• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ-কলিয়াবৰতো উদযাপন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

কাজি জেইদুল ইছলাম/ৰিদিপ শৰ্মা by কাজি জেইদুল ইছলাম/ৰিদিপ শৰ্মা
June 21, 2018 4:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথ : বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাতো আজি ব্যাপক উছাহ-উদ্দীপনাৰ মাজেৰে চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আৰু পতঞ্জলি যোগ সমিতি, বিশ্বনাথৰ সহযোগত বিশ্বনাথ কলেজৰ প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু সমবায় বিভাগৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰী।

IMG-20180621-WA0011
বিশ্বনাথত পালন কৰা যোগ দিৱসৰ দৃশ্য

অনুষ্ঠানৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে কয় যে যোগাভ্যাসে আমাৰ শৰীৰ-মন-আত্মা পৱিত্ৰ কৰে। সমন্বয় আৰু শান্তিৰ বাবে যোগ শীৰ্ষক মূল বাণীৰে উদযাপিত এই দিৱসৰ মূল কাৰ্যসূচীৰূপে পতঞ্জলি যোগ সমিতিৰ যোগ প্ৰশিক্ষকসকলে উপস্থিত ৰাইজক সমজুৱাকৈ যোগাভ্যাস কৰোৱায়।

Apply Now

পুৱা ৬.৩০ বজাৰ পৰা আৰম্ভ হোৱা এই যোগাভ্যাসত মন্ত্ৰী ৰিহন দৈমাৰীৰ লগতে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰেও অংশ লয়।

অনুষ্ঠানত জিলা উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা, অতিৰিক্ত উপায়ুক্ত পাৰিজাত ভূঞাকে ধৰি আন বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি তথা বিভিন্ন লোক উপস্থিত থাকে।

কলিয়াবৰ : ইয়াৰ সমান্তৰাল ভাৱে কলিয়াবৰৰ কুঁৱৰীটোল গান্ধী ময়দানতো কলিয়াবৰ মহকুমা প্ৰশাসন আৰু পতঞ্জলি যোগ সমিতিৰ উদ্যোগত পুৱা ৬ বজাত কলিয়াবৰৰ ৰাইজৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা পৰিলক্ষিত হয়।

পুৱা বন্তি প্রজ্জ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভনি কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগে।

IMG-20180621-WA0013
কলিয়াবৰ যোগ দিৱসৰ দৃশ্য

এই অনুষ্ঠানত কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগ,মহকুমা দণ্ডাধীশ বিষয়া ৰিং সাং মুছাহাৰী, মহকুমাৰ কৰ্মচাৰীবৃন্দৰ লগতে কলিয়াবৰৰ বিভিন্ন ৰাইজে অংশগ্ৰহণ কৰাৰ লগতে শাৰীৰিক যোগ অনুশীলন কৰে।

শাৰীৰিক যোগ অনুশীলনে মানুহৰ মানসিক, শাৰীৰিক, আধ্যাত্মিক চিন্তা ধাৰাক সবল কৰি তোলে।কৰ্মস্পৃহা বঢ়াত সহায় কৰে সেয়ে সকলোলোকে নিতৌ পুৱা এই যোগাসন কৰিব লাগে বুলি মহকুমাধিপতি বিতোপন নেওগে ভাষণ প্ৰদান কৰি যোগ দিৱসৰ তাপৰ্য ব্যাখ্যা কৰে।

কাজি জেইদুল ইছলাম/ৰিদিপ শৰ্মা

কাজি জেইদুল ইছলাম/ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd