• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰঞ্জী ট্ৰফীৰ লগতে ৰাষ্ট্ৰীয় ক্ৰিকেট টুৰ্ণামেণ্ট খেলিবলৈ সাজু পাহাৰীয়া ৰাজ্য ছিকিম

সাগৰ ছেত্ৰী by সাগৰ ছেত্ৰী
July 23, 2018 12:19 pm
SKA-570x320
118
VIEWS
Share on FacebookShare on Twitter

এতিয়াৰে পৰা ভাৰতীয় ক্ৰিকেট প্ৰেমীয়ে ঘৰুৱা ক্ৰিকেট টুৰ্ণামেণ্টত উপভোগ কৰিব পাৰিব নতুন দলৰ খেল তথা নতুন তাৰকা। হয়, ২০১৮-১৯ বৰ্ষত ক্ৰিকেট ফিল্ডত দেখিবলৈ পাব পাহাৰীয়া ৰাজ্য ছিকিমক।

উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ছিকিমক দেশৰ সকলোতকৈ সন্মানীয় ক্ৰিকেট টুৰ্ণামেণ্ট ৰঞ্জী ট্ৰফীৰ লগতে দেশৰ ১৪খন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিবলৈ আনুষ্ঠানিকভাৱে অনুমতি প্ৰদান কৰিছে। এই কথা জানিবলৈ দিয়ে ছিকিম ক্ৰিকেট ব’ৰ্ডৰ বিষয়ববীয়াই।

ছিকিম ক্ৰিকেট ব’ৰ্ডৰ সাধাৰণ সম্পাদক চোনম পালডেন ভূটীয়াই কয় যে বি চি চি আইয়ে আমাৰ বহুদিনীয়া দাবী তথা অনুৰোধ পূৰণ কৰিলে। ছিকিম ক্ৰিকেট প্ৰেমীৰ বাবে এয়া আনন্দৰ খবৰ। তেওঁ লগতে কয় যে ৰাজ্যখনত থকা ক্ৰিকেট খেলপথাৰ সমূহৰ বৰ্তমান অৱস্থা খুব সন্তোষজনক নহয় যদিও পৰৱৰ্তী পৰ্যায়ত এই খেলপথাৰ সমূহ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰাৰ থল আছে।

সাধাৰণ সম্পাদকগৰাকীয়ে আৰু কয় যে বি চি চি আয়ে আমাক খেলপথাৰ উন্নীতকৰণৰ বাবে ২ কোটি টকা আবণ্টন দিব। আৰু তাৰোপৰি ছিকিমৰ ৰাজ্য চৰকাৰৰ লগতো আলোচনা কৰি খেলপথাৰসমূহ উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব।

ভূটীয়াই লগতে কয় যে বি চি চি আইৰ এই পদক্ষেপে ছিকিমৰ স্থানীয় ক্ৰিকেট প্ৰেমীসকলক যথেষ্ট পৰিমাণে উৎসাহিত কৰাৰ লগতে ক্ৰিকেটক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰি সফলতা অৰ্জন কৰিব পাৰিব।

ছিকিমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে ই এক সুখবৰ যদিও ক্ৰিকেট খেলবিধক আগুৱাই নিয়াত ৰাজ্যখনৰ সকলো প্ৰান্তৰ লোকৰে সহায় সহযোগিতা কামনা কৰিছে ছিকিম ক্ৰিকেট ব’ৰ্ডৰ বিষয়ববীয়াই।

Recent News

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd