• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজনাথ সিঙে দায়িত্বহীন মন্তব্য কৰা বুলি উভটি ধৰিলে মুকুল চাংমাই

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2018 10:13 am
Meghalaya Chief Minister Mukul Sangma
134
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচন মুখী মেঘালয় ৰাজ্যত বিজেপিৰ হৈ প্ৰচাৰ কাৰ্য চলোৱাৰ উদ্দেশ্যে অহা দেশৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙে সোমবাৰে আইন-শৃংখলা সন্দৰ্ভত কৰা মন্তব্যক উভটি ধৰিছে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী মুকুল চাংমাই। মুকুল চাংমাই সিঙৰ মন্তব্যক ভিত্তীহীন তথা দায়িত্বহীন মন্তব্য বুলি অভিহিত কৰিছে।

সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে মেঘালয়ৰ পূব গাৰোপাহাৰ জিলাৰ চংচকত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশ লৈ তাৎপৰ্যমূলক মন্তব্য কৰি কৈছিল যে কংগ্ৰেছৰ শাসন কালত মেঘালয়ত আইন-শৃংখলাৰ অৱনতি ঘটিছে তথা অৰাজক পৰিৱেশে বিৰাজ কৰিছে। লগতে কয় যে চৰকাৰখনে ৰাইজক নিৰাপত্তা দিয়াত সম্পূৰ্ণ ব্যৰ্থ কিয়নো তাৰ প্ৰমাণ উইলিয়ামনগৰত সংঘটিত আইইডি বিস্ফোৰণ।

‘এখন দেশৰ গৃহ মন্ত্ৰীয়ে এইদৰে মন্তব্য কৰাটো একেবাৰে দায়িত্বহীন। তেওঁ নিজৰ দায়িত্বৰ কথা পাহৰি গৈছে নেকি?’ মুখ্য মন্ত্ৰী চাংমাই এনেদৰে প্ৰশ্ন কৰা দেখা যায় গৃহ মন্ত্ৰীজনক।

আনহাতে প্ৰশাসনৰ ওপৰত কৰা মন্তব্য সম্পৰ্কত চাংমাই কয়, ‘ৰাজ্যখনত আৰক্ষী বিভাগটো শক্তিশালী কৰাৰ বাবে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ থাকোতে আমি দাখিল কৰা প্ৰস্তাৱ চৰকাৰে অনুমোদন জনাইছিল কিন্তু পাচত বিজেপিয়ে এই সকলোবোৰত হস্তক্ষেপ কৰি আমাৰ প্ৰস্তাৱৰ অনুমোদন স্থগিত ৰাখে’।

তেওঁ লগতে কয় যে ৰাজ্যখনৰ আইন-শৃংখলা বিষয়ত কৰা প্ৰস্তাৱক কেন্দ্ৰীয় বিজেপি চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। আমি ৰাজ্যখনত যিকোনো সময়ত উদ্ভৱ হ’ব পৰা আইন শৃংখলা জনিত সমস্যাৰ মোকাবিলা কৰিবৰ বাবে নিজাববীয়াকৈ ১৭০০ জনক নিযুক্তি প্ৰদান কৰি স্পেচিয়েল ফোৰ্চ- ১০ গঠন কৰিছো।

‘নাগালেণ্ডত অবৈধ অস্ত্ৰ-শস্ত্ৰ অনায়াসে উপলব্ধ হয়। আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভৰি আছে বিভিন্ন সুৰুঙাৰে আৰু গৃহ মন্ত্ৰী আছে ৰাজনীতিত ব্যস্ত’, চাংমাই এইদৰে মন্তব্য কৰে।

মুখ্য মন্ত্ৰীজনে লগতে কয় যে গৃহ মন্ত্ৰী সিঙে ৰাজ্যবাসীক ভয় ভাবুকি দেখুৱাই ভোট আদায় কৰাৰ প্ৰয়াস কৰিছে। ‘আমি ভিক্ষাৰী নহয়। কেন্দ্ৰৰ পৰা কোনো সহায় নোপোৱাকৈ আমি ৰাজ্যখনত ২.৫ লাখ টকাৰ জীৱন বীমা আঁচনি ৰূপায়ন কৰিছো’, এই মন্তব্য চাংমাৰ।

Recent News

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd