• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৯০ কোটি টকাৰ সম্পত্তিৰে মেঘালয়ৰ আটাইতকৈ ধনী প্ৰাৰ্থীগৰাকীয়ে বিদ্যালয়তে এৰিছিল শিক্ষা জীৱন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 8, 2018 3:44 pm
ngaitlang-b-570x320

এনগেইটলাং ধৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয় বিধানসভাৰ এতিয়ালৈকে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত আটাইতকৈ ধনী প্ৰাৰ্থী হিচাপে পৰিগণিত হৈছে উমৰই সমষ্টিৰ নেশ্যনেল পীপলচ পাৰ্টিৰ (এনপিপি) প্ৰাৰ্থী এনগেইটলং ধৰ।

পাহাৰীয়া ৰাজ্যখনৰ নিৰ্মাণ খণ্ডৰ এগৰাকী শীৰ্ষ ব্যৱসায়ী ধৰে নিৰ্বাচনী বিষয়াৰ হাতত তেওঁৰ মনোনয়ন পত্ৰৰ লগত দাখিল কৰা শপতনামাত তেওঁৰ সম্পত্তিৰ পৰিমান ২৯০ কোটি বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে মনোনয়ন পত্ৰৰ লগত সা-সম্পত্তিৰ তালিকাৰ শপতনামা দাখিল কৰাটো বাধ্যতামূলক।

Apply Now

ধৰ এখন বিএমডব্লিউ আৰু এখন টয়টা এছইউভিৰ সৈতে ১৪৪ খন সৰু গাড়ীৰ মালিক। তদুপৰি কেইখনমান ট্ৰাকো আছে বুলি শপতনামাখনত উল্লেখ কৰিছে।

বিদ্যালয় পৰ্যায়তে শিক্ষা জীৱন ত্যাগ কৰা ধৰে শপতনামাখনত উল্লেখ কৰিছে যে কৃষিভূমিকে ধৰি তেওঁৰ ২১৯.০৪ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আৰু ৭১.২৩ কোটি টকাৰ স্থাৱৰ সম্পত্তি আছে।

শপতনামাখনত উল্লেখ কৰা অনুসৰি বিদ্যালয় পৰ্যায়তে শিক্ষা ত্যাগ কৰা ব্যক্তিগৰাকীৰ ৩.৯৫ কোটি টকাৰ গাড়ীৰ ঋণ অনাদায় হৈ আছে।

তেওঁৰ পত্নীৰ ১.২১ কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ৩.৭ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আছে।

মাওহাটি সমষ্টিৰ এনপিপিৰ প্ৰাৰ্থী ধৰৰ ২৫ বছৰীয়া পুত্ৰ দশক্ষিত লেমেৰেই মুঠ ৪০ কোটি টকাৰ সম্পত্তি থকাৰ কথা উল্লেখ কৰিছে।

ধৰৰ ভাতৃ স্নিয়াওভালাং ধৰেও এগৰাকী এনপিপিৰ প্ৰাৰ্থী হিচাপে আসন্ন নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

তেওঁ কংগ্ৰেছ ত্যাগ কৰাৰ আগতে বৰ্তমান চৰকাৰৰ এগৰাকী মন্ত্ৰী আছিল।

তেওঁৰ সম্পত্তিৰ পৰিমান ৩.২৮ কোটি টকা আৰু পত্নীৰ সম্পত্তিৰ পৰিমান প্ৰায় ১.৬ কোটি টকা বুলি শপতনামাৰ যোগেদি ঘোষণা কৰিছে।

এনগেইটলাং ধৰ আৰু তেওঁৰ ভাতৃ দুয়োগৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰি নিৰ্বাচনৰ আগতে এনপিপিত যোগদান কৰিছিল।

মেঘালয়ত অহা ২৭ ফেব্ৰুৱাৰীত ইয়াৰ দশম ৬০ জনীয়া বিধানসভাৰ বাবে নাগালেণ্ডৰ সৈতে একেদিনাই নিৰ্বাচন অনুষ্ঠিত হ’ব।

দুয়োখন ৰাজ্যতে অহা ৩ মাৰ্চত ত্ৰিপুৰাৰ সৈতে একেলগে ভোটগণনা অনুষ্ঠিত হ’ব। ত্ৰিপুৰাত ফেব্ৰুৱাৰীৰ ১৮ তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm
অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd