• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

৮ মাৰ্চত শপত ল’ব নাগালেণ্ডৰ নতুন চৰকাৰে : উপস্থিত থাকিব প্ৰধান মন্ত্ৰী মোদী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2018 9:08 pm
Neiphiu-Rio

নেইফিঅ’ ৰিঅ’

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰৱৰ্তী চৰকাৰখন এন পি এফেই গঠন কৰিব বুলি দলটো নিজৰ স্থিতিত আঁকোৰগোঁজ হৈ থাকিলেও সেই সম্ভাৱনা প্ৰায় নিঃশেষ হৈছে। আজি বিজেপিয়ে এন পি এফৰ সৈতে পূৰ্বৰ সম্পৰ্ক ছেদ কৰা বুলি ঘোষণা কৰাৰ লগতে নৱগঠিত এন ডি পি পিৰ সৈতে নাগালেণ্ডৰ নতুন চৰকাৰ গঠন কৰিব বুলিও স্পষ্ট কৰি দিয়ে। অহা ৮ মাৰ্চত এই নতুন চৰকাৰে শপত ল’ব বুলিও জানিব পৰা গৈছে।

উল্লেখযোগ্য যে যোৱা ৩ মাৰ্চত হোৱা ভোট গণনাত বৰ্তমান শাসনাধিষ্ঠিত এন পি এফ ২৬খন আসন পোৱাৰ বিপৰীতে এন ডি পি পিয়ে পায় ১৮খন আৰু বিজেপিয়ে পায় ১২খন আসন। এই দুয়োটা দলে প্ৰাক নিৰ্বাচনী মিত্ৰতাত থকাৰ ফলত তেওঁলোকৰ মিত্ৰজোঁটৰ মুঠ আসন হয়গৈ ৩০খন।

Apply Now

গতিকে চৰকাৰ গঠন কৰিবলৈ মাত্ৰ এখন আসন লগা অৱস্থাত এই মিত্ৰজোঁটটোৱে একমাত্ৰ নিৰ্দলীয় বিধায়কজন আৰু জে ডি(য়ু)ৰ একমাত্ৰ বিধায়কজনৰ সমৰ্থন লাভ কৰা বুলি দাবী কৰিছে। গতিকে তেওঁলোকৰ লগত থকা মুঠ বিধায়কৰ সংখ্যা হয়গৈ ৩২। এই পৰিপ্ৰেক্ষিতত মিত্ৰজোঁটটোৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী তথা পূৰ্বৰ তিনিবাৰকৈ মুখ্য মন্ত্ৰী হোৱা নেইফিঅ’ ৰিঅ’ৰ নেতৃত্বত নতুন চৰকাৰখন গঠন হোৱাটো প্ৰায় খাটাং। আৰু অহা ৮ মাৰ্চত তেওঁৰ এই চৰকাৰে শপত ল’ব।

আজি এই সন্দৰ্ভত নাগালেণ্ডৰ গৃহ সচিবে ক’হিমাত এখন সমন্বয় বৈঠক আহ্বান কৰিছিল। বৈঠকত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানটোৰ বাবে প্ৰায়বোৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হয়, য’ত প্ৰধান মন্ত্ৰী মোদীৰ উপস্থিতিৰ দিশটোৱে সৰ্বাধিক গুৰুত্ব পায়। ইয়াৰ বাবে বিভিন্ন বিভাগক দায়িত্ব অৰ্পণ কৰা হয়। পৌৰ, পৰিবহণ, শক্তি, অগ্নি নিৰ্বাপণ আদি সকলো বিভাগকে যাৱতীয় নিৰ্দেশনা দিয়া হয়।

জানিব পৰা মতে শপত গ্ৰহণ কাৰ্য্যসূচীৰ পিছতে নতুন মুখ্য মন্ত্ৰীজনে নতুন সচিবালয়ত এখন সংবাদমেল সম্বোধন কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

June 8, 2026 8:15 pm
ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

June 8, 2026 8:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd