• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনুছা ফাউণ্ডেইশ্যনৰ উদ্যোগত বৰপেটাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
May 27, 2018 6:21 pm
IMG_20180527_170048
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু দুৰাৰোগ্য কেঞ্চাৰ ৰোগৰ ভয়াবহতাৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বৰপেটা জিলাৰ ঘাটবৰ হালগিৰিঘাটত অ’এনজিচি আৰু ইণ্ডিয়ান ডেণ্টেল এছ’চিয়েশ্যনৰ সহায়ত ৰাজনুছা ফাউণ্ডেইশ্যনে এটা সজাগতা শিবিৰ অনুষ্ঠিত কৰে।

ডাঃ প্ৰতীম তালুকদাৰৰ নেতৃত্বত চলা স্বাস্থ্য পৰীক্ষা শিবিৰৰ আৰম্ভণিতে ডাঃ ৰুপম চৌধুৰীয়ে মুখগহ্বৰৰ কেঞ্চাৰৰ ভয়াবহতা আৰু ইয়াৰ বাবে ল’ব লগা সাৱধানতা সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।

এই শিবিৰত বৰপেটা জিলাৰ বিভিন্ন অঞ্চলৰ প্ৰায় ২০০ ৰো অধিক ৰোগীয়ে দাতৰ সমস্যা তথা বিভিন্ন ৰোগৰ চিকিৎসা গ্ৰহণ কৰে আৰু তেওঁলোকক বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়। দুখীয়া আৰু পিছ পৰা অঞ্চলৰ লোকসকলৰ বাবে আয়োজন কৰা উক্ত বিনামূলীয়া স্বাস্থ্য শিবিৰটোত চিকিৎসা প্ৰদান কৰে ডাঃ পংকজ জ্যোতি বৰ্মন, ডাঃ গীতাঞ্জন শৰ্মা, ডাঃ মাধুৰ্য চক্ৰৱৰ্তী, ডাঃ মুকুত শীল আৰু ডাঃ কংকন তালুকদাৰ।

IMG_20180527_170607

মনকৰিবলগীয়া যে ডাঃ চৌধুৰীয়ে দীৰ্ঘদিন ধৰি জনসাধাৰণক মুখৰ স্বাস্থ্যৰ সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে কাম কৰি থকাৰ লগতে মুখৰ কেঞ্চাৰৰ পৰা হাত সাৰিবলৈ ক্ষতিকাৰক পদাৰ্থসমূহৰ ভয়াবহতা সম্পৰ্কেও সজাগতা সৃষ্টি কৰি আহিছিল।

উল্লেখযোগ্য যে বজালীৰ বিখ্যাত সমাজকৰ্মী প্ৰয়াত ৰজনী তালুকদাৰৰ পত্নী ঘুনুচা তালুকদাৰ আৰু তেওঁলোকৰ পুত্ৰৰ একান্ত প্ৰচেষ্টাত জন্ম হোৱা সম্পূৰ্ণ বেচৰকাৰী সংস্থা ৰাজনুছা ফাউণ্ডেইশ্যনে আৰম্ভণিৰে পৰা সমাজৰ উন্নয়নৰ বাবে বিভিন্ন দিশত উল্লেখণীয় অৱদান আগবঢ়াই আহিছে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd