• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত স্থাপন হ’বলগীয়া চাৰিখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ বুজ ল’লে মুখ্য মন্ত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2018 10:41 pm
মুখ্য মন্ত্ৰী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি জনতা ভৱনত মুখ্য মন্ত্ৰীৰ সভাকক্ষত উচ্চ শিক্ষা বিভাগৰ এক পৰ্যালোচনা মূলক বৈঠকত পৌৰোহিত্য কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে, ‘শিক্ষা ব্যৱস্থাটো হৈছে আমাৰ সমাজ জীৱনৰ দাপোন। সমাজত দেখা দিয়া প্ৰতিটো সমস্যাৰে সমাধানৰ বাবে শিক্ষা ব্যৱস্থাই পথ নিৰ্দেশনা দিব লাগিব। ইয়াৰ বাবে আমাৰ শিক্ষা ব্যৱস্থাটোক অধিক গৱেষণাধৰ্মী কৰিব লাগিব। বিভিন্ন সামাজিক সমস্যা সমূহ সমাধানৰ জৰিয়তে উন্নয়নী প্ৰক্ৰিয়াটো দ্ৰুত কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমাৰ শিক্ষা ব্যৱস্থাক অধিক কাৰ্যকৰী ৰূপত জড়িত কৰিব লাগিব।’

বৈঠকত মুখ্য মন্ত্ৰী গৰাকীয়ে নিবনুৱা সমস্যা সমাজৰ এক প্ৰধান সমস্যা হিচাপে বুলি কৈ শিক্ষাৰ জৰিয়তে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক নিয়োগৰ সুবিধা দিব লাগিব।

Apply Now

মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে কয় যে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ বাবে যি পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে সেয়া ৫ বছৰৰ মূৰে মূৰে সলনি কৰিব লাগিব যাতে প্ৰতিযোগিতামুখী বাতাবৰণৰ সৈতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে খোজ মিলাই আগবাঢ়িব পাৰে।

সৰ্বানন্দই উচ্চ শিক্ষা ব্যৱস্থাটোক অধিক দক্ষতামুখী আৰু উজ্জ্বল ভৱিষ্যৎ গঢ়িব পৰাকৈ গঢ়ি তোলাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণৰ বাবে উচ্চ শিক্ষা বিভাগৰ প্ৰদান সচিব অজয় তীৱাৰিক নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যখনৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান সমূহক দক্ষতামুখী শিক্ষা ব্যৱস্থাৰে অধিক গতিশীল কৰাৰ বাবেও প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও নিৰ্দেশ দিয়ে।

আজিৰ বৈঠকতে মুখ্য মন্ত্ৰীয়ে বৰপেটা, লখিমপুৰ আৰু হোজাই জিলাত স্থাপন কৰিবলগীয়া শ্ৰী শ্ৰী ভট্টদেৱ বিশ্ববিদ্যালয়ৰ কাম-কাজৰ অগ্ৰগতিৰ সম্পৰ্কে বুজ লয়।

আনহাতে মুখ্য মন্ত্ৰীয়ে মাজুলীত স্থাপন কৰিবলগীয়া প্ৰস্তাৱিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ কাম-কাজৰো বুজ লয়।

মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনত স্থাপন হ’ব লগীয়া ব্যক্তিগত বিশ্ববিদ্যালয় যেনে ইউনিভাৰছিটি অৱ মেৰিন চাইন্স, এমিটি ইউনিভাৰ্ছিটি, টেকন’ ইণ্ডিয়া ইউনিভাৰ্ছিটি, চি ভি ৰমন ইউনিভাৰ্ছিটিৰ কাম-কাজ সমূহো খৰতকীয়া কৰিবলৈ প্ৰধান সচিব গৰাকীক নিৰ্দেশ দিয়ে।

উক্ত বৈঠকত উচ্চ শিক্ষা বিভাগৰ উপদেষ্টা ড০ মিহিৰকান্তি চৌধুৰী, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া আৰু উচ্চ শিক্ষা বিভাগৰ উচ্চপদষ্ঠ বিষয়া সকল উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd