব বুথ সমিতিসমূহৰ বৈঠকত

নবাৰুন গুহ by নবাৰুন গুহ
March 13, 2018 10:32 pm
102
VIEWS
Share on FacebookShare on Twitter

অসম বিজেপিৰ বুথ সমিতিসমূহৰ এখন সভাত ভাগ লোৱাৰ বাবে অহা ২৪ মাৰ্চত গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।

এন ই নাওক এই কথা জনাই অসম বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয়, ‘গুৱাহাটীত অহা ২৪ মাৰ্চত আমাৰ ৰাষ্ট্ৰীয় সভাপতিয়ে বুথ সমিতিসমূহৰ এখন সভাত ভাগ ল’ব।

মুখপাত্ৰগৰাকীয়ে লগতে কয়, ‘ৰাজ্যিক বিজেপিৰ ২৬ হাজাৰ বুথ সভাপতিৰ লগতে মণ্ডল আৰু কাউঞ্চিল পৰ্য্যায়ৰ কৰ্মীসকলে এই সভাত অংশগ্ৰহণ কৰিব। এই সভাতে বিজেপিয়ে ৩,২৬,০০০ গৰাকী ‘পৃষ্ঠা প্ৰমুখ’ নিযুক্তি দিব। পিছত দলৰ বিধায়ক আৰু আন শীৰ্ষ বিষয়ববীয়া উপস্থিত থাকিবলগীয়া মূল সমিতিৰ এক সভাটো শ্বাহে অংশগ্ৰহণ কৰিব।’

অসমৰ আহি থকা পঞ্চায়ত নিৰ্বাচনৰ সৈতে শ্বাহৰ এই ভ্ৰমণৰ কোনো সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰি গোস্বামীয়ে কয়, ‘পঞ্চায়ত নিৰ্বাচনৰ বাবে আমাৰ ৰাষ্ট্ৰীয় সভাপতি অহাৰ কি দৰকাৰ? এইটো নহয় যে পঞ্চায়ত নিৰ্বাচনক আমি গুৰুত্বসহকাৰে লোৱা নাই। সৰ্বশক্তিৰে আমি নিৰ্বাচনত নামিম আৰু আমি জিকিম বুলিও আত্মবিশ্বাসী। কিন্তু আমাৰ সভাপতিৰ এইবাৰৰ ভ্ৰমণৰ সৈতে পঞ্চায়ত নিৰ্বাচনৰ কোনো সম্পৰ্ক নাই।’

উল্লেখযোগ্য যে মিত্ৰজোঁটৰ চৰকাৰ থাকিলেও আগন্তুক পঞ্চায়ত নিৰ্বাচন বিজেপি দলে অকলেই খেলাৰ কথা।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd