• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত স্থাপন হ’বলগীয়া ৯ খন সংখ্যালঘু কন্যা মহাবিদ্যালয়ৰ ভিতৰত দুখন হ’ব ধুবুৰীত : মুখ্যমন্ত্ৰী সোণোৱাল

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
July 22, 2018 8:48 am
21-07-18 Dhubri- cm at Mahila Samaroh (4)

শনিবাৰে ধুবুৰী জিলাৰ ছটাকৈ আত্মসহায়ক গোটক ২৫হেজাৰ টকাকৈ এককালীন চেক প্ৰদান কৰি কনকলতা মহিলা সবলীকৰণ আঁচনিখনৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’আমাৰ চৰকাৰে সকলো জাতি-জনগোষ্ঠীৰ মহিলাসকলক লৈ আগবাঢ়ি যোৱাৰ প্ৰচেষ্টা হাতত লৈছে আৰু ৰাজ্যখনত ৯খনকৈ সংখ্যালঘু কন্যা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে। ইয়াৰে ভিতৰত দুখন কন্যা মহাবিদ্যালয় স্থাপন কৰা হ’ব ধুবুৰীত,’’- এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

অসম কন্যা হিমাই বিশ্ব জয় কৰি যি উদাহৰণ দেখুৱালে সেয়াই আমাৰ আই মাতৃ আৰু যুৱতীসকলৰ বাবে প্ৰেৰণা হ’ব লাগে। বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰৰ এন ডি এ চৰকাৰে মহিলাসকলৰ উত্তৰণ কামনা কৰিছে। মহিলাসকলৰ উত্তৰণ ঘটিলেহে ৰাজ্যখন আগুৱাই যাব পাৰিব।

Apply Now

শনিবাৰে আবেলি ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা কনকলতা মহিলা সবলীকৰণৰ মহিলা সমাৰোহ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত মহিলাৰ সবলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি কয় যে মহিলাসকল পুৰুষতকৈ কোনোগুণেই কম নহয়। আনকি মহিলাসকলৰ লগত পুৰুষৰ তুলনা নহয় বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে চৰকাৰে ধুবুৰী জিলাখনৰ মুঠ ৬ হেজাৰ ৩৭২টা আত্মসহায়ক গোটকে ধৰি ৰাজ্যৰ প্ৰতিখন জিলাৰ মুঠ ১ লাখ ২৬ হেজাৰ আত্মসহায়ক গোটক মুঠ ২৫ হেজাৰ টকাকৈ মুঠ ১০.৫৪ কোটি টকা এককালীন সাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।এই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘’ৰাজ্যৰ আত্মসহায়ক গোটসমূহৰ ভিতৰত যি গোটে ভাল পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ’ব সেই গোটক প্ৰথম পুৰস্কাৰ হিচাপে ৫ লাখ, দ্বিতীয় পুৰস্কাৰ হিচাপে ৩ লাখ আৰু তৃতীয় পুৰস্কাৰ হিচাপে  ২ লাখ টকাকৈ পুৰস্কাৰ দিয়া হ’ব।’’ আনহাতে, প্ৰতিটো গোটক পৰ্যায়ক্ৰমে ৫ লাখ টকাকৈ বেংকৰ ঋণ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলিও সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে, মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত এন আৰ চিৰ প্ৰসংগ উত্থাপন কৰি স্বচ্ছতাৰে এন আৰ চিৰ কাম কৰি থকা হৈছে যদিও একাংশ ৰাজনৈতিক দলৰ নেতাই বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰি ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে বুলি কৈ ৰাইজক কোনো কথাতে গুৰুত্ব প্ৰদান নকৰিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী, মন্ত্ৰী নৱ কুমাৰ দলে, বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰ, অশোক সিংভী, এ আই ইউ ডি এফৰ বিধায়ক হাফিছ বছিৰ আহমেদ কাছিমী আৰু নিজানুৰ ৰহমান, ধুবুৰী জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীৰ লগতে জিলাখনৰ শীৰ্শ বিষয়া তথা আন কেইবাগৰাকী সমাজকৰ্মীৰ উপস্থিতিত শনিবাৰে জিলাখনৰ ছটাকৈ আত্মসহায়ক গোটক ২৫হেজাৰ টকাকৈ এককালীন চেক প্ৰদান কৰি আঁচনিখনৰ শুভাৰম্ভ কৰে।

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm
এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

June 25, 2026 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd