• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় পৰ্যায়ত গোৰেশ্বৰৰ ৰাগবী দলৰ চমক : উদাসীন ৰাজ্যৰ ক্ৰীড়া বিভাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2018 1:05 pm
rugby-570x320

ফটো : দ্য ট্ৰিবিউনৰ সৌজন্যত

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুনিবলৈ অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য। খেল বিধত অসমক প্ৰতিনিধিত্ব কৰা আটাইকেইজন খেলুৱৈ বাক্সা জিলাৰ গোৰেশ্বৰ চহৰৰ।

উল্লেখযোগ্য যে চণ্ডীগড়ত অনুষ্ঠিত ষষ্ঠ ৰাগবী ছিনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰা ৰাগবী দলটোৰ আটাইকেইজন খেলুৱৈ বাক্সা জিলাৰ গোৰেশ্বৰ চহৰৰ। ‘দ্য ট্ৰিবিউন’ কাকতত প্ৰকাশ পাইছে এই বাতৰি।

Apply Now

দলটোৰ মেনেজাৰগৰাকীৰ উদ্ধৃতি দি বাতৰিটোত কোৱা হৈছে যে বাক্সা জিলাৰ গোৰেশ্বৰত কেইজনমান জ্যেষ্ঠ খেলুৱৈয়ে লগ লাগি ২০০৭ চনত এটা ক্লাৱ গঠন কৰিছিল আৰু অঞ্চলটোৰ প্ৰতিভাৱান খেলুৱৈক লৈ ৰাগবী খেল আৰম্ভ কৰিছিল।

অসমৰ ৰাগবী দলটোৰ মেনেজাৰগৰাকীৰয়ে প্ৰকাশ কৰা মতেই এই ক্ৰীড়া বিধ অঞ্চলটোত জনপ্ৰিয় হৈ পৰিছে আৰু ব্ৰহ্মপুত্ৰৰ পাৰত খেলবিধৰ অনুশীলন কৰা হয়।

উল্লেখযোগ্য যে যোৱা বছৰ চাব জুনিয়ৰ শাখাত অসমে ৰাণাৰ্ছ আপ খিতাপ অৰ্জন কৰিছিল আৰু সেইটোৱে ৰাজ্যখনৰ বাবে ‘টাৰ্ণং পইন্ট’ হৈ পৰিল।

অসম দলটোৰ মেনেজাৰ শান্তনুৱে অৱশ্যে ৰাজ্যখনৰ ৰাগবী খেলুৱৈসকলে ভোগ কৰা অসুবিধাৰ বাবে ক্ষোভ প্ৰকাশ কৰে।

এইটো এটা আকৰ্ষণীয় ক্ৰীড়া নহয়, যুৱ চামে কাচিৎহে খেল বিধৰ প্ৰতি আগ্ৰহ দেখুৱায় আৰু গ্ৰাম্যাঞ্চলৰ খেলুৱৈসকলক ক্ৰীড়াবিধৰ প্ৰতি আগ্ৰহী কৰাৰ বাবে পতিয়ন নিওৱাটো প্ৰত্যাহ্বানমূলক বুলি প্ৰকাশ কৰিছে মেনেজাৰ শান্তনুৱে।

চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আৰ্থিক সাহায্য লাভ নকৰাৰ কথা উল্লেখ কৰি মেনেজাৰগৰাকীয়ে কয় যে ইয়াক চলাই নিয়াটো অত্যন্ত কঠিন হৈ পৰিছে।

সঘনে আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা থকা বাবেও ক্ৰীড়াবিধৰ প্ৰতি যুৱ খেলুৱৈ আকৰ্ষিত নোহোৱাটো অন্যতম কাৰণ বুলি তেওঁ উল্লেখ কৰে।

পশ্চিমবংগৰ হাতত শনিবাৰে ৩৩-৫ ব্যৱধানত পৰাজিত হোৱাৰ পিছত মেনেজাৰগৰাকীয়ে তেওঁৰ খেলুৱৈ কেইজনে উন্নত প্ৰদৰ্শন আগবঢ়াব লাগিব বুলি অনুভৱ ব্যক্ত কৰিছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

July 23, 2026 7:09 am
যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

July 23, 2026 7:07 am
‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

July 23, 2026 7:09 am
যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

July 23, 2026 7:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd